ৰজনীকান্তে ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰাৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি অন্য দেশৰো চলচ্চিত্ৰত অভিনয় কৰিছে। এই তালিকাত তেওঁ অভিনীত চলচ্চিত্ৰসমূহ তালিকাভূক্ত কৰা হৈছে।
অভিনেতা হিচাপে
১৯৭০ দশক
| বছৰ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা |
|---|---|---|---|
| ১৯৭৫ | অপূৰ্ব ৰাঙ্গালাল(Apoorva Raagangal) | পান্দিয়ান | তামিল |
| ১৯৭৬ | কথা সঙ্গম (Katha Sangama) | কন্নড় | |
| আন্থুলেনী কথা (Anthuleni Katha) | মুৰ্থী | তেলেগু | |
| মুনদ্ৰু মুদিচু (Moondru Mudichu) | প্ৰসথ | তামিল | |
| বালু জেনু (Baalu Jenu) | কন্নড় | ||
| 1977 | আভাৰগাল (Avargal) | ৰামনাথ | তামিল |
| কাভুক্কুয়িল (Kavikkuyil) | মুৰুগান | তামিল | |
| ৰঘুপতি ৰাঘৱ ৰাজাৰাম(Raghupathi Raghavan Rajaram) | ৰাজাৰাম | তামিল | |
| চিলাকাম্মা চিপ্পেন্দী (Chilakamma Cheppindi) | কাশী | তেলেগু | |
| ভুবনা ওৰু কেল্ভী কুৰি (Bhuvana Oru Kelvi Kuri) | সম্পথ | তামিল | |
| ওন্দু প্ৰেমদা কাথে (Ondu Premada Kathe) | কন্নড় | ||
| ১৬ ভায়াথিনিল (16 Vayathinile) | পাৰত্তাই | তামিল | |
| সহোধাৰা সাভাল (Sahodarara Savaal) | কন্নড় | ||
| আদু পুলি আত্তম (Aadu Puli Attam) | ৰজনী | তামিল | |
| গায়িত্ৰী (Gaayathri) | ৰাজাথিনাম | তামিল | |
| কুমকুম ৰক্ষী (Kumkuma Rakshe) | কন্নড় | ||
| আৰুপুশপাঙ্গাল (Aarupushpangal) | ৰবি | তামিল | |
| থলিৰেয়ি গাদিক (Tholireyi Gadic) (হিন্দী) | তামিল | ||
| আমে কথা (Aame Katha) | তেলেগু | ||
| হালাতে চামসাৰা(Galate Samsara) | কন্নড় | ||
| ১৯৭৮ | শঙ্কৰ চালিম চাইমন(Shankar Salim Simon) | চাইমন | তামিল |
| খিলাড়ী কিট্টু (Kiladi Kittu) | শ্ৰীকান্ত | কন্নড় | |
| আন্নাদাম্মুলা চাভাল (Annadammula Savaal) | ৰাঙ্ঘবাবু | তেলেগু | |
| আয়িৰাম জেন্মাঙ্গল (Aayiram Jenmangal) | ৰমেশ | তামিল | |
| মাথু তাপ্পাদা মাগা (Maathu Tappada Maga) | চান্দ্ৰু | কন্নড় | |
| মাঙ্গুদী মিনৰ (Mangudi Minor) | তামিল | ||
| ভৈৰবী(Bairavi) | মুকায়ান | তামিল | |
| ইলামাই ওঞ্জালাদুকিৰাথু (Ilamai Oonjaladukirathu) | মুৰলী | তামিল | |
| সাধুৰঙ্গম (Sadhurangam) | কুমাৰেচান | তামিল | |
| পাভাথিন চাম্বালাম (Paavathin Sambalam) | তামিল | ||
| ভানাকাটুৰিয়া কাতালিয়া (Vanakkatukuriya Kathaliye) | জনি | তামিল | |
| ভায়াসু পিলিক (Vayasu Pilic) (হিন্দী) | মুৰলী | তেলেগু | |
| মুল্লুম মালাৰুম (Mullum Malarum) | কালী | তামিল | |
| ইৰাইভান কদুথা ভাৰাম (Iraivan Kodutha Varam) | তামিল | ||
| থাপ্পিদা থালা (Thappida Thala) | দেবু | কন্নড় | |
| থাপ্পু থালাঙ্গাল (Thappu Thalangal) | দেব | তামিল | |
| আভাল আপ্পাদিথান (Aval Appadithan) | Advertising Boss | তামিল | |
| থাই মিথু চাথিয়াম (Thai Meethu Sathiyam) | বাবু | তামিল | |
| এন কেলভিক্কু এন্না বাথিল (En Kelvikku Enna Bathil) | চলোমন | তামিল | |
| জাস্টিচ গোপীনাথ (Justice Gopinath) | তামিল | ||
| প্ৰিয়া (Priya) | গণেশ | তামিল | |
| ১৯৭৯ | কাপ্পাথু ৰাজা (Kuppathu Raja) | ৰাজা | তেলেগু |
| ইদ্দাৰু আছাদুল (Iddaru Asadhyule) | তেলেগু | ||
| থায়িল্লামাল নান ইল্লাই (Thaayillamal Naan Illai) | ৰাজা | তামিল | |
| আলাউদ্দীন আলবুথা ভিলাক্কুম (Allauddinum Albhutha Vilakkum) | কামৰুদ্দীন | মালায়ালাম | |
| নিনাইথালে ইনিক্কুম (Ninaithale Inikkum) | দ্বীপক | তামিল | |
| আন্দামাইযনা অনুভবম (Andamaina Anubhavam) | দিলীপ | তেলেগু | |
| আলাউদ্দীনাম অপ্ৰুথা ভিলাক্কুম (Allaudinaum Arputha Vilakkum) | কামৰুদ্দীন | তামিল | |
| ধৰ্ম যুদ্ধ (Dharma Yuddam) | ৰাজা | তামিল | |
| নান ভাঝাভাইপ্পেন (Naan Vazhavaippen) | মাইকেল ডি’চজা | তামিল | |
| টাইগাৰ (Tiger) | তেলেগু | ||
| আৰিলিৰুন্থু অৰুবাথু ভাৰাই (Aarilirunthu Arubathu Varai) | সান্থনাম | তামিল | |
| আন্নাই ওৰু আলায়াম (Annai Oru Alayam) | বিজয় | তামিল | |
| আম্মা এভাৰিকা আম্মা (Amma Evarikkaina Amma) | বিজয় | তেলেগু |
কণ্ঠশিল্পী হিচাপে
| বছৰ | চলচ্চিত্ৰ | গান | ভাষা | সঙ্গীত পৰিচালক | টীকা |
|---|---|---|---|---|---|
| ১৯৯৩ | মান্নান (Mannan) | "Adikuthu Kuliru" | তামিল ভাষা | ইলায়্যাৰাজা | |
| ২০১৩ | কোচাডাইয়ান (Kochadaiiyaan) | "Ethirikal Illai" | তামিল ভাষা | এ. আৰ. ৰহমান |
কাহিনীকাৰ হিচাপে
- ''বালী (Valli)' (১৯৯৩)
- বাবা (Baba) (২০০২)
- ৰানা (কাৰ্য ৰুটিনভুক্ত)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজনীকান্ত অভিনীত চলচ্চিত্ৰসমূহ” প্ৰবন্ধৰ সংশোধন ১৭৬৬৯৬ (১ মাৰ্চ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।