ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আহোম যুগৰ ব্যৱহাৰিক সাহিত্য
আহোম যুগৰ কাব্য-সাহিত্যৰ ৰীতি শঙ্কৰদেৱৰ বৈষ্ণৱ সাহিত্যই নিয়ন্ত্ৰণ কৰিছিল। পোনপটীয়া পৃষ্ঠপোষকতা নাপালেও ৰজাঘৰীয়া দেৱোত্তৰ - ব্ৰহ্মোত্তৰ পাই গজগজীয়া হোৱা সত্ৰসমূহতহে অধিক ধৰ্মীয় সাহিত্যৰ সৃষ্টি হৈছিল। এই পুথিবোৰত আদ্যোপান্ত ধৰ্মীয় আদৰ্শ বিয়পি আছে।
-
ইংগা (উপন্যাস)
ইংগা (Inga; ২০১৪) হৈছে পইলে সেনগুপ্তৰ দ্বাৰা ৰচিত এখন ভাৰতীয় ইংৰাজী উপন্যাস। উপন্যাসখনৰ কাহিনীটো তামিল ব্ৰাহ্মণ নাৰী ৰাপাৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত আধাৰিত। সেনগুপ্ত মূলতঃ এজন নাট্যকাৰ আৰু এজন থিয়েটাৰ ব্যক্তিত্ব হিচাপে পৰিচিত।
-
ইউৰোপত কথা কোৱা লোকৰ সংখ্যা অনুসৰি ভাষাৰ তালিকা
এইটো কেৱল ইউৰোপ স্থানীয় ভাষা কোৱা লোকৰ সংখ্যা অনুসৰি ইউৰোপীয় ভাষাসমূহৰ এখন তালিকা।
-
ইতিহাসে সোঁৱৰা ছশটা বছৰ
ইতিহাসে সোঁৱৰা ছশটা বছৰ হৈছে সৰ্বানন্দ ৰাজকুমাৰৰ দ্বাৰা লিখিত এখন অসমীয়া বুৰঞ্জী। ১৯৮০ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত আহোম ৰাজত্বৰ উত্থান-পতনকে ধৰি প্ৰায়বোৰ ঘটনাক্ৰমৰ বিস্তৃত বৰ্ণনা সন্নিৱিষ্ট হৈছে।
-
ইৱোনা স্মিলেভ’স্কা
ইৱোনা স্মিলেভ’স্কা ( Iwona Chmielewska; জন্ম: ১৯৬০) এগৰাকী পোলেণ্ডৰ লেখিকা আৰু চিত্ৰকৰ, যিয়ে মূলতঃ শিশুৰ বাবে প্ৰকাশ কৰে যদিও প্ৰাপ্তবয়স্কৰ বাবেও সৃষ্টি প্ৰকাশ কৰে। তেওঁৰ বহু ৰচনা দক্ষিণ কোৰিয়াত প্ৰকাশ পাইছে, য’ত তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
-
ঈশা বসন্ত যোশী
ইছা বসন্ত যোশী এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু কবি। তেওঁ এশা যোশী নাম লৈ নিজৰ গ্ৰন্থসমূহ প্ৰকাশ কৰিছিল। তেওঁ ভাৰতৰ লক্ষ্ণৌৰ লা মাৰ্টিনিয়েৰ গাৰ্লছ হাইস্কুলৰ "বেষ্টন অৱ দ্য ব্ৰিটিছ" স্কুলত গ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয়। তেওঁ ব্ৰিটিছ ভাৰতৰ প্ৰথম মহিলা ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া।
-
উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহ
উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহ (Open Access Week) বা অʼপেন এক্সেছ সপ্তাহ হৈছে উন্মুক্ত প্ৰৱেশাধিকাৰ আৰু ইয়াৰ আনুষংগিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে উদযাপিত এটি বাৰ্ষিক পাণ্ডিত্যপূৰ্ণ যোগাযোগৰ অনুষ্ঠান।
