কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হ'লি ৰাইটছ
হ'লি ৰাইটছ (Holy Rights) হ'ল ভাৰতৰ ট্ৰিপল তালাক সম্পৰ্কীয় মুছলমান মহিলাৰ বিবাহ বিচ্ছেদৰ বিষয়ত ভাৰতীয় মুছলমান মহিলা আন্দোলনৰ কামৰ ওপৰত ফাৰহা খাতুনে পৰিচালনা কৰা ২০২০ চনৰ উৰ্দু তথ্যচিত্ৰ। ২৬ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হৈছিল।
-
হন্নেলে চিগুৰিদাগা
হন্নেলে চিগুৰিদাগা (; অনু. যেতিয়া পুৰণি পাত সজীৱ হৈ উঠে; Hannele Chiguridaga) ১৯৬৮ চনৰ কন্নড় ভাষাৰ এখন ছবি, যিখনৰ পৰিচালনা এম আক বিট্টলে কৰিছে। প্ৰযোজনা কৰিছে শ্ৰীকান্ত এণ্টাৰপ্ৰাইজেছে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে ৰাজকুমাৰ, আৰ নগেন্দ্ৰ ৰাও আৰু কল্পনাই।
-
হাচং পূজা
হাচং পূজা ডিমাচাসকলৰ এক লোক উৎসৱ। খেতিৰ কাষৰ ডাঙৰ গছ এজোপাৰ তলত এই পূজা কৰা হয়। এই পূজা কৰাৰ আগদিনা গছৰ তলখন পূজাৰীয়ে চিকুণাই পৰিষ্কাৰ কৰি লৈ পূৱমূৱাকৈ ৪৫ ছে.মি ওখ এখন বাহৰ চাঙ সাজে।
-
হালধি কুমকুম
হালধি কুমকুম বা হালধি কুমকুম অনুষ্ঠান হৈছে ভাৰতৰ এক সামাজিক অনুষ্ঠান য'ত বিবাহিত মহিলাসকলে তেওঁলোকৰ বিবাহিত মৰ্যাদাৰ প্ৰতীক হিচাপে হালধি আৰু কুমকুম (ভাৰ্মিলিয়ন পাউডাৰ) বিনিময় কৰে আৰু তেওঁলোকৰ স্বামীসকলৰ দীৰ্ঘ জীৱন বিচাৰে।
-
হিৰকণী
হিৰকণী ( Hirkani ) ২০১৯ চনৰ, প্ৰসাদ অক পৰিচালিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন ঐতিহাসিক নাট্যধৰ্মী ছবি। ইৰাডা এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজনা কৰিছে ফাল্গণী পেটেলে। সহ-প্ৰযোজক লৰেন্স ডিছুজা। ছবিখনক আৰ্থিক সাহায্য প্ৰদান কৰিছেৰাজেশ মাপুস্কৰে। সোণালী কুলকাৰ্ণীয়ে হিৰকণীৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে।
-
হীৰ ৰাঞ্জা (১৯৩২ চনৰ চলচ্চিত্ৰ)
হীৰ ৰাঞ্জা (১৯৩২ চনৰ চলচ্চিত্ৰ) এ.আৰ. কৰ্দাৰৰ পৰিচালনাত ১৯৩২ চনত মুক্তি পোৱা এখন পঞ্জাবী চলচ্চিত্ৰ৷ ছবিখনৰ নাম ভূমিকাত আনোৱাৰী বেগম আৰু ৰফিক গাজনাৱীয়ে অভিনয় কৰিছিল। হীৰ ৰাঞ্জাৰ প্ৰেম কাহিনী আৰু ১৮ শতিকাৰ পাঞ্জাবী চুফী কবি ৱাৰিছ শ্বাহৰ মহাকাব্যৰ আধাৰত ছবিখনৰ কাহিনী বৰ্ণনা কৰা হৈছে।
-
হীৰা মোতি
হীৰা মোতি (Heera Moti) ১৯৫৯ চনৰ এখন হিন্দীভাষাৰ নাট্যধৰ্মী ছবি। ছবিখনৰ পৰিচালক কৃষণ চোপ্ৰা। মুন্সি প্ৰেমচান্দৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখন ছবিৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে ক্ৰমে কৃষণ চোপ্ৰা আৰু বৈজ শৰ্মাই। মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহনী আৰু নিৰূপা ৰয়ে।
-
হুডোক নৃত্য
হুডোক নৃত্য ইণ্ডোনেছিয়াৰ পূব কালিমন্তান প্ৰদেশৰ দয়াক জনগোষ্ঠীৰ বহু উপগোটে এৰাউ চপোৱাৰ ধন্যবাদ উৎসৱৰ সময়ত পৰিবেশন কৰা এক মুখা পিন্ধা নৃত্য।
-
হেৰিট এব্ৰামছ
হেৰিট এব্ৰামছ (প্ৰায় ১৭৫৮ – ৮ মাৰ্চ ১৮২১) এগৰাকী ইংৰাজ মাৰ্গীয় গায়িকা আৰু সুৰকাৰ আছিল। বিশেষকৈ জৰ্জ ফ্ৰিডেৰিক হেণ্ডেলৰ ৰেপাৰ্টৰীত কৰা কামৰ বাবে প্ৰশংসিত এব্ৰামছে ১৭৮০ চনৰ সময়ছোৱাত লণ্ডনত সফল কনচাৰ্ট কেৰিয়াৰৰ অধিকাৰী হৈছিল।
-
