অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

৫৯তম ফিল্মফেয়াৰ বঁটা

২০১৩ চনত মুক্তি লাভ কৰা হিন্দী ভাষাৰ চলচ্চিত্ৰসমূহলৈ ৫৯তম ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হয়। ১৩ জানুৱাৰী ২০১৪ তাৰিখে মনোনয়নসমূহ প্ৰকাশ কৰাৰ পাছত ২৪ জানুৱাৰী ২০১৪ তাৰিখে বঁটাসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।

হালনাগাদ: ১ মাৰ্চ ২০২১ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৯৩
সংশোধনৰ পৰামৰ্শ

২০১৩ চনত মুক্তি লাভ কৰা হিন্দী ভাষাৰ চলচ্চিত্ৰসমূহলৈ ৫৯তম ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হয়। ১৩ জানুৱাৰী ২০১৪ তাৰিখে মনোনয়নসমূহ১ প্ৰকাশ কৰাৰ পাছত ২৪ জানুৱাৰী ২০১৪ তাৰিখে বঁটাসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।

মনোনয়নসমূহ

বঁটা

বিজয়ীসকলক গাঢ় আখৰত দেখুওৱা হৈছে।২

মূল বঁটা

style="background:#EEDD82;"!align="center"|শ্ৰেষ্ঠ চলচ্চিত্ৰstyle="background:#EEDD82;"!align="center"|শ্ৰেষ্ঠ পৰিচালক
valign="top" |valign="top" |
style="background:#EEDD82;"! align="center"| শ্ৰেষ্ঠ অভিনেতাstyle="background:#EEDD82;"! align="center"| শ্ৰেষ্ঠা অভিনেত্ৰী
style="background:#EEDD82;"! align="center"| শ্ৰেষ্ঠ সহঃ অভিনেতাstyle="background:#EEDD82;"! align="center"| শ্ৰেষ্ঠা সহঃ অভিনেত্ৰী
style="background:#EEDD82;"! align="center"| শ্ৰেষ্ঠ নৱাগত অভিনেতাstyle="background:#EEDD82;"! align="center"| শ্ৰেষ্ঠা নৱাগতা অভিনেত্ৰী
style="background:#EEDD82;"! align="center"| শ্ৰেষ্ঠ সংগীত পৰিচালকstyle="background:#EEDD82;"! align="center"| শ্ৰেষ্ঠ গীতিকাৰ
style="background:#EEDD82;"! align="center"| শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীstyle="background:#EEDD82;"! align="center"| শ্ৰেষ্ঠা মহিলা কণ্ঠশিল্পী

সমালোচকৰ বঁটাসমূহ

শ্ৰেষ্ঠ চলচ্চিত্ৰ (শ্ৰেষ্ঠ পৰিচালক)
*লান্স-বক্স (ৰিতেশ বাট্টা)
শ্ৰেষ্ঠ অভিনেতাশ্ৰেষ্ঠা অভিনেত্ৰী
*ৰাজকুমাৰ ৰাও (শ্বাহিদ)*শিল্পা শুক্লা (বি,এ, পাছ)

কাৰিকৰী বঁটা

শ্ৰেষ্ঠ কাহিনীশ্ৰেষ্ঠ চিত্ৰনাট্য
*সুভাষ কাপুৰ – জলী এল. এল. বি.*চেতন ভগত, অভিশেষ কাপুৰ, শুপ্ৰতিক সেন আৰু পুৱালী চৌধাৰী – কাই পো চে
শ্ৰেষ্ঠ সংলাপশ্ৰেষ্ঠ সম্পাদনা
*সোভা কাপুৰ – জলী এল. এল. বি.*আৰিফ শ্বেইখ – ডি-ডে
শ্ৰেষ্ঠ নৃত্য পৰিচালকশ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী
*সমীৰ আৰু আৰ্শ – "লাহু মুহ লাগ গায়া"*কমলজীত নেগী – মাড্ৰাছ কাফে
শ্ৰেষ্ঠ কলা নিৰ্দেশনাশ্ৰেষ্ঠ সংগীত নিৰ্মাণ
*এক্ৰ'প'লিচ – ভাগ মিলখা ভাগ*বিশ্বদীপ চত্তোপধ্যায় আৰু নিশাৰ ৰঞ্জন সমৰ – মাড্ৰাছ কাফে
শ্ৰেষ্ঠ সাজসজ্জাশ্ৰেষ্ঠ নেপথ্য সংগীত
*ড'লী আহলুৱালিয়া – ভাগ মিলখা ভাগ*হিতেশ চোনিক – কাই পো চে
শ্ৰেষ্ঠ বিশেষ প্ৰয়োগশ্ৰেষ্ঠ একচন
*টটা এলেক্সি - ধুম ৩*থ'মাছ আৰু গুৰু বচ্চন – ডী-ডে'

বিশেষ বঁটা

জীৱনজোৰা সাধনাৰ বঁটা
*তনুজা
আৰ. ডি. বৰ্মণ বঁটা
*সিদ্ধাৰ্থ মহাদেৱন
চ'নীৰ পৰা শ্ৰেষ্ঠ সাফল্যৰ বঁটা
*চেন্নাই এক্সপেছ

সৰ্বাধিক মনোনয়ন আৰু বঁটা

সৰ্ব্বাধিক মনোনয়ন লাভ কৰা চলচ্চিত্ৰ

  • '৯টা মনোনয়ন:'য়েহ জাৱানী হেই দীৱানী
  • '৭টা মনোনয়ন:'ৰাম-লীলা,চেন্নাই এক্সপ্ৰেছ
  • '৮টা মনোনয়ন:'ভাগ মিলখা ভাগ,ৰানঝানা, আশ্বিকী ২
  • '৪টা মনোনয়ন:'কাই পো চে, লুটেৰা
  • '২টা মনোনয়ন:'ক্ৰিছ ৩

তথ্যসূত্ৰ

  1. ↑ (13 January 2014). 59th Idea Filmfare Awards nominations. Filmfare
  2. ↑ (24 January 2014). 59th Idea Filmfare Awards Live Blog. Filmfare

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ বঁটা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫৯তম ফিল্মফেয়াৰ বঁটা” প্ৰবন্ধৰ সংশোধন ২৬৫৫১৩ (১ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।