-
উভতি যাবৰ মন
উভতি যাবৰ মন (ইংৰাজী: Ubhati Jabar Man) কবি ফৰিদা আহমেদৰ অসমীয়া কবিতা-সংকলন৷ ২੦২৩ চনত গুৱাহাটীৰ ইলয়ড কমিউনিকেচনে কবিতা-সংকলনটি প্ৰকাশ কৰে৷
-
এন এন
এন এন (An An) হৈছে জাপানৰ পৰা প্ৰকাশিত হোৱা এখন সাপ্তাহিক মহিলা জীৱনশৈলী আলোচনী। ই জাপানৰ আটাইতকৈ পুৰণি আৰু জনপ্ৰিয় মহিলা আলোচনীৰ ভিতৰত এখন। ২০০৯ চনত জাপান টুডে আলোচনীত ইয়াক অতি জনপ্ৰিয় মহিলা আলোচনী বুলি উল্লেখ কৰা হৈছিল। ইয়াৰ উপৰিও ই দেশখনৰ আটাইতকৈ বেছি বিক্ৰী হোৱা মহিলা আলোচনীৰ ভিতৰত এখন।
-
কছাৰী বুৰঞ্জী (গ্ৰন্থ)
কছাৰী বুৰঞ্জী গ্ৰন্থখনৰ প্ৰথম সম্পাদনা কৰিছে সূৰ্য্যকুমাৰ ভূঞাই ১৯৩৬ চনত ৷ গ্ৰন্থখনত কছাৰী ৰাজ্যৰ ইতিবৃত্ত; আৰু অসম আৰু কছাৰী ৰাজ্যৰ ৰাজনৈতিক লেনদেনৰ বুৰঞ্জী সম্পৰ্কে উল্লেখ আছে৷ কছাৰী ৰজা আৰু আহোম ৰজাৰ মাজৰ সম্পৰ্ক, পাৰ্থক্য, আহোম-কছাৰীৰ যুদ্ধ আদি সম্পৰ্কেও বিৱৰণ আছে৷ গ্ৰন্থখনৰ মূল ৰূপটোৰ…
-
কবিতা (আলোচনী)
কবিতা (ইংৰাজী: Kabita) অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন কবিতা বিষয়ক দুমহীয়া আলোচনী। প্ৰথম সংখ্যাটোৰপৰা অসমৰ কাব্য-জগতত চিন্তা আৰু ৰুচিৰ দিশেৰে এক উচ্চ আৰ্হি স্থাপন কৰিবলৈ সক্ষম হোৱা আলোচনীখন কেৱল সাতটা সংখ্যা প্ৰকাশ পাই বন্ধ হৈ যায়।
-
কবিতাৰ দেহবিচাৰ
কবিতাৰ দেহবিচাৰ (Kobitar Dehbichar) হৈছে বিশিষ্ট অসমীয়া সাহিত্যিক নৱকান্ত বৰুৱাৰ অসমীয়া কবিতাৰ দেহৰূপটোৰ অলংকাৰ বিষয়ক সমীক্ষাত্মক প্ৰবন্ধ পুথি।
-
কবিৰাজ চক্ৰৱৰ্তী (জ্যোতিষপুথি ৰচক)
কৱিৰাজ চক্ৰৱৰ্তী (১৭ শতিকা) 'ডাক সৰস্বতী'ৰ পুত্ৰ। ১৬৪৬ চনত 'দিনকিৰণাৱলী' নাম দি জ্যোতিষৰ এখন পুথি ৰচনা কৰিছিল। সংস্কৃত জ্যোতিষ পুথি 'ভাস্বতী'ৰ অসমীয়া অনুবাদ কৰে 'ভাস্বতী শাস্ত্ৰৰ কথা' নাম দি।
-
কলাগুৰু বিষ্ণুৰাভা (গ্ৰন্থ)
কলাগুৰু বিষ্ণুৰাভা (Kalguru Bishnu Rabha) গ্ৰন্থখন বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীমূলক গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰণেতা তিলক দাস। ১৯৮৮ চনত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ প্ৰকাশক বনলতা, পানবজাৰ, গুৱাহাটী। ইয়াত মুঠতে একৈশটা অধ্যায় আছে।
-
কাম কৰাৰ আনন্দ
