ৰজনীকান্তক বহু পুৰস্কাৰ আৰু সন্মান প্ৰদান কৰা হৈছে। মূলতঃ তামিল চলচ্চিত্ৰত কৰা অভিনৰ বাবে এই বঁটা সমূহ প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰে তেখেতক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰিছে।১ এই তালিকাত ৰজনীকান্তে মনোনিত তথা মাভ কৰা পুৰস্কাৰসমূহ তালিকাভূক্ত কৰা হৈছে।
অসামৰিক সন্মান
তামিলনাডু ৰাজ্য চলচ্চিত্ৰ পুৰস্কাৰ
| বছৰ | চলচ্চিত্ৰ | বিষয়শ্ৰেণী | ফলাফল |
|---|
| ১৯৭৮ | Mullum Malarum | বিশেষ পুৰস্কাৰ |
| ১৯৮২ | Moondru Mugam | বিশেষ পুৰস্কাৰ |
| ১৯৮৪ | কালাইমামানি |
| ১৯৮৯ | এম.জি.আৰ পুৰস্কাৰ |
| ১৯৯৫ | Muthu | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৯৯ | Padayappa | শ্ৰেষ্ঠ অভিনেতা |
| ২০০৫ | Chandramukhi | শ্ৰেষ্ঠ অভিনেতা |
| ২০০৭ | Sivaji | শ্ৰেষ্ঠ অভিনেতা |
| ২০১১ | MGR-Sivaji Award from the Government of Tamil Nadu৪ |
ফিল্মফেয়াৰ পুৰস্কাৰ দক্ষিণ
| বছৰ | চলচ্চিত্ৰ(সমূহ) | বিষয়শ্ৰেণী | ফলাফল |
|---|
| ১৯৮৪ | নাল্লাবানুকু নাল্লাবান | শ্ৰেষ্ঠ অভিনেতা |
| ২০০৭ | শিৱাজী | শ্ৰেষ্ঠ অভিনেতা |
| ২০১০ | এন্থিৰান | শ্ৰেষ্ঠ অভিনেতা |
এন.ডি.টিভি পুৰস্কাৰ
| বছৰ | প্ৰাপক | বিষয়শ্ৰেণী | ফলাফল |
|---|
| ২০০৮ | ৰজনীকান্ত | Indian Entertainer of the Year for 2007৫ |
| ২০১১ | ৰজনীকান্ত | Entertainer of the Decade Award by NDTV৬ |
| ২০১১ | ৰজনীকান্ত | Most Stylish actor Award by NDTV৭৮ |
| ২০১৩ | ৰজনীকান্ত | এন.ডি.টিভি দ্বাৰা ২৫ সৰ্বশ্ৰেষ্ঠ বিশ্ব জীবন্ত কিংবদন্তি৯ |
ৰাজ কাপুৰ পুৰস্কাৰ
| বছৰ | প্ৰাপক | সম্মান | ফলাফল |
|---|
| ২০০৭ | ৰজনীকান্ত | মহাৰাষ্ট্ৰ চৰকাৰ |
চিনেমা এক্সপ্ৰেছ পুৰস্কাৰ
| বছৰ | চলচ্চিত্ৰ(সমূহ) | বিষয়শ্ৰেণী | ফলাফল |
|---|
| ১৯৮৪ | নাল্লাবানুকু নাল্লাবান | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৮৫ | শ্ৰী ৰাঘৱেন্দ্ৰ | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৮৮ | ব্লাডষ্টোন | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৯১ | থালাপাঠি | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৯২ | আন্নামালাই | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৯৩ | বাল্লী | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৯৫ | বাছা, মুঠু | শ্ৰেষ্ঠ অভিনেতা |
চলচ্চিত্ৰভক্ত সমিতি পুৰস্কাৰ
| বছৰ | চলচ্চিত্ৰ(সমূহ) | বিষয়শ্ৰেণী | ফলাফল |
|---|
| ১৯৭৯ | আৰিলিৰুন্থু আৰুবাথু ভাৰাই | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৮২ | এনকেয়' কেট্টা কুৰাল | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৮৪ | নাল্লাবানুকু নাল্লাবান | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৮৫ | শ্ৰী ৰাঘৱেন্দ্ৰ | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৯১ | থালাপাঠি | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৯২ | আন্নামালাই | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৯৩ | বাল্লী | শ্ৰেষ্ঠ অভিনেতা |
| ১৯৯৬ | বাছা, মুঠু | শ্ৰেষ্ঠ অভিনেতা |
দক্ষিণ স্ক্ৰিন পুৰস্কাৰ
| বছৰ | চলচ্চিত্ৰ | বিষয়শ্ৰেণী | ফলাফল |
|---|
| ১৯৯৫ | পেদ্দাৰায়ুদু | শ্ৰেষ্ঠ অভিনেতা |
বিজয় পুৰস্কাৰ
| বছৰ | চলচ্চিত্ৰ | বিষয়শ্ৰেণী | ফলাফল |
|---|
| ২০০৭ | শিৱাজী | প্ৰিয় নায়ক১০ | |
| ভাৰতীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠত্বৰ বাবে অশ্বাৰোহী সৈনিক শিবাজি গানেশান পুৰস্কাৰ১১ | |
| ২০১০ | এন্থিৰান | শ্ৰেষ্ঠ খলনায়ক১২ | |
| প্ৰিয় নায়ক | |
| ২০১৪ | লিংগা | |