হাংগামা টিভি হৈছে শিশুসকলক লক্ষ্য কৰি লোৱা ভাৰতীয় টেলিভিছন চেনেল, য'ত মূলতঃ জাপানী আৰু ভাৰতীয় এনিমেটেড ধাৰাবাহিক প্ৰদৰ্শন কৰা হয়। ২০০৪ চনৰ ২৬ ছেপ্টেম্বৰত ইয়াক মুকলি কৰা হয়।১ ইয়াৰ মালিক দ্য ৱাল্ট ডিজনী কোম্পানী ইণ্ডিয়া, নিজেই সম্পূৰ্ণৰূপে দ্য ৱাল্ট ডিজনী কোম্পানী৷ চেনেলটোৱে মূলতঃ আন কিছুমান শিশুৰ টেলিভিছন ধাৰাবাহিকৰ সৈতে জাপানীজ কিডছ এনিমেচন প্ৰচাৰ কৰে।
তথ্যসূত্ৰ
- ↑ Star India launches Disney Kids Pack with new campaign - Exchange4media. Indian Advertising Media & Marketing News – exchange4media
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাংগামা টিভি” প্ৰবন্ধৰ সংশোধন ৩৯৯৯৫৮ (১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।