ৰিয়াজ হ’ল এখন ২০২১ বৰ্ষত ডিজিটেল প্লেটফৰ্ম ৰীলড্ৰামাত মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা মৃগাংক বৰাৰ। ৰিয়াজত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সৌমৰ জ্যোতি বৰা আৰু স্বাগতা ভৰালীয়ে৷১
তথ্যসূত্ৰ
- ↑ "ৰীলড্ৰামাত ৰিয়াজ।". www.rupaliparda.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিয়াজ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ২৮৭২৯৪ (২০ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।