দ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৮ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।১ 'দ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'দ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (দ যোগ)
দ্ + গ = দ্গ = উদ্গিৰণ
দ্ + ঘ = দ্ঘ = উদ্ঘাটন
দ্ + দ = দ্দ =উদ্দাম
দ্ + ধ = দ্ধ = যুদ্ধ
দ্ + ব = দ্ব = দ্বাৰা
দ্ + ভ = দ্ভ = উদ্ভৱ
দ্ + ম = দ্ম = ছদ্ম
দ্ + য = দ্য = পদ্য
দ্ + ৰ = দ্ৰ = ভদ্ৰ
দ্ + ৰ + উ = দ্ৰু = দ্ৰুত
'দ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৭৩ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।