অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰঘুপতি ভেংকায়া বঁটা

ৰঘুপতি ভেংকায়া বঁটা হৈছে অন্ধ্ৰ প্ৰদেশ ভাৰত চৰকাৰৰদ্বাৰা তেলেগু চলচ্চিত্ৰ জীৱনজোৰা কৃতিত্বক স্বীকৃতি দিবলৈ প্ৰদান কৰা এক বঁটা। ১৯৮১ চনত ভাৰতৰ অন্যতম চলচ্চিত্ৰ পথ-প্ৰদৰ্শক ৰঘুপতি ভেংকায়া নাইডু সন্মানত এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল, যাক "তেলেগু চিনেমাৰ-পিটৃ" বুলি গণ্য কৰা হয়।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৬ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰঘুপতি ভেংকায়া বঁটা হৈছে অন্ধ্ৰ প্ৰদেশ ভাৰত চৰকাৰৰদ্বাৰা তেলেগু চলচ্চিত্ৰ জীৱনজোৰা কৃতিত্বক স্বীকৃতি দিবলৈ প্ৰদান কৰা এক বঁটা। ১৯৮১ চনত ভাৰতৰ অন্যতম চলচ্চিত্ৰ পথ-প্ৰদৰ্শক ৰঘুপতি ভেংকায়া নাইডু সন্মানত এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল, যাক "তেলেগু চিনেমাৰ-পিটৃ" বুলি গণ্য কৰা হয়।১ বিজয়ীক নন্দী বঁটা অনুষ্ঠানত এখন সোণালী নন্দী (হিন্দু পৌৰাণিক কাহিনীৰ এটা ষাঁড়ৰ নামেৰে নামকৰণ কৰা), এটা সোণৰ পদক, এটা প্ৰমাণ-পত্ৰ আৰু ৫০,০০০ টকাৰ নগদ পুৰস্কাৰ (৫২০ মাৰ্কিন ডলাৰ) প্ৰদান কৰা হয়।

প্ৰথম প্ৰাপকঃ এল. ভি. প্ৰসাদ
প্ৰথম প্ৰাপকঃ এল. ভি. প্ৰসাদছবি: India Post, Government of India · GODL-India
প্ৰথমগৰাকী মহিলা প্ৰাপকঃ ভানুমতী ৰামকৃষ্ণ
প্ৰথমগৰাকী মহিলা প্ৰাপকঃ ভানুমতী ৰামকৃষ্ণছবি: India Post, Government of India · GODL-India
শেহতীয়া প্ৰাপকঃ চিৰঞ্জীৱী
শেহতীয়া প্ৰাপকঃ চিৰঞ্জীৱীছবি: Bollywood Hungama · CC BY 3.0

বঁটা প্ৰাপক

+বঁটা প্ৰাপকৰ তালিকাবছৰগ্ৰহণকাৰীকৰ্মক্ষেত্ৰতথ্যসূত্ৰ
১৯৮০এল. ভি. প্ৰসাদপৰিচালক, প্ৰযোজক
১৯৮১পি. পুল্লায়াপৰিচালক, প্ৰযোজক
১৯৮২বি. এ. সুব্বা ৰাওপৰিচালক, প্ৰযোজক
১৯৮৩এম. এ. ৰহমানচিনেমাটোগ্ৰাফাৰ
১৯৮৪কোচাৰাজু ৰাঘবায়্যাগীতিকাৰ, কবি, অভিনেতা
১৯৮৫ভানুমতীঅভিনেত্ৰী, প্ৰযোজক, গায়ক, সংগীত পৰিচালক, পৰিচালক আৰু লেখক।
১৯৮৬বাপু।পৰিচালক
মুল্লাপুডি ভেংকট ৰামানালেখক।
১৯৮৭বি. নাগি ৰেড্ডীপ্ৰযোজক
১৯৮৮ডি. ভি. এছ. ৰাজুপ্ৰযোজক
১৯৮৯আক্কিনেনি নাগেশ্বৰ ৰাওঅভিনেতা
১৯৯০দাসৰী নাৰায়ণ ৰাওপৰিচালক, প্ৰযোজক, অভিনেতা
১৯৯১কে. বিশ্বনাথপৰিচালক
১৯৯২এছ. ৰাজেশ্বৰ ৰাওসুৰকাৰ
১৯৯৩ডি. মধুসূদন ৰাওপ্ৰযোজক
১৯৯৪অজ্ঞলি দেৱীঅভিনেত্ৰী
১৯৯৫কে. এছ. প্ৰকাশ ৰাওঅভিনেতা, প্ৰযোজক, পৰিচালক
১৯৯৬ইনটুৰি ভেংকটেশ্বৰ ৰাওচলচ্চিত্ৰ সাংবাদিক
১৯৯৭ভি. মধুসূদন ৰাওপৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ
১৯৯৮গুম্মাডীঅভিনেত্ৰী
১৯৯৯শান্তা কুমাৰীঅভিনেত্ৰী, প্ৰযোজক
২০০০তাডেপল্লী লক্ষ্মী কান্তা ৰাওঅভিনেতা, প্ৰযোজক
২০০১আল্লু ৰামলিঙ্গাইয়াঅভিনেতা২
২০০২পি. সুশীলানেপথ্য গায়ক৩
২০০৩ভি. বি. ৰাজেন্দ্ৰ প্ৰসাদপ্ৰযোজক
২০০৪কৃষ্ণভেণীঅভিনেত্ৰী, প্ৰযোজক৪
২০০৫এম. এছ. ৰেড্ডীপৰিচালক, প্ৰযোজক, লেখক৫
২০০৬ডি. ৰামনাইডুপ্ৰযোজক, অভিনেতা৬
২০০৭তামমাৰেড্ডী কৃষ্ণ মূৰ্তিপ্ৰযোজক
২০০৮বিজয়া নিৰ্মলাঅভিনেত্ৰী, পৰিচালক, প্ৰযোজক
২০০৯কে. ৰাঘৱাপ্ৰযোজক
২০১০এম. বলাইয়াপৰিচালক, প্ৰযোজক
২০১১কৈকলা সত্যনাৰায়ণঅভিনেতা, পৰিচালক, প্ৰযোজক
২০১২কোডি ৰামকৃষ্ণপৰিচালক
২০১৩বাণীশ্ৰীঅভিনেত্ৰী৭
২০১৪কৃষ্ণম ৰাজুঅভিনেতা
২০১৫ঈশ্বৰলেখক, প্ৰচাৰ ডিজাইনাৰ
২০১৬চিৰঞ্জীৱীঅভিনেতা

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (11 September 2011). Telugu film industry turns 80. The Hindu Business Line
  2. ↑ (2003-04-02). http://www.hindu.com/thehindu/2003/04/02/stories/2003040208660500.htm
  3. ↑ (2002-02-15). http://www.hindu.com/2004/02/15/stories/2004021509250300.htm
  4. ↑ (2005-10-23). http://www.hindu.com/2005/10/23/stories/2005102309570100.htm
  5. ↑ (2007-02-18). http://www.hindu.com/2007/02/18/stories/2007021804760600.htm
  6. ↑ (2008-04-01). http://www.hindu.com/2008/04/01/stories/2008040154560400.htm
  7. ↑ (5 April 2017). http://www.thehindu.com/news/national/andhra-pradesh/spb-hema-malini-bag-ntr-awards/article17821614.ece

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বঁটাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঘুপতি ভেংকায়া বঁটা” প্ৰবন্ধৰ সংশোধন ৬৩৮৩৯৫ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।