অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

প্ৰতিদান (চলচ্চিত্ৰ)

প্ৰতিদান ১৯৮৭ চনত মুক্তি লাভ কৰা এখন ৰঙীণ অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰৰ কাহিনী আৰু চিত্ৰনাট্য প্ৰমোদ বৰুৱাৰ। পৰিচালনা দাৰা আহমেদৰ। মুম্বাইৰ কেমেৰামেন বিজয় আনন্দ চাব্ৰেৱাল এই ছবিৰ চিত্ৰগ্ৰহণকাৰী আছিল। অভিনয়ত আছিল নিপন গোস্বামী, বিদ্যা ৰাও, ব্ৰজেন বৰা, প্ৰাঞ্জল শইকীয়া আদি।

হালনাগাদ: ৪ এপ্ৰিল ২০২৬ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

প্ৰতিদান ১৯৮৭ চনত মুক্তি লাভ কৰা এখন ৰঙীণ অসমৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰৰ কাহিনী আৰু চিত্ৰনাট্য প্ৰমোদ বৰুৱাৰ। পৰিচালনা দাৰা আহমেদৰ। মুম্বাইৰ কেমেৰামেন বিজয় আনন্দ চাব্ৰেৱাল এই ছবিৰ চিত্ৰগ্ৰহণকাৰী আছিল। অভিনয়ত আছিল নিপন গোস্বামী, বিদ্যা ৰাও (অভিনেত্ৰী), ব্ৰজেন বৰা, প্ৰাঞ্জল শইকীয়া আদি। এই ছবি মুক্তি পোৱাৰ পিছত ৰাইজৰ বিপুল সহাৰি পাইছিল।সেই সময়ত গুৱাহাটীৰ কেবাটাও ছবিঘৰত এই ছবি পূৰ্ণপ্ৰেক্ষাগৃহ দৰ্শকৰে চলিছিল।

অভিনয়ত

কলা-কুশলী

(তথ্যপেৰাত উল্লেখ নথকা)

  • সহকাৰী পৰিচালক: জয়ন্ত নাথ, দ্বিজেন মহন্ত আৰু প্ৰাঞ্জলপ্ৰতিম নেওগ।
  • শব্দযন্ত্ৰী: অনিল তালুকদাৰ, যতীন শৰ্মা, নাজু।
  • ৰূপসজ্জা: বংশী দাস।

তথ্যসূত্ৰ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিদান (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৩৮ (৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।