কলাগুৰু বিষ্ণুৰাভা (Kalguru Bishnu Rabha) গ্ৰন্থখন বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীমূলক গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰণেতা তিলক দাস। ১৯৮৮ চনত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ প্ৰকাশক বনলতা, পানবজাৰ, গুৱাহাটী। ইয়াত মুঠতে একৈশটা অধ্যায় আছে।১
অধ্যায় সমূহ
- নৱগুণ্ঠিতা ফুল্ল শিখৰিণী
- এন্ধাৰৰ বক্ষ ফালি
- জ্যোতিষী শিল্পীৰ গণনাৰে
- অসমৰ প্ৰাণৰ স্পন্দন
- বাহিৰত বৰ চুৰীয়াৰ ফেৰ
- নামতীৰ নামৰ মহিমাৰে
- সুহাই একতাল
- কালা কানু নাচে চৰণ চলাই
- শিল্পীৰ ন ন ভাৱেৰে
- ৰজকিনী প্ৰেম বিকশিত হেম
- সাত সূৰুযৰ দৰে
- আৰু দুজনী জয়মতী
- বিপ্লৱৰ বুৰঞ্জীত বিৰল
- অজ্ঞাত বাসৰ ন-জ্ঞাত কথা
- মৰমৰ ময়না পুখুৰী
- চেনেহী চিকুণী দেৱী! অসমী জননী
- সপ্তসুৰৰ কত মিঠা মাত
- আই মোৰ ভাৰতী জননী'
- ভৱ ভয় ভঞ্জন দুৰ্জ্জন শোষণ
- তেজ ৰাঙলী শোণিতপুৰী
- জনতাৰে ভৰপূৰ মুকুতিৰ দ'ল
তথ্যসূত্ৰ
- ↑ তিলক দাস. (২০১৯ পঞ্চম প্ৰকাশ). কলাগুৰু বিষ্ণুৰাভা. বনলতা, পানবজাৰ, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলাগুৰু বিষ্ণুৰাভা (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫১৯৩৬৮ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।