অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অতুল বৰদলৈ

অতুল বৰদলৈ (Atul Bordoloi) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আছিল। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অপৰাজেয় নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৮খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতে দূৰদৰ্শন ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ নিৰ্মাণো কৰিছিল।

হালনাগাদ: ১ মাৰ্চ ২০২৪ ৮০ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অতুল বৰদলৈ (Atul Bordoloi) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আছিল। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অপৰাজেয় নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৮খন অসমৰ চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতে দূৰদৰ্শন ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ নিৰ্মাণো কৰিছিল। তেখেতৰ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ "কল্লোল" নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল১। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে নতুন অসমীয়া নামৰ এক অসমীয়া দৈনিক কাকতৰ উপ সম্পাদকৰ দায়িত্বও বহন কৰিছিল২।

পৰিচালিত চলচ্চিত্ৰ

অতুল বৰদলৈয়ে মুঠতে ৮খন ছবি পৰিচালনা কৰিছিল১

ছবিৰ নামবৰ্ষটোকা
অপৰাজেয়১৯৭০
বনৰীয়া ফুল১৯৭৩
অনুতাপ১৯৭৩
কল্লোল১৯৭৮
মেঘ১৯৭৯
গ্ৰহণ১৯৯০
ডাৱৰ১৯৯০
চিঞৰ১৯৯১
দৃষ্টি১৯৯৪

বাহ্যিক সংযোগ

  1. Atul Bordoloi’s flimography

তথ্যসূত্ৰ

  1. ↑ (2013-01-22). Film Directors. enajori.com
  2. ↑ (Aug 11, 2010). Noted film director Atul Bordoloi passes away

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অতুল বৰদলৈ” প্ৰবন্ধৰ সংশোধন ৪০৮৯৩১ (১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।