হৈমন্তীৰ ইতিকথা
বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ "হৈমন্তী" চুটিগল্পৰ আধাৰত নিৰ্মিত ২০২৪ চনৰ বাংলাদেশী পূৰ্ণদৈৰ্ঘ্যৰ ছবি হৈমন্তীর ইতিকথা ৷ ইয়াৰ ৰচনা আৰু পৰিচালক মিৰ্জা সাখাৱত হোছেইন। ছাইফ খান, ঐশিকা ঐশি, ঝুনা চৌধুৰী আৰু ৰাছেদা চৌধুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। যিটো ২০২৪ চনৰ ১৮ অক্টোবৰত ছবিগৃহত মুক্তি পাইছিল।
-
হৰে কাঁচ কি চুড়ীয়াঁ
হৰে কাঁচ কি চুড়ীয়াঁ (Hare Kanch Ki Chooriyan) ১৯৬৭ চনৰ এখন হিন্দী, সামাজিক, পাৰিবাৰিক নাট্যধৰ্মী ছবি। পৰিচালনা আৰু প্ৰযোজনা কৰিছে কিশোৰ সাহুৱে। কিশোৰ সাহু কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনাও কিশোৰ সাহুৰ। কিশোৰ সাহু শংকৰ জয়কিষাণে সংগীত ৰচনা কৰাৰ বিপৰীতে গীতৰ কথা লিখিছিল হছৰৎ জয়পুৰী আৰু শৈলেন্দ্ৰই।
-
১৯৩০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত প্ৰথম অসমীয়া ছবি জয়মতী। 'চিত্ৰলেখা মুভিটোন'ৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়।
-
২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২০১৭ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
{| ! # !! মুক্তি !! শিৰোনাম !! পৰিচালক !! অভিনয়ত !! চলচ্চিত্ৰ শৈলী !! CBFC !! Ref. |- | ১ || ৬ জানুৱাৰী || কোঁৱৰপুৰৰ কোঁৱৰ || ৰাজেশ ভূঞা || নয়ন নীলিম, তাপশ্ৰী কলিতা, অমৃতা গগৈ, উৎপল দাস, হিৰণ্য ডেকা || ৰোমাঞ্চ, এক্সন || U || |- | ২ || ১৩ জানুৱাৰী || দূৰ || কংকণ ৰাজখোৱা || উদয়ন দুৱৰা, অচিন্ত…
-
৩ কন্যা
৩ কন্যা ( 3 Kanya ) ২০১২ চনৰ অগ্নিদেৱ চেটাৰ্জীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন বাংলা মনস্তাত্বিক একচন থ্ৰিলাৰ ছবি। ছবিখনত তিনিগৰাকী মহিলাৰ জীৱনৰ কাহিনী বৰ্ণনা কৰা হৈছে। এই তিনিটা চৰিত্ৰত অভিনয় কৰিছে ঋতুপৰ্ণা সেনগুপ্ত, অনন্যা চেটাৰ্জী আৰু উন্নতি দাভাৰাই।[1][2]
-
৮৬ সংখ্যক অস্কাৰ বঁটা বিজয়ীৰ তালিকা
২০১৪ চনৰ ১৬ জানুৱাৰীত একাডেমীৰ সভাপতি 'Cheryl Boone Isaacs' এ কেলিফৰ্ণিয়াত ৮৬ সংখ্যক অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰা সকলৰ নাম ঘোষণা কৰে। American Hustle আৰু 'গ্ৰেভিটী য়ে প্ৰায়ভাগ মনোনয়ন লাভ কৰে।
-
ৰজা ফাকুৱা
ৰজা ফাকুৱা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত প্ৰতিবছৰে অনুষ্ঠিত কৰা দৌল উৎসৱ। এই উৎসৱ আহোম ৰজা প্ৰমত্ত সিংহৰ দিনৰে পৰা পালিত হৈ আহিছে। প্ৰতি বছৰ চ’ত মাহৰ শুক্লা দ্বিতীয়া তিথিত ৰজা ফাকুৱা বা ৰজা দৌল পালন কৰা হয়।
-
ৰণুৱা
ৰণুৱা (Ronuwa- Who Never Surrender) হৈছে ২০২১ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত 'ৰণুৱা' নামৰ অসমীয়া ছবিখনে ২০২১ চনত ৬৭ সংখ্যক ৰজকমল বঁটা লাভ কৰিছে।
-
ৰাইকমল
ৰাইকমল ( Raikamal ) সুবোধ মিত্ৰ পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। অভিনয় কৰিছে উত্তম কুমাৰ, সাবিত্ৰী চেটাৰ্জী, কাবেৰী বসু, চন্দ্ৰাৱতী দেৱী আদিয়ে। সংগীত ৰচনা পংকজ কুমাৰ মল্লিকৰ। গীতৰ কথা অতুলপ্ৰসাদ সেন, তাৰাশংকৰ বন্দোপাধ্যায়, শৈলেন ৰায়ে লিখিছে। ছবিখন ১৯৫৫ চনৰ ৮ মাৰ্চত মুক্তি পাইছিল।
