কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সা ৰে গা মা পা ২০১২
হোণ্ডা-সা ৰে গা মা পা ২০১২ (Honda - Sa Re Ga Ma Pa 2012) হৈছে সা ৰে গা মা পা চেলেঞ্জৰ পঞ্চম কিস্তি, যিটো আৰম্ভ হৈছিল ২০১২ চনৰ ছেপ্তেম্বৰ ২৯ তাৰিখে জি টিভিত। এইটো ছিৰিজত এংকৰ হৈছিল বিখ্যাত গায়ক যাবেদ আলি আৰু নিৰ্বাচন পৰ্বত হোস্ট কৰিছিল জয় ভনুছালি।
-
সাবিত্ৰী (১৯৪১ চনৰ চলচ্চিত্ৰ)
সাবিত্ৰী (ইংৰাজী: Savithiri) ১৯৪১ চনত তামিল ভাষাত নিৰ্মিত এখন ভাৰতীয় চলচ্চিত্ৰ৷ ছবিখন ৱাই ভি ৰাওে পৰিচালনা কৰিছিল। ছবিখনত ৱাই. ভি. ৰাওে সত্যবানৰ চৰিত্ৰত আৰু শান্ত আপ্তেই সাবিত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
সিংহ দৰবাৰ
সিংহ দৰবাৰ (বা, সিংহ কাৰেং) (নেপালী: सिंहदरवार, ইংৰাজী: Singha Durbar) হ’ল নেপালৰ ৰাজধানী কাঠমাণ্ডুত থকা ৰাণা বংশৰ এটা কাৰেং। কাঠমাণ্ডুৰ মধ্যভাগত তথা বাবৰ মহল আৰু থাপাথালি দৰবাৰৰ উত্তৰদিশে আৰু ভদ্ৰকালিৰ পূৱদিশে সিংহ কাৰেং অৱস্থিত। ১৯০৮ চনৰ জুন মাহত চন্দ্ৰ ছামছেৰ জে.বি.আৰে. এই কাৰেংটো নিৰ্মাণ কৰিছিল।
-
সুৱাগুৰি তোলা
সুৱাগুৰি তোলা বা “সুৱাগুড়ি তোলা’’ অসমীয়া সমাজৰ বিয়াৰ বিভিন্ন পৰ্বৰ মাজৰ এটা পৰ্ব৷ ই কেৱল নাৰীকেন্দ্ৰিক৷ এই অনুষ্ঠানত পুৰুষৰ কোনো ভূমিকা নাথাকে৷ নামনি অসমত ইয়াক “সুৱাগ জাৰা’’ বুলি কয়৷ প্ৰজনন ধৰ্মিতা বিজড়িত এই পৰ্বৰ কইনা ঘৰৰ সুৱাগুৰি তোলোতে “ধূলিৰ দৌল’’ আৰু দৰাঘৰৰ সুৱাগুৰি তোলাত “ধুলিৰ খাল’’…
-
সোহনী মহিৱাল (১৯৮৪ চলচ্চিত্ৰ)
সোহনী মহিৱাল (Sohni Mahiwal; सोनी महिवाल) একে নামৰ পাঞ্জাবী লোক ট্ৰেজেডীৰ আধাৰত, ১৯৮৪ চনত নিৰ্মিত এখন ইণ্ডো-ৰুছী ঐতিহাসিক ৰোমাঞ্চ নাট্যধৰ্মী ছবি। পৰিচালক উমেশ মেহৰা আৰু লতিফ ফাইজিয়েভ (ৰাছিয়া)। প্ৰযোজনা কৰিছে এফ চি মেহৰাই। গুৰুত্বপূ্ৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ছানি দেউল, পুনম ধীলন আৰু জীনত আমানে।
-
স্বৰমণ্ডল
স্বৰমণ্ডল (स्वरमण्डल ), সুৰমণ্ডল, বা ভাৰতীয় বীণা হৈছে ভাৰতৰ পৰা উদ্ভৱ হোৱা এক তাঁৰ টনা বক্স জিথাৰ, কানুনৰ সৈতে সাদৃশ্যপূৰ্ণ যি আজি সাধাৰণতে কণ্ঠ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সংগত বাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ই উত্তৰ ভাৰতৰ সংস্কৃতিৰ অংশ আৰু কণ্ঠ সংগীতৰ সংগত হিচাপে সংগীত সভাত ব্যৱহাৰ কৰা হয়।
-
হাংগামা টিভি
হাংগামা টিভি হৈছে শিশুসকলক লক্ষ্য কৰি লোৱা ভাৰতীয় টেলিভিছন চেনেল, য'ত মূলতঃ জাপানী আৰু ভাৰতীয় এনিমেটেড ধাৰাবাহিক প্ৰদৰ্শন কৰা হয়। ২০০৪ চনৰ ২৬ ছেপ্টেম্বৰত ইয়াক মুকলি কৰা হয়।
-
হুদুম গীত
হুদুম গীত হৈছে হুদুম পূজা উপলক্ষে পৰিৱেশন কৰা এবিধ লোকগীত। অসমৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত এই গীতৰ প্ৰচলন আছে।
-
হেজাৰী ভাওনা
