হোণ্ডা-সা ৰে গা মা পা ২০১২ চন (Honda - Sa Re Ga Ma Pa 2012)১ হৈছে সা ৰে গা মা পা চেলেঞ্জৰ পঞ্চম কিস্তি, যিটো আৰম্ভ হৈছিল ২০১২ চন চনৰ ছেপ্তেম্বৰ ২৯ তাৰিখে জি টিভিত। এইটো ছিৰিজত এংকৰ হৈছিল বিখ্যাত গায়ক যাবেদ আলি আৰু নিৰ্বাচন পৰ্বত হোস্ট কৰিছিল জয় ভনুছালি। বিচাৰক হিচাপে আছিল ৰাহুল ৰাম, শংকৰ মহাদেৱন, ছাজিড-ৱাজিড (ছাজিড আলি ৱাজিড আলি)। অডিচন ৰাউণ্ডৰ পৰা সৰ্বমুঠ ১০০ জন প্ৰতিযোগীক নিৰ্বাচন কৰি মেগা প্ৰতিযোগিতালৈ ১৫ জন নিৰ্বাচন কৰিছিল।
শীৰ্ষ ১৫ জন
- পদ্মনাভ বৰদলৈ (গুৱাহাটী)
- কোনাল পাণ্ডিত (মুম্বাই)
- বিশ্বজীত বৰৱানকাৰ (মুম্বাই)
- আৰ্চ মাহমোদ (মুম্বাই)
- সুভৰিমা ভাদুৰি (মুম্বাই)
- জাছপ্ৰিত শৰ্মা (পঞ্জাব, ভাৰত)
- ছেহনাজ আখটাৰ (পঞ্জাব, ভাৰত)
- আৰ্ছপ্ৰিত কওৰ (পঞ্জাব, ভাৰত)
- মহমদ অসমন (ৰাজস্থান)
- ৰেনু নগৰ (ৰাজস্থান)
- যশৰাজ যোশি (পুনে)
- পাৰুল মিশ্বা (গুৰখপুৰ)
- মাধুৰি দে (কলিকতা)
- মুনময়ী ত্ৰিৰুধকাৰ (গুৱা)
- হিমাংশু শৰ্মা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সা ৰে গা মা পা ২০১২” প্ৰবন্ধৰ সংশোধন ১৭২৫০৮ (২৯ ডিচেম্বৰ ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।