সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
থ
থ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'থ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'থ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
দ
দ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৮ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'দ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'দ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
দক্ষিণ কামৰূপ মহাবিদ্যালয়
দক্ষিণ কামৰূপ মহাবিদ্যালয় (ইংৰাজী: Dakshin Kamrup College) হ'ল কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।
-
দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক)
দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক) (Dakshin Bijni College,Senior secondary) এখন উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰতিষ্ঠান। শিক্ষানুষ্ঠানখণ অসমৰ বাক্সা জিলাৰ আনন্দবজাৰ নামৰ ঠাইখন অৱস্থিত। ১৯৯১ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে সংযুক্ত হৈ আছে।
-
দিশপুৰ মহাবিদ্যালয়
দিশপুৰ মহাবিদ্যালয় গুৱাহাটীৰ গণেশগুৰিত অৱস্থিত এক মহাবিদ্যালয় ৷ এইখন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত ৷
-
দুলীয়াজান মহাবিদ্যালয়
দুলীয়াজান মহাবিদ্যালয় (Duliajan College), ১৯৬৯ চনত স্থাপন কৰা অসমৰ দুলীয়াজানত অৱস্থিত এখন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ধ
ধ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ধ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ধ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ন
ন অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২০ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ন'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ন' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
নগাঁও ছোৱালী কলেজ
নগাঁও ছোৱালী কলেজ (Nowgong Girls' College) হৈছে ১৯৬২ চনত স্থাপিত অসমৰ নগাঁৱত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
নাৰীহত্যা
নাৰীহত্যা (ইংৰাজী: Famicide) হৈছে এক ঘৃণামূলক অপৰাধ শব্দ, যাক সাধাৰণতে সংজ্ঞায়িত কৰা হয় এনেধৰণে- "স্ত্ৰী লিংগ হোৱা বাবেই মহিলা বা ছোৱালীৰ ইচ্ছাকৃত হত্যা।" বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, "নাৰীহত্যাৰ বেছিভাগ ঘটনা সঙ্গী বা প্ৰাক্তন সঙ্গীৰ দ্বাৰা সংঘটিত হয়, আৰু ইয়াত ঘৰত চলি থকা উৎপীড়ন, ভাবুকি বা…
-
নেপুৰ
নেপুৰ এবিধ অসমীয়া অলংকাৰ৷ নেপুৰক ঠাই বিশেষে নূপুৰ বুলিও কোৱা হয়৷ এই অলংকাৰবিধ ভৰিত পিন্ধা হয়৷ নেপুৰ সাধাৰণতে ৰূপ আৰু সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়৷ কোনো কোনো নেপুৰত ঝুমকাও থাকে, যাতে খোজ কাঢ়িলে ঝুমকাবোৰ বাজি উঠে৷ এইবিধ অলংকাৰ সৰু সৰু ল’ৰা-ছোৱালীৰ পৰা বিবাহিতা মহিলালৈকে সকলোৱে পৰিধান কৰে৷ ইয়াৰ…
-
পুৰাং আপিন
পুৰাং আপিন হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ এবিধ পৰম্পৰাগত খাদ্য। ই মূলতঃ চাউলৰ পৰা তৈয়াৰী এক আহাৰ। এই খাদ্যবিধ বৰা বা লাহী চাউল তৰাপাতত মেৰিয়াই পানীত উতলাই সিজাই প্ৰস্তুত কৰা হয়। আলি আঃয়ে লৃগাং আদি বিভিন্ন উৎসৱ-পাৰ্বনৰ উপৰিও অন্যান্য উপলক্ষত পুৰাং আপিন প্ৰস্তুত কৰা হয়।
-
পোলাও
পোলাও হৈছে চাউল দি তৈয়াৰ কৰা এটা মচলাযুক্ত খোৱা বস্তু। চাউলৰ ৰঙ বাদামী বা সোনালী কৰিবলৈ কিছু পৰিমাণে তেলত ভাজি লোৱা হয়। পাছত ভজা পিঁয়াজ, মচলা, সব্জী ইত্যাদি যোগ কৰা হয়। অঞ্চলভেদে পোলাওয়ৰ সৈতে মাংস, মাছ, সব্জী, পাস্তা আৰু শুকান ফল যোগ কৰা হয়।
-
ফ
ফ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২২ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। 'ফ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ফ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ব
ব অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ব'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ব' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ব'-ক এনেদৰে লিখা যায়।
-
বগা মেদক
বগা মেদক মিচিং জনগোষ্ঠীৰ অধিকাৰৰ বাবে আন্দোলন কৰা এগৰাকী শ্বহীদ।
-
বন গৱেষণা প্ৰতিষ্ঠান