-
ৰাজিয়া চুলতান (চলচ্চিত্ৰ)
ৰাজিয়া চুলতান (Razia Sultan) ১৯৮৩ চনৰ কমাল আমৰোহী ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় পিৰিয়ড জীৱনীমূলক ছবি। হেমা মালিনী, পাৰবীন বাবী আৰু ধৰ্মেন্দ্ৰই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ লগে লগে ছবিখন মূলতঃ ইয়াৰ নিৰ্মাণ অধিক ধন বিনিয়োগ হোৱাৰ বাবে বক্স অফিচত দুৰ্যোগৰ সৃষ্টি কৰিছিল।
-
ৰাণী পদ্মিনী (চলচ্চিত্ৰ)
ৰাণী পদ্মিনী ( Rani Padmini ) আশিক আবু পৰিচালিত এখন ভাৰতীয় মালয়ালম ছবি, য'ত ৰীমা কলিংগাল আৰু মঞ্জু ৱাৰিয়ৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিৰ প্ৰযোজক ফ’ৰ্ট এণ্টাৰটেইনমেণ্ট কোম্পানী। চিত্ৰনাট্য লিখিছিল শ্যাম পুষ্কৰণ আৰু ৰবিশংকৰে ৷ সংগীত ৰচনা কৰিছিল বিজীবালে।
-
ৰাম্যা বেহাৰা
ৰাম্যা বেহাৰা এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যিয়ে মূলতঃ তেলেগু ছবিত কাম কৰে। তেলেগু, কানাড়া, তামিল, মালয়ালম আৰু হিন্দী ছবিত তেওঁ ১৮০ টাতকৈও অধিক গীত গাইছে। তেলেগু ছবি “বাহুবলী: দ্য বিগিনিঙ”ৰ (২০১৫) "ধীৱৰা" তেওঁৰ সফল গীত আছিল।
-
ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়, নতুন দিল্লী
ভাৰতৰ নতুন দিল্লীৰ ডাক ভৱনত থকা ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়টো (National Philatelic Museum, New Delhi) ডাক বিভাগৰ দ্বাৰা পৰিচালিত। সংগ্ৰহালয়টো "দিল্লী ঐতিহ্য গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান"ৰ ড° আনন্দ বৰ্ধনে ৰূপাঙ্কণ কৰিছিল, তেওঁ "ভাৰতীয় সংগ্ৰহালয় সংস্থা"ৰ সচিবও।
-
ৰুদ্ৰ (চলচ্চিত্ৰ)
ৰুদ্ৰ (Rudra) হʼল ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় কন্নড় ভাষাৰ এখন একচনধৰ্মী চলচ্চিত্ৰ। ছবিখন পৰিচালক কে. এছ. আৰ. দাসে ৰচনা তথা পৰিচালনা কৰিছিল। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা বিষ্ণুবৰ্ধন আৰু অভিনেত্ৰী খুছবু সুন্দৰে আৰু পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল বজ্ৰমুনি, কে. এছ. অশ্বথ এবং লোহিতাস্বই।
-
ৰেজাং নৃত্য
ৰেজাং নৃত্য ইণ্ডোনেছিয়াৰ বালিৰ এক পৱিত্ৰ বালিন নৃত্য, যি ত্যাগৰ নৃত্য হিচাপে পৰিচিত, য'ত ছোৱালীবোৰে নিজকে দেৱতাৰ ওচৰত উছৰ্গা কৰে। সাধাৰণতে ইণ্ডোনেছিয়াৰ বালিৰ ক্লাংকুং ৰিজেন্সি আৰু কাৰাংগাচেম ৰিজেন্সিৰ হিন্দু মন্দিৰত অনুষ্ঠিত হয়।
-
ৰোগন জোছ (চুটিছবি)
ৰোগন জোছ (Rogan Josh) হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চুটিছবি। ২৬/১১ ত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে কিদৰে এটা পৰিয়ালৰ সোণালী জীৱনযাত্ৰা ব্যাহত কৰি তুলিলে তাকেই চুটিছবিখনত দাঙি ধৰিছে।
-
ৱাৰ্খা শিৰ
ৱাৰ্খা শিৰ এক নাৰী মূৰ্ত্তি। এই নাৰী মূৰ্ত্তি ৩০০০ খ্ৰীঃ পূৰ্বৰ আগতে উৰোকত (Uruk) বগা মাৰ্বলত খোদিত হৈছিল। ইয়াৰ চকুত সম্ভৱ নীল পাথৰ (lapis lajuli) আৰু শ্বেত খোলা (shell) আৰু চেলাউৰিত ক'লা আলকাতৰা (bitumen) লগোৱা হৈছিল।