অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কবিৰাজ চক্ৰৱৰ্তী (জ্যোতিষপুথি ৰচক)

কৱিৰাজ চক্ৰৱৰ্তী (১৭ শতিকা) 'ডাক সৰস্বতী'ৰ পুত্ৰ। ১৬৪৬ চনত 'দিনকিৰণাৱলী' নাম দি জ্যোতিষৰ এখন পুথি ৰচনা কৰিছিল। সংস্কৃত জ্যোতিষ পুথি 'ভাস্বতী'ৰ অসমীয়া অনুবাদ কৰে 'ভাস্বতী শাস্ত্ৰৰ কথা' নাম দি।

হালনাগাদ: ৪ আগষ্ট ২০২০ ২৯ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

কৱিৰাজ চক্ৰৱৰ্তী (১৭ শতিকা) 'ডাক সৰস্বতী'ৰ পুত্ৰ। ১৬৪৬ চনত 'দিনকিৰণাৱলী' নাম দি জ্যোতিষৰ এখন পুথি ৰচনা কৰিছিল। সংস্কৃত জ্যোতিষ পুথি 'ভাস্বতী'ৰ অসমীয়া অনুবাদ কৰে 'ভাস্বতী শাস্ত্ৰৰ কথা' নাম দি।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিৰাজ চক্ৰৱৰ্তী (জ্যোতিষপুথি ৰচক)” প্ৰবন্ধৰ সংশোধন ২৪২৮৯৮ (৪ আগষ্ট ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।