সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ং
ং (উনস্বৰ) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৯ নং বৰ্ণ। উনস্বৰ হৈছে নাকৰ ধ্বনিৰ প্ৰকাৰ চিনাক্তকৰণৰ বাবে ব্যৱহাৰ কৰা বৈশিষ্ট্যপূৰ্ণ বা ধ্বনিগত চিহ্ন। ইয়াৰ উৎপত্তি সংস্কৃত ভাষা আৰু ব্ৰাহ্মী লিপিত আৰু ইয়াৰ ব্যৱহাৰ হয় মূলতঃ দেৱনাগৰী, অসমীয়া-বাংলা, বাৰ্মিজ, সিংহল, তেলুগু, থাই আদি লিপিৰ ক্ষেত্ৰত।
-
ঃ
ঃ (বিসৰ্গ) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৪০ নং আখৰ।
-
অভয়াপুৰী মহাবিদ্যালয়
অভয়াপুৰী মহাবিদ্যালয় (Abhayapuri College) হৈছে অভয়াপুৰী চহৰত অৱস্থিত নামনি অসমৰ আটাইতকৈ পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন। মহাবিদ্যালয়খন ১৯৫৫ চনৰ ১৩ আগষ্টত প্ৰতিষ্ঠা কৰা হৈছিল।
-
অৰণ্যক
অৰণ্যক বন্যপ্ৰাণী সম্পৰ্কীয় এখন বেচৰকাৰী প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ই উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিখ্যাত বন্যপ্ৰাণীৰ লগত জড়িত বেচৰকাৰী প্ৰতিষ্ঠান। এইখন ভাৰতৰ অন্যতম বৈজ্ঞানিক তথা ঔদ্যোগিক গৱেষণাৰ পৰিৱেশিক প্ৰতিষ্ঠান।
-
আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Regional Dental College, Guwahati) অসমৰ গুৱাহাটীত অৱস্থিত এখন চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ই উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন দন্ত চিকিৎসাৰ মহাবিদ্যালয়। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় ১৯৮২ চনত প্ৰতিষ্ঠা কