অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৫ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ
বৰ্ষছবিপৰিচালকসংগীত পৰিচালকমুক্তিৰ তাৰিখটোকা
১৯৬১শকুন্তলাভূপেন হাজৰিকাভূপেন হাজৰিকা২৪ নৱেম্বৰপ্ৰথম আংশিক ৰঙীন ছবি
লাচিত বৰফুকনলক্ষ্যধৰ চৌধুৰী, প্ৰবীণ ফুকনব্ৰজেন বৰুৱা২৯ ছেপ্টেম্বৰ
১৯৬২নৰকাসুৰনিপ বৰুৱাব্ৰজেন বৰুৱা-
১৯৬৩ইটো সিটো বহুতোব্ৰজেন বৰুৱাব্ৰজেন বৰুৱা-প্ৰথম পূৰ্ণদৈৰ্ঘৰ হাস্যৰসাত্মক ছবি
মাটিৰ স্বৰ্গঅনিল চৌধুৰীজীতেন দেৱ-
তেজীমলাআনোৱাৰ হুছেইনৰাজেশ্বৰ বৰদলৈ-শ্ৰেষ্ঠ অসমীয়া ছবিৰ চাৰ্টিফিকেট অৱ মেৰিট প্ৰাপ্ত
১৯৬৪মণিৰাম দেৱানসৰ্বেশ্বৰ চক্ৰৱৰ্তীভূপেন হাজৰিকা১০ জানুৱাৰী
প্ৰতিধ্বনি১ভূপেন হাজৰিকাভূপেন হাজৰিকা-ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ
১৯৬৬লটিঘটিভূপেন হাজৰিকাভূপেন হাজৰিকা-
১৯৬৮মৰম তৃষ্ণাআব্দুল মজিদবিবেকানন্দ ভট্টাচাৰ্য৫ জানুৱাৰী
সংগ্ৰামঅমৰ পাঠকঅসিত গাংগুলী১৯ জানুৱাৰী
ভাগ্যএ. চালামলক্ষ্মীকান্ত প্যাৰেলাল১২ এপ্ৰিলপ্ৰথম অসমীয়া ডাবড্ চলচ্চিত্ৰ
১৯৬৯চিকমিক বিজুলীভূপেন হাজৰিকাভূপেন হাজৰিকা১৯ অক্টোবৰ
ডক্তৰ বেজবৰুৱাব্ৰজেন বৰুৱাৰমেন বৰুৱা-শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)

তথ্য সংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ K. Moti Gokulsing; Wimal Dissanyake. (2004). Indian Popular Cinema: A Narrative of Cultural Change. Trentham Books. পৃ. 130–. ISBN 978-1-85856-329-9

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় তালিকা১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰমুক্তিৰ দশক অনুসৰি অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৪১৪৪৫ (২৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।