ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হোমোগ্ৰাফ
হোমোগ্ৰাফ (Homograph) এনে এটি শব্দ য’ত অন্য শব্দৰ দৰে একেই বৰ্ণ বা আখৰ নিহিত হৈ থাকে আৰু সেই একেটা শব্দই বেলেগ এটা অৰ্থ প্ৰকাশ কৰে। অৱশ্যে, কিছুমান অভিধানে শব্দবোৰৰ উচ্চাৰণ বেলেগ হ’ব লাগিব বুলি কয়। আনহাতে অক্সফৰ্ড ইংৰাজী অভিধানে এই শব্দবোৰ "পৃথক মূল"ৰ হ’ব লাগে বুলি কয়।
-
ৰজনীগন্ধাৰ চকুলো
ৰজনীগন্ধাৰ চকুলো এখন অসমীয়া উপন্যাস৷ লেখক চৈয়দ আব্দুল মালিক৷ উপন্যাসখন ৰচনা কৰা হৈছে ১৯৮০ চনত৷
-
ৰাজকীয় থাই সাধাৰণ প্ৰতিলিপি ব্যৱস্থা
ৰাজকীয় জেনেৰেল চিষ্টেম অৱ ট্ৰান্সক্ৰিপশ্যন (আৰ. টি. জি. এছ.) হৈছে লেটিন বৰ্ণমালা থাই শব্দসমূহ কৰাৰ বাবে চৰকাৰী প্ৰণালী। 1917 চনৰ আৰম্ভণিতে থাইলেণ্ডৰ ৰয়েল ইনষ্টিটিউটৰ দ্বাৰা ইয়াক প্ৰকাশ কৰা হৈছিল, যেতিয়া থাইলেণ্ডক ছিয়াম বুলি কোৱা হৈছিল।
-
ৰাণ্টাছ
ৰান্টাছ ([rāːτas] হৈছে কাশ্মীৰী লোককথাৰ এক কাল্পনিক চৰিত্ৰ-দীঘল চুলি,জোঙা দাঁত, দীঘল নখ আৰু উলোটা ভৰিৰ এটা মাইকী ভূত যি বৰফৰ ৰাতি ৰাস্তাত ঘুৰি ফুৰে। শীতকালত ঘৰত শিশুসকলক বাহিৰলৈ নাযাবলৈ ভয় খোৱাবলৈ ৰাণ্টাছৰ ভয় খোৱাই।