হেজাৰী ভাওনা বা কলিয়াবৰৰ হেজাৰী ভাওনা অসমৰ নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত ভাওনা উৎসৱ। অসমৰ নাট ভাওনাৰ এক বিশেষ পৰিৱেশ্য আঞ্চলিক ৰূপ হিচাপে নগাঁৱৰ হেজাৰী ভাওনা বিখ্যাত।
-
হৰি ওঁম
হৰি ওঁম হৈছে ২০১৬ বৰ্ষত মুক্তি প্ৰাপ্ত এখন ৰোমাণ্টিক একশ্বনধৰ্মী অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে অৰূপ জ্যোতি ৰাভাই। মূখ্য অভিনয়ত আছে ভাষ্কৰ ৰঞ্জন,প্ৰিন্স,তৃষ্ণা কুৰ্মী আৰু দেৱাশ্ৰী গগৈ। চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিবেশন ব্ৰহ্মপুত্ৰ বয়জ এণ্টাৰটেইনমেণ্টৰ।
-
১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
Released Movies - enajori.com অসম ইয়াৰবুক - শৰাইঘাট প্ৰকাশন ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
Released Movies - enajori.com অসম ইয়াৰবুক - শৰাইঘাট প্ৰকাশন ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
উৎপলেন্দু কাশ্যপ, অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ, বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী), ১ এপ্ৰিল, ২০১২ সংখ্যা মুক্তিপ্ৰাপ্ত অসমীয়া ছবি জাহ্নু বৰুৱা ১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
উৎপলেন্দু কাশ্যপ, অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ, বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী), ১ এপ্ৰিল, ২০১২ সংখ্যা ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২০১৯ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
৫৯তম ফিল্মফেয়াৰ বঁটা
২০১৩ চনত মুক্তি লাভ কৰা হিন্দী ভাষাৰ চলচ্চিত্ৰসমূহলৈ ৫৯তম ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হয়। ১৩ জানুৱাৰী ২০১৪ তাৰিখে মনোনয়নসমূহ প্ৰকাশ কৰাৰ পাছত ২৪ জানুৱাৰী ২০১৪ তাৰিখে বঁটাসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।
-
৬০তম ফিল্মফেয়াৰ বঁটা
২০১৪ চনৰ বলিউডৰ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ৩১ জানুৱাৰী তাৰিখে মুম্বাইৰ য়শ ৰাজ ষ্টুডিঅ'ত ৬০তম ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটি আঁত ধৰে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ, অভিনেত্ৰী আলিয়া ভাট আৰু কৌতুক শিল্পী কপিল শৰ্মাই।
-
ৰঘুপতি ভেংকায়া বঁটা
ৰঘুপতি ভেংকায়া বঁটা হৈছে অন্ধ্ৰ প্ৰদেশ ভাৰত চৰকাৰৰদ্বাৰা তেলেগু চলচ্চিত্ৰ জীৱনজোৰা কৃতিত্বক স্বীকৃতি দিবলৈ প্ৰদান কৰা এক বঁটা। ১৯৮১ চনত ভাৰতৰ অন্যতম চলচ্চিত্ৰ পথ-প্ৰদৰ্শক ৰঘুপতি ভেংকায়া নাইডু সন্মানত এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল, যাক "তেলেগু চিনেমাৰ-পিটৃ" বুলি গণ্য কৰা হয়।
-
ৰজনীকান্ত অভিনীত চলচ্চিত্ৰসমূহ
