অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

৬০তম ফিল্মফেয়াৰ বঁটা

২০১৪ চনৰ বলিউডৰ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ৩১ জানুৱাৰী তাৰিখে মুম্বাইৰ য়শ ৰাজ ষ্টুডিঅ'ত ৬০তম ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটি আঁত ধৰে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ, অভিনেত্ৰী আলিয়া ভাট আৰু কৌতুক শিল্পী কপিল শৰ্মাই।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৭০ শব্দ · ১ মিনিট সংগৃহীত ৯৩
সংশোধনৰ পৰামৰ্শ

২০১৪ চনৰ বলিউডৰ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ৩১ জানুৱাৰী তাৰিখে মুম্বাইৰ য়শ ৰাজ ষ্টুডিঅ'ত ৬০তম ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটি আঁত ধৰে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ, অভিনেত্ৰী আলিয়া ভাট আৰু কৌতুক শিল্পী কপিল শৰ্মাই।১২

মনোনয়ন

বিভিন্ন শিতানৰ ফিল্মফেয়াৰ বঁটাসমূহৰ বাবে ২০১৫ চনৰ ১৯ জানুৱাৰী তাৰিখে মনোনয়ন ঘোষণা কৰা হয়।৩

বঁটাসমূহ

বিজয়ীসকলক গাঢ় আখৰত দেখুওৱা হৈছে।

মূল বঁটাসমূহ

শ্ৰেষ্ঠ চলচ্চিত্ৰশ্ৰেষ্ঠ পৰিচালক
*কুঈন– অনুৰাগ কাশ্যপ আৰু বিক্ৰমাদিত্য ম'টৱানে **পি কে **২ ষ্টেট্‌ছ **হেইদৰ **মেৰী কম | valign="top" | *বিকাশ বাহ্‌ল – কুঈন **বিশাল ভৰদ্বাজ – হেইদৰ **অভিষেক বৰ্মণ – ২ ষ্টেট্‌ছ **অনুৰাগ কাশ্যপ – আগলী **ৰাজকুমাৰ হিৰাণি – পি কে |- ! style="background:#EEDD82;"| শ্ৰেষ্ঠ অভিনেতা ! style="background:#EEDD82;"| শ্ৰেষ্ঠা অভিনেত্ৰী |- | *শ্বাহিদ কাপুৰ – হেইদৰ, চৰিত্ৰ- হেইদৰ মীৰ **আমিৰ খান – পি কে, চৰিত্ৰ- পি কে **অক্ষয় কুমাৰ – হলিডে' - এ ছ'লজাৰ ইজ নেভাৰ অফ ডিউটী, চৰিত্ৰ- বিৰাট বক্সী **ঋত্বিক ৰোছন – বেং বেং!, চৰিত্ৰ- ৰাজবীৰ/জয় নন্দা **ৰণদীপ হোদা – ৰং ৰছিয়া, চৰিত্ৰ- ৰাজা ৰবি বৰ্মা | *কংগণা ৰাণাওট – কুঈন, চৰিত্ৰ- ৰাণী মেহৰা **আলিয়া ভাট – হাইৱে, চৰিত্ৰ- বীৰা ত্ৰিপাঠি **মাধুৰী দীক্ষিত – ডেঢ় ঈস্কিয়া, চৰিত্ৰ- বেগম পাৰা **ৰাণী মুখাৰ্জী – মৰদানি, চৰিত্ৰ- শিৱানী শিৱাজী ৰয় **ছ'নম কাপুৰ – খুবছুৰত, চৰিত্ৰ- মৃণালিনী "মিলি" চক্ৰৱৰ্তী **প্ৰিয়ংকা চোপ্ৰা – মেৰী কম, চৰিত্ৰ- মেৰী কম |- ! style="background:#EEDD82;"| শ্ৰেষ্ঠ সহ অভিনেতা ! style="background:#EEDD82;"| শ্ৰেষ্ঠা সহ অভিনেত্ৰী |- | *কে কে মেনন – হেইদৰ, চৰিত্ৰ- খুৰ্ৰম মীৰ **ৰিতেশ দেশমুখ – এক ভিলেইন, চৰিত্ৰ- ৰাকেশ মহাডকাৰ **অভিষেক বচ্চন – হেপ্পী নিউ ইয়েৰ, চৰিত্ৰ- নন্দু ভিড়ে **ৰোনিত ৰয় – ২ ষ্টেট্‌ছ, চৰিত্ৰ- বিক্ৰম মলহোট্ৰা **তাহিৰ ৰাজ ভাচিন – মৰদানি, চৰিত্ৰ- ৱাল্ট/কৰণ ৰাস্তোগি | *টাবু – হেইদৰ, চৰিত্ৰ- গজালা মীৰ **অমৃতা সিং – ২ ষ্টেট্‌ছ, চৰিত্ৰ- কবিতা মলহোট্ৰা **ডিম্পল কপাড়িয়া – ফাইণ্ডিং ফেনী, চৰিত্ৰ- ৰ'জেলিনা "ৰ'জি" ইউকেৰিষ্টিকা **জুহি চাওলা – গুলাব গেং, চৰিত্ৰ- সুমিত্ৰা দেৱী **লিজা হে'ডন – কুঈন, চৰিত্ৰ- বিজয়লক্ষ্মী |- ! style="background:#EEDD82;"| শ্ৰেষ্ঠ নৱাগত অভিনেতা ! style="background:#EEDD82;"| শ্ৰেষ্ঠা নৱাগতা অভিনেত্ৰী |- | *ফৱাড আফজল খান – খুবছুৰত, চৰিত্ৰ- বিক্ৰম সিং | *কৃতি ছান'ন – হিৰ'পন্তি, চৰিত্ৰ- ডিম্পল/"ডিম্পী" |- ! style="background:#EEDD82;"| শ্ৰেষ্ঠ সংগীত পৰিচালক ! style="background:#EEDD82;"| শ্ৰেষ্ঠ গীতিকাৰ |- | *শংকৰ-এহছান-লয় – ২ ষ্টেট্‌ছ **অমিত ত্ৰিৱেদী – কুঈন **অনুপম আমোদ, অৰ্ক' প্ৰভ' মুখাৰ্জী, য় য় হনী সিং, মিথুন, প্ৰীতম চক্ৰৱৰ্তী – য়াৰিয়াঁ **হিমেশ ৰেশামিয়া, মীত ব্ৰছ অঞ্জান, য় য় হনী সিং – কিক **মিথুন, অংকিত তিৱাৰী, ছ'চ – এক ভিলেইন | *ৰশ্মি সিং - "মুস্কুৰানে'" – চিটী লাইট্‌ছ **ইৰশাদ কামিল – "পটাখা গুড্ডি" – হাইৱে **অমিতাভ ভট্টাচাৰ্য - "জেহনছীব" - হঁচি ত' ফচি **গুলজাৰ – "বিছমিল" – হেইদৰ **কৌছাৰ মুনিৰ – "চুন' না চংগ মৰমৰ" – ইয়ংগিস্তান |- ! style="background:#EEDD82;"| শ্ৰেষ্ঠ নেপথ্য গায়ক ! style="background:#EEDD82;"| শ্ৰেষ্ঠা নেপথ্য গায়িকা |- | *অংকিত তিৱাৰী – "গলিয়াঁ" – এক ভিলেইন **অৰিজিত সিং – "মস্ত মগন" – ২ ষ্টেট্‌ছ **অৰিত সিং – "চুন' না চংগ মৰমৰ" – ইয়ংগিস্তান **বেনী দয়াল – "ল'চা-এ-উল্ফট" – ২ ষ্টেট্‌ছ **শেখৰ ৰাবিজানি – "জেহনছীব" - হঁচি ত' ফচি | *কণিকা কাপুৰ – "বেবী ডল" – ৰাগিণী এম এম এছ ২ **জ্যোতি নুৰান, চুলতানা নুৰান – "পটাখা গুড্ডি" – হাইৱে **ৰেখা ভৰদ্বাজ - "হমাৰি অতৰিয়া পে" - ডেঢ় ইস্কিয়া **শ্ৰেয়া ঘোষাল – "মনৱা লাগে" - হেপ্পী নিউ ইয়েৰ **ছোনা মহাপাত্ৰ – "নেইনা" – খুবছুৰত''