কাম কৰাৰ আনন্দ (Kaam Korar Aanondo) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য-ৰচনা। প্ৰথমবাৰ ২০০৭ চনৰ অক্টোবৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে কৰ্মযোগী ডাঃ নোমলচন্দ্ৰ বৰাৰ কৰকমলত আগবঢ়াইছে।
-
কালী দ্য মাদাৰ (কবিতা)
"কালী দ্য মাদাৰ" হিন্দু সন্ন্যাসী স্বামী বিবেকানন্দৰ এটি কবিতা। ১৮৯৮ চনৰ ২৪ ছেপ্টেম্বৰত বিবেকানন্দই এই কবিতাটো লিখিছিল, যেতিয়া তেওঁ কাশ্মীৰৰ শ্ৰীনগৰৰ দল হ্ৰদত গৃহনাওত উঠি বহি আছিল। এই কবিতাৰ মাধ্যমেৰে তেওঁ কালী দেৱীক পূজা কৰিছিল।
-
কুঁহি
কুঁহি আলোচনীখন নামনি অসমৰ সৰভোগৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন ত্ৰিমহীয়া আলোচনী। এই ভিন্নবিষয়ক আলোচনীখন ১ জানুৱাৰী, ২০১৪ তাৰিখৰ পৰা প্ৰকাশিত হৈ আছে।
-
কুপিয়া ভাষা
কুপিয়া বা বাল্মিকী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ বাল্মিকী লোকে ব্যৱহাৰ কৰে। এই ভাষা ওড়িয়া উপগোটৰ অন্তৰ্গত। বাল্মিকীসকল জনগোষ্ঠীয় লোক যিয়ে মুখ্যতঃ উৰিষ্যাৰ কৰাপুত আৰু আন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনং জিলাত বাস কৰে।
-
কেষ্টাৰব্ৰিজৰ মেয়ৰ
কেষ্টাৰব্ৰিজৰ মেয়ৰ এখন বিশ্ববিখ্যাত ইংৰাজী উপন্যাস৷ মূল গ্ৰন্থৰ নাম-The mayor of Casterbridge. উপন্যাসখনৰ লেখক টমাছ হাৰ্ডি৷ ভিক্তোৰিয়ান যুগৰ প্ৰখ্যাত ঔপন্যাসিক, কবি আৰু নাট্যকাৰ টমাছ হাৰ্ডিৰ জন্ম হয় ১৮৪০ খ্ৰীষ্টাব্দৰ ২ জুনত৷ জন্মস্থান ডৰছেটশ্বায়াৰ৷ ১৮৭১ চনত তেখেতৰ প্ৰথম উপন্যাস Desperate…
-
কোনি (উপন্যাস)
কোনি হৈছে মতি নন্দীৰ দ্বাৰা ৰচিত এখন বাংলা উপন্যাস।
-
কোলেলুট্টু
কোলেজুথু লিপি ( Kōlezhuthu), এসময়ত কেৰেলা অঞ্চলত মালয়ালম ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা এক আক্ষৰিক বৰ্ণমালা আছিল। চেৰা পেৰুমালৰ পিছৰ যুগত (প্ৰায় দ্বাদশ শতিকাৰ পৰা) ভাটেলুট্টু লিপিৰ পৰা কোলেজুথুৰ বিকাশ ঘটিছিল।
-
ক্ষীৰেৰ পুতুল
ক্ষীৰেৰ পুতুল'(গাখীৰৰ পুতলা) হৈছে ১৮৯৬ চনত অবনীন্দ্ৰনাথ ঠাকুৰে শিশুসকলৰ বাবে ৰচনা কৰা এখন কাল্পনিক উপন্যাস। এই কিতাপখন প্ৰথম প্ৰকাশ কৰিছিল আদি ব্ৰহ্ম সমাজ প্ৰেছে।
-
ক্ৰিটিক অৱ দ্য গ'থা প্ৰগ্ৰাম
ক্ৰিটিক অৱ দ্য গ'থা প্ৰগ্ৰাম (জাৰ্মান ভাষাত: Kritik des Gothaer Programms) কাৰ্ল মাৰ্ক্সে চ'চিয়েল ডেম'ক্ৰেটিক ৱৰ্কাৰ্ছ পাৰ্টি অৱ জাৰ্মানীলৈ লিখা এখন চিঠিৰ ওপৰত আধাৰিত এক সমল।
-
গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত
গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা অনূদিত এখনি সাধুকথাৰ পুথি৷ পুথিখনত বিশ্বৰ লোক-সাহিত্যৰ পাঁচটা ভিন্ন সাধু সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন ১৯৭৮ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল৷
-
গছ আৰু অন্য কবিতা
গছ আৰু অন্য কবিতা (ইংৰাজী: Gas Aru Anya Kabita) হ’ল কবি, নিবন্ধকাৰ অনিৰ্বাণ দত্তৰ পাৰিপাৰ্শ্বিক কবিতাৰ সংকলন৷ ২੦২৪ চনত পি.ডব্লিউ.এফ.-এ সংকলনটি প্ৰকাশ কৰে৷
-
গদ্যৰ সাধনা
গদ্যৰ সাধনা(Antohin Prerona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য সংকলন। সংকলনখনত মুঠ ১২ জন ব্যক্তিৰ ১৫ টি গদ্য-ৰচনা সন্নিৱিষ্ট আছে। ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে ১৯৯৫ চনৰ আগষ্ট মাহত প্ৰকাশ কৰা এই সংকলনটিৰ মূল্য আছিল ৪৫ টকা।
-
গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্ অৱ মিলিটেণ্ট ননভায়লেঞ্চ
গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্ অৱ মিলিটেণ্ট ননভায়লেঞ্চ (Gandhi's Truth: On the Origins of Militant Nonviolence) হ'ল জাৰ্মানীত জন্ম হোৱা এগৰাকী আমেৰিকান ডেভেল'পমেণ্ট চাইক'লজিষ্ট এৰিক এইচ্ এৰিকচনে ১৯৬৯ চনত লিখা এখন গান্ধী বিষয়ক কিতাপ।
-
গীতা প্ৰেছ
গীতা প্ৰেছ হৈছে ভাৰতৰ এটা গ্ৰন্থ প্ৰকাশন কোম্পানী। ইয়াৰ মুখ্য কায্যালয় উত্তৰ প্ৰদেশৰ গৌৰখপুৰত। ই হৈছে হিন্দু ধৰ্মীয় গ্ৰন্থৰ বিশ্বৰ সৰ্ববৃহৎ প্ৰকাশক। 1923 চনত হিন্দু ধৰ্ম নীতিৰ প্ৰচাৰৰ বাবে জয়া দয়াল গয়ংকা আৰু ঘনশ্যাম দাস জালানে ইয়াৰ প্ৰতিষ্ঠা কৰিছিল।
-
গোৰা (উপন্যাস)
গোৰা (Gora) ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন উপন্যাস। এইখন ১৮৮০ দশকত ব্ৰিটিছ ৰাজত্বকালৰ সময়ত কলকাতাৰ পটভূমিত ৰচনা কৰা উপন্যাস। লিখাৰ ক্ৰম অনুযায়ী এইখন পঞ্চম আৰু তেৰখন উপন্যাসৰ ভিতৰত ই দীঘলীয়া উপন্যাস। এইখন ৰাজনীতি আৰু ধৰ্ম বিষয়ক দাৰ্শনিক বিতৰ্কৰে সমৃদ্ধ উপন্যাস।
-
গোৱা টুডে
গোৱা টুডে হ'ল ১৯৬৬ চনৰ পৰা ভাৰতৰ গোৱাৰ পানাজীৰ পৰা প্ৰকাশিত এখন মাহেকীয়া আলোচনী, য'ত বাতৰি, সাহিত্য আৰু স্থানীয় ঘটনাৱলী প্ৰকাশিত হৈছিল। গোৱা টুডেক গোৱাৰ সকলো মাহেকীয়া আলোচনীৰ পিতৃ হিচাপে গণ্য কৰা হয়।