অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি

শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি (Sakuntala Aru Sankar Joseph Ali) ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খন নিপ বৰুৱাই পৰিচালনা কৰিছিল। মুল ভূমিকাত আছিল নিপন গোস্বামী আৰু মৃদুলা বৰুৱা।

হালনাগাদ: ২৪ জুলাই ২০২৬ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি (Sakuntala Aru Sankar Joseph Ali) ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খন নিপ বৰুৱাই পৰিচালনা কৰিছিল। মুল ভূমিকাত আছিল নিপন গোস্বামী আৰু মৃদুলা বৰুৱা।১

কাহিনীৰ সাৰাংশ

শকুন্তলাই এক পৰিস্থিতিত পৰি নিজৰ পুত্ৰ সন্তানৰ সৈতে ঘৰ এৰি গুচি আহিবলগীয়া হয়। অট' চালক শঙ্কৰ যোচেফ আলিয়ে শকুন্তলাক ভনী হিচাপে আশ্ৰয় প্ৰদান কৰে। শঙ্কৰ নিজেই যিহেতু এগৰাকী মাউৰা গতিকে শকুন্তলাৰ সমস্যাসমূহ ভালদৰেই উপলব্ধি কৰিছিল। শঙ্কৰে তেওঁৰ সতীৰ্থ অট'চালক সকলৰ সহায়ত শকুন্তলাৰ সন্তানটিক প্ৰতিপাল কৰা আৰম্ভ কৰে।১

অভিনয় শিল্পীসকল

সংগীত

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই আৰু গীতৰ কথা আছিল কেশৱ মহন্তৰ।২১

তথ্যসূত্ৰ

  1. ↑ Shakuntola Aru Shankar Joseph Ali. Box office Assam
  2. ↑ বাবুল দাস. (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৮৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি” প্ৰবন্ধৰ সংশোধন ৬১৯১৩০ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।