বন গৱেষণা প্ৰতিষ্ঠান (Forest Research Institute) হৈছে 'ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা' (Indian Council of Forestry Research and Education)-ৰ অন্তৰ্গত বন গৱেষণাৰ ক্ষেত্ৰত প্ৰথমখন তথা প্ৰধান গৱেষণা প্ৰতিষ্ঠান। ই উত্তৰাখণ্ডৰ ডেহৰাডুন চহৰত অৱস্থিত।
-
বনিয়া
বনিয়া এটা ভাৰতীয় জাতি। বনিয়াসকল সাধাৰণতে ব্যৱসায় বাণিজ্যৰ লগত জড়িত। বনিয়াসকল সাধাৰণতে বেংক, টকা-পইচা ঋণ দিয়া, শস্য বা মচলা বিক্ৰেতা, আৰু আধুনিক যুগত বিভিন্ন বাণিজ্যিক উদ্যোগৰ লগত জড়িত।
-
বিবেকানন্দ কেন্দ্ৰ
বিবেকানন্দ কেন্দ্ৰ হৈছে স্বামী বিবেকানন্দৰ আদৰ্শৰে পৰিচালিত এটা হিন্দু আধ্যাত্মিক সংগঠন। শ্ৰী একনাথ ৰানাডেই ১৯৭২ চনৰ ৭ জানুৱাৰীত ভাৰতবৰ্ষৰ তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰীত ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ বৰ্তমানৰ সভাপতি হৈছে পি পৰমেশ্বৰম।
-
বিহুৰ সাজ-পোচাক আৰু অলংকাৰ
বিহুৰ সাজ পোচাকবোৰ পৰিপূৰ্ণ অসমীয়া কৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক। অসমত থলুৱাভাবে উৎপাদন হোৱা ৰেচম বিশেষকৈ মুগা সূতা এক অপৰিহাৰ্য অংগ। বিহুত নাচনীয়ে মুগাৰ সাজ পৰিধান কৰে আৰু ঢ়ুলীয়াসকলে বা পুৰুষসকলে কপাহী চুৰীয়া (ধুতি) পৰিধান কৰে। পুৰুষৰ দেহৰ উৰ্ধাংশ হাত কটা চোলা বা কামিজ পিন্ধে।
-
বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়
বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০২০ চনৰ ২ ছেপ্টেম্বৰত গৃহীত কৰা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক, ২০২০ৰ অধীনত স্থাপন কৰিছে।
-
ভ
ভ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৪ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ভ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ভ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ভাৰত স্ত্ৰী মহামণ্ডল
ভাৰত স্ত্ৰী মহামণ্ডল (The Great Circle of Indian Women) ভাৰতত ১৯১০ চনত এলাহাবাদত সৰলা দেৱী চৌধুৰাণীয়ে প্ৰতিষ্ঠা কৰা এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা সংগঠন আছিল। সংস্থাটোৰ এটা প্ৰধান লক্ষ্য আছিল মহিলা শিক্ষাৰ প্ৰসাৰ যিটো সেই সময়ত ভালদৰে বিকশিত হোৱা নাছিল।
-
ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী
ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী(Indian Institute of Information Technology,Guwahati বা IIIT-G) অসমৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰৰ দ্বাৰা ৰাজহুৱা-ব্যক্তিগত অংশীদ্বাৰত্বত(PPP-mode) প্ৰতিষ্ঠা কৰা হৈছে।
-
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় (Bhawanipur Anchalik College) বজালী জিলাৰ আগশাৰীৰ উচ্চশিক্ষা অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম। মহাবিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ম
ম অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৫ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'ম'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ম' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ম'-ক এনেদৰে লিখা যায়।
-
মাৰাঠী ভাষা দিৱস
মাৰাঠী ভাষা দিৱস (ইংৰাজী: Marathi Language Day, মাৰাঠী: मराठी भाषा दिवस)প্ৰত্যেক বছৰৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ আৰু গোৱাত পালন কৰা হয়। এই দিৱসটো ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। প্ৰসিদ্ধ মাৰাঠী কবি বিষ্ণু বামন শিৰবাদকাৰৰ জন্মদিৱসত এই দিৱস পালন কৰা হয়।
-
য
য অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'য'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'য' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
য়
য় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।
-
যোৰহাট আইন মহাবিদ্যালয়
যোৰহাট আইন মহাবিদ্যালয় (Jorhat Law College) অসমৰ যোৰহাটত অৱস্থিত এখন চৰকাৰী আইন মহাবিদ্যালয়। মহাবিদ্যালয়খনে ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনত ৩ বছৰীয়া আইন পাঠ্যক্ৰম, ৫ বছৰীয়া সমদ্বিত কলা আৰু আইনৰ স্নাতক ডিগ্ৰী আৰু আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (LLM) প্ৰদান কৰে।