ৰজনীকান্তে ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰাৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি অন্য দেশৰো চলচ্চিত্ৰত অভিনয় কৰিছে। এই তালিকাত তেওঁ অভিনীত চলচ্চিত্ৰসমূহ তালিকাভূক্ত কৰা হৈছে।
-
ৰজনীকান্তৰ প্ৰাপ্ত পুৰস্কাৰ তথা মনোনয়নপ্ৰাপ্ত পুৰস্কাৰৰ তালিকা
ৰজনীকান্তক বহু পুৰস্কাৰ আৰু সন্মান প্ৰদান কৰা হৈছে। মূলতঃ তামিল চলচ্চিত্ৰত কৰা অভিনৰ বাবে এই বঁটা সমূহ প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰে তেখেতক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰিছে। এই তালিকাত ৰজনীকান্তে মনোনিত তথা মাভ কৰা পুৰস্কাৰসমূহ তালিকাভূক্ত কৰা হৈছে।
-
ৰবীন্দ্ৰ নৃত্যনাট্য
ৰবীন্দ্ৰ নৃত্যনাট্য (Rabindra Nritya Natya) হʼল বংগৰ নʼবেল বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰদ্বাৰা ৰচিত চাৰিখন নৃত্য-নাটিকাৰ সমষ্টি। সেইবোৰ হʼল- চিত্ৰাঙ্গদা, চণ্ডালিকা, শ্যামা আৰু শ্ৰাবণ-গাথা। এই ৰচনাসমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল যে ইয়াত কাহিনীটো সম্পূৰ্ণৰূপে নৃত্য আৰু গীতৰ মাধ্যমেৰে কোৱা হয়।
-
ৰসী গাহেন
ৰসী গাহেন ( Rochi Gaheen) হাজংসকলৰ জাতীয় কৃষ্টিৰ অন্যতম লোক-সংগীত। কৃষিকাৰ্যৰ জীৱন জীৱিকাৰ লগত এই গীত ওতপ্ৰোতভাবে জড়িত হৈ আছে। শক্তিৰ উপাসক হিচাপে শ্ৰমৰ উৎস হৈ যুগ যুগ ধৰি যিদৰে শ্ৰমজীৱিসকলৰ মাজত বিভিন্ন নৃত্য-গীতৰ প্ৰচলন হৈ চলি আহিছে, সেইদৰে হাজং জনগোষ্ঠীৰ মাজতো পৰম্পৰাগতভাবে ৰসী গাহেনৰ প্ৰচলন…
-
ৰাণী ৰাসমণি (চলচ্চিত্ৰ)
ৰাণী ৰাসমণি (Rani Rasmani) কালীপ্ৰসাদ ঘোষ পৰিচালিত আৰু ১৯৫৫ চনত নিৰ্মিত বঙালী ভাষাৰ এখন ভাৰতীয় জীৱনীমূলক ছবি। ৰাণী ৰাসমণিৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াত মলিনা দেৱীয়ে নাম ভূমিকাত অভিনয় কৰিছিল। ১৯৫৫ চনৰ ১১ ফেব্ৰুৱাৰীত চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন মুক্তি পায়।
-
ৰাষ্ট্ৰীয় একতা দিৱস
ৰাষ্ট্ৰীয় একতা দিৱস হ'ল চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে সূচনা কৰা এটা দিৱস। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল। প্ৰতি বছৰে ৩১ অক্টোবৰত অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম তিথিত এই দিৱস পালন কৰা হয়।
-
ৰাষ্ট্ৰীয় শিক্ষা দিৱস
ৰাষ্ট্ৰীয় শিক্ষা দিৱস হৈছে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিনৰ দিনা ভাৰতত উদযাপন কৰা এক বাৰ্ষিক অনুষ্ঠান। মৌলানা আবুল কালাম আজাদে ১৫ আগষ্ট ১৯৪৭ৰ পৰা ২ ফেব্ৰুৱাৰী ১৯৫৮ লৈকে সেৱা আগবঢ়াইছিল।
-
ৰিয়াজ (চলচ্চিত্ৰ)
ৰিয়াজ হ’ল এখন ২০২১ বৰ্ষত ডিজিটেল প্লেটফৰ্ম ৰীলড্ৰামাত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা মৃগাংক বৰাৰ। ৰিয়াজত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সৌমৰ জ্যোতি বৰা আৰু স্বাগতা ভৰালীয়ে৷