অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঘৰ সংসাৰ (চলচ্চিত্ৰ)

ঘৰ সংসাৰ ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত এখন পাৰিবাৰিক অসমীয়া চলচ্চিত্ৰ। শিৱ প্ৰসাদ ঠাকুৰ আছিল ছবিখনৰ পৰিচালক আৰু প্ৰযোজক আছিল আৰ বি মেহতা আৰু এন পি এন নায়াৰ। ছবিখনে বাণিজ্যিক ভাৱে যথেষ্ট সফলতা লাভ‌ কৰিছিল।

হালনাগাদ: ২০ মে’ ২০২৫ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ঘৰ সংসাৰ ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত এখন পাৰিবাৰিক অসমীয়া চলচ্চিত্ৰ। শিৱ প্ৰসাদ ঠাকুৰ আছিল ছবিখনৰ পৰিচালক আৰু প্ৰযোজক আছিল আৰ বি মেহতা আৰু এন পি এন নায়াৰ। ছবিখনে বাণিজ্যিক ভাৱে যথেষ্ট সফলতা লাভ‌ কৰিছিল।১

অভিনয় শিল্পী

সংগীত

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল বসন্ত-মাণিকে।

ক্ৰমিক নংগীতৰ শীৰ্ষকগীতিকাৰকণ্ঠ
১নাহৰ ফুলেবসন্ত বৰদলৈসমৰ হাজৰিকা, নমিতা গোস্বামী
২তোমাৰ কপালতেবসন্ত বৰদলৈসমৰ হাজৰিকা, মালবিকা বৰা
৩জীৱনৰ ৰংবোৰবসন্ত বৰদলৈসমৰ হাজৰিকা, মালবিকা বৰা
৪গাঁৱলৈ তই আহিলিবসন্ত বৰদলৈসমৰ হাজৰিকা, অৰুণ দাস
৫বহুতকে বহু দিওবসন্ত বৰদলৈনমিতা গোস্বামী, ইনা মুখাৰ্জী

২

তথ্যসূত্ৰ

  1. ↑ Ghar Sangsar. Box Office Assam
  2. ↑ Ghar Sonsar. saregama.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৮৩ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘৰ সংসাৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫১০৮৫৫ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।