অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ইংগা (উপন্যাস)

ইংগা (Inga; ২০১৪) হৈছে পইলে সে‍নগুপ্তৰ দ্বাৰা ৰচিত এখন ভাৰতীয় ইংৰাজী উপন্যাস। উপন্যাসখনৰ কাহিনীটো তামিল ব্ৰাহ্মণ নাৰী ৰাপাৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত আধাৰিত। সেনগুপ্ত মূলতঃ এজন নাট্যকাৰ আৰু এজন থিয়েটাৰ ব্যক্তিত্ব হিচাপে পৰিচিত।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৫ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ইংগা (Inga; ২০১৪) হৈছে পইলে সে‍নগুপ্তৰ দ্বাৰা ৰচিত এখন ভাৰতীয় ইংৰাজী উপন্যাস। উপন্যাসখনৰ কাহিনীটো তামিল ব্ৰাহ্মণ নাৰী ৰাপাৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত আধাৰিত।১২

সেনগুপ্ত মূলতঃ এজন নাট্যকাৰ আৰু এজন থিয়েটাৰ ব্যক্তিত্ব হিচাপে পৰিচিত। "ইংগা" আছিল তেওঁৰ প্ৰথম উপন্যাস ২০১৪ চনৰ ৩০ অক্টোবৰত ভাৰতৰ বাংগালোৰত এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।১

কাহিনী

ৰাপাৰ জন্ম দিল্লীত আৰু আৰু লালন-পালন হৈছিল দিল্লীতে‍। শিক্ষা জীৱনত তাই বিদেশী (ইংৰাজী) সাহিত্যৰ সৈতে পৰিচয় হয়, যিটোক তাই "আকৰ্ষণীয়" বুলি বিবেচনা কৰে।

মুক্তি

এই কিতাপখন ২০১৪ চনৰ ৩০ অক্টোবৰত ভাৰতৰ বাংগালোৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল। এই অনুষ্ঠানতে‍ ভাৰতীয় লেখক শশী দেশপাণ্ডেই কিতাপখন উন্মোচন কৰে আৰু ইউনেস্কোৰ প্ৰাক্তন ৰাষ্ট্ৰদূত চিৰঞ্জীৱ সিঙে প্ৰথম প্ৰতিলিপিটো গ্ৰহণ কৰে। ৩

তথ্যসূত্ৰ

  1. ↑ (24 October 2014)
  2. ↑ Inga book. Crossword
  3. ↑ Book launch Inga

সম্পৰ্কিত শ্ৰেণী

উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইংগা (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৪৭৮৬৮৩ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।