অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্‌ অৱ মিলিটেণ্ট ননভায়লেঞ্চ

গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্‌ অৱ মিলিটেণ্ট ননভায়লেঞ্চ (Gandhi's Truth: On the Origins of Militant Nonviolence) হ'ল জাৰ্মানীত জন্ম হোৱা এগৰাকী আমেৰিকান ডেভেল'পমেণ্ট চাইক'লজিষ্ট এৰিক এইচ্‌ এৰিকচনে ১৯৬৯ চনত লিখা এখন গান্ধী বিষয়ক কিতাপ।

হালনাগাদ: ৪ অক্টোবৰ ২০২০ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্‌ অৱ মিলিটেণ্ট ননভায়লেঞ্চ (Gandhi's Truth: On the Origins of Militant Nonviolence) হ'ল জাৰ্মানীত জন্ম হোৱা এগৰাকী আমেৰিকান ডেভেল'পমেণ্ট চাইক'লজিষ্ট এৰিক এইচ্‌ এৰিকচনে ১৯৬৯ চনত লিখা এখন গান্ধী বিষয়ক কিতাপ। সাধাৰণ বাস্তৱভিত্তিক কিতাপৰ শাখাত এই কিতাপখনে পুলিৎজাৰ বঁটা১ আৰু দৰ্শন আৰু ধৰ্ম শিতানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল বুক এৱাৰ্ড লাভ কৰিছিল।২

১৯৯৩ চনত নৰ্‌টনে কিতাপখনে পুনৰ প্ৰকাশ কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ Pulitzer Prize Winners: General Non-Fiction. pulitzer.org
  2. ↑ (2007). National Book Awards – 1970. National Book Foundation
  3. ↑ Erikson, Erik Homburger. (1993). Gandhi's Truth: On the Origins of Militant Nonviolence. W. W. Norton & Company. পৃ. 474 pages. ISBN 0-393-31034-5

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্‌ অৱ মিলিটেণ্ট ননভায়লেঞ্চ” প্ৰবন্ধৰ সংশোধন ২৪৭৯২৯ (৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।