সমালোচকৰ বঁটা

শ্ৰেষ্ঠ চলচ্চিত্ৰ (শ্ৰেষ্ঠ পৰিচালক)
*আখোঁ দেখি – ৰজত কাপুৰ |- ! শ্ৰেষ্ঠা অভিনেত্ৰী ! শ্ৰেষ্ঠ অভিনেতা |- | *আলিয়া ভাট - হাইৱে*সঞ্জয় মিশ্ৰ - ''আখোঁ দেখি

কাৰিকৰী বঁটাসমূহ

শ্ৰেষ্ঠ কাহিনীশ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ
*ৰজত কাপুৰ – আখোঁ দেখি*ৰাজকুমাৰ হিৰাণি আৰু অভিজাত যোশী – পি কে
শ্ৰেষ্ঠ সংলাপশ্ৰেষ্ঠ সম্পাদনা
*অভিজাত যোশী আৰু ৰাজকুমাৰ হিৰাণি – পি কে*অভিজিত ক'কাতে আৰু অনুৰাগ কাশ্যপ – কুঈন
শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাশ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী
*আহমেদ খান - জুম্মে কি ৰাত – কিক*ববী সিং আৰু সিদ্ধাৰ্থ দিৱান – কুঈন
শ্ৰেষ্ঠ কলা নিৰ্দেশনাশ্ৰেষ্ঠ শব্দ অভিযোজনা
*সুব্ৰত চক্ৰৱৰ্তী আৰু অমিত ৰায় – হেইদৰ*অনিলকুমাৰ ক'নাকান্দলা আৰু প্ৰবাল প্ৰধান – মৰদানি
শ্ৰেষ্ঠ সাজ-সজ্জাশ্ৰেষ্ঠ আৱহ সংগীত
*ডলী আহলুৱালিয়া – হেইদৰ*অমিত ত্ৰিবেদী – কুঈন
শ্ৰেষ্ঠ স্পেচিয়েল এফেক্ট্‌ছশ্ৰেষ্ঠ এক্‌চন
বঁটা দিয়া নহ'ল*শাম কৌশল – গুণ্ডে

বিশেষ বঁটা

জীৱনজোৰা সাধনাৰ বঁটা
*কামিনী কৌশল
শ্ৰেষ্ঠ নৱাগত পৰিচালক
*অভিষেক বৰ্মণ - ২ ষ্টেট্‌ছ

তথ্য সংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ (January 4, 2015). Look who are hosting this year's Filmfare Awards!. DNAIndia
  2. ↑ timesofindia.indiatimes.com/entertainment/hindi/
  3. ↑ (January 19, 2015). Nominations for the 60th Britannia Filmfare Awards. Filmfare

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ বঁটা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৬০তম ফিল্মফেয়াৰ বঁটা” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৯৫ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।