অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মাৰাঠী ভাষা দিৱস

মাৰাঠী ভাষা দিৱস (ইংৰাজী: Marathi Language Day, মাৰাঠী: मराठी भाषा दिवस)প্ৰত্যেক বছৰৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ আৰু গোৱাত পালন কৰা হয়। এই দিৱসটো ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। প্ৰসিদ্ধ মাৰাঠী কবি বিষ্ণু বামন শিৰবাদকাৰৰ জন্মদিৱসত এই দিৱস পালন কৰা হয়।

হালনাগাদ: ৫ আগষ্ট ২০২৫ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

মাৰাঠী ভাষা দিৱস (ইংৰাজী ভাষা: Marathi Language Day, মাৰাঠী ভাষা: मराठी भाषा दिवस)প্ৰত্যেক বছৰৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ আৰু গোৱাত পালন কৰা হয়। এই দিৱসটো ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। প্ৰসিদ্ধ মাৰাঠী কবি বিষ্ণু বামন শিৰবাদকাৰৰ জন্মদিৱসত এই দিৱস পালন কৰা হয়।১২

বহিঃ সংযোগ

অভিধানসমূহ

তথ্যসূত্ৰ

  1. ↑ मराठी भाषा दिवस - २७ फेब्रुवारी. MarathiMati.com
  2. ↑ jagatik marathi bhasha din celebration - divyamarathi.bhaskar.com. divyabhaskar

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰাঠী ভাষা দিৱস” প্ৰবন্ধৰ সংশোধন ৫৩০৫৫৫ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।