অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কালী‌ দ্য মাদাৰ (কবিতা)

"কালী‌ দ্য মাদাৰ" হিন্দু সন্ন্যাসী স্বামী বিবেকানন্দৰ এটি কবিতা। ১৮৯৮ চনৰ ২৪ ছেপ্টেম্বৰত বিবেকানন্দই এই কবিতাটো লিখিছিল, যেতিয়া তেওঁ কাশ্মীৰৰ শ্ৰীনগৰৰ দল হ্ৰদত গৃহনাওত উঠি বহি আছিল। এই কবিতাৰ মাধ্যমেৰে তেওঁ কালী দেৱীক পূজা কৰিছিল।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৫ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

"কালী‌ দ্য মাদাৰ" হিন্দু সন্ন্যাসী স্বামী বিবেকানন্দৰ এটি কবিতা। ১৮৯৮ চনৰ ২৪ ছেপ্টেম্বৰত বিবেকানন্দই এই কবিতাটো লিখিছিল, যেতিয়া তেওঁ কাশ্মীৰৰ শ্ৰীনগৰৰ দল হ্ৰদত গৃহনাওত উঠি বহি আছিল।১২ এই কবিতাৰ মাধ্যমেৰে তেওঁ কালী দেৱীক পূজা কৰিছিল।৩ পৰৱৰ্তী সময়ত এই ইংৰাজী কবিতাটো সত্যেন্দ্ৰনাথ দত্তই মৃত্যুৰূপা মাতা নামেৰে বঙালী ভাষালৈ অনুবাদ কৰিছিল।

বিষয়বস্তু

কবিতাটোত হিন্দুসকলে সৱলীকৰণৰ সৈতে সংযুক্ত কৰা দেৱী কালীক মহিমামণ্ডিত কৰিছে। এই কবিতাটোত বিবেকানন্দই দেৱীৰ ভয়ংকৰ ৰূপটোক পূজা কৰি আছে (কালিক বেছিভাগেই দুটা ৰূপত চিত্ৰিত কৰা হৈছে: জনপ্ৰিয় চতুৰ্ভুজ ৰূপ আৰু দহবাহু মহাকালি ৰূপ "ভয়ংকৰ" ৰূপ)। কবিতাটোত তেওঁ দেখুৱাইছে যে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ দেৱীৰ ভয়ানক আৰু উন্মাদ নৃত্যৰ মঞ্চ।৩

প্ৰভাৱ

এই কবিতাই ভাৰতীয় স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসু আৰু শ্ৰী অৰবিন্দক প্ৰভাৱিত কৰিছিল ৷ শ্ৰী অৰবিন্দৱে ভৱানী মন্দিৰৰ ইস্তাহাৰৰ আধাৰ হিচাপে ব্যৱহাৰ কৰিছিল।৩

সৰ্বপল্লী ৰাধাকৃষ্ণনে কয় যে কবিতাটোৱে "ভাৰতৰ সেই চিৰন্তন আত্মাক আৰ্টিকুলেচন আৰু কণ্ঠ প্ৰদান কৰে"।৩

মূল কবিতাটো

KALI THE MOTHER

The stars are blotted out,
The clouds are covering clouds,
It is darkness vibrant, sonant.
In the roaring, whirling wind
Are the souls of a million lunatics
Just loose from the prison-house,
Wrenching trees by the roots,
Sweeping all from the path.
The sea has joined the fray,
And swirls up mountain-waves,
To reach the pitchy sky.
The flash of lurid light
Reveals on every side
A thousand, thousand shades
Of Death begrimed and black —
Scattering plagues and sorrows,
Dancing mad with joy,
Come, Mother, come!
For Terror is Thy name,
Death is in Thy breath,
And every shaking step
Destroys a world for e'er.
Thou "Time", the All-Destroyer!
Come, O Mother, come!
Who dares misery love,
And hug the form of Death,
Dance in Destruction's dance,
To him the Mother comes.

তথ্যসূত্ৰ

  1. ↑ Swami Vivekananda; Amiya P. Sen. (2006). The Indispensable Vivekananda: An Anthology of Our Times. Orient Blackswan. পৃ. 16–. ISBN 978-81-7824-130-2
  2. ↑ Kali the Mother
  3. ↑ Poems written by Swami Vivekananda

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱীকবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালী‌ দ্য মাদাৰ (কবিতা)” প্ৰবন্ধৰ সংশোধন ৪৭৮৮১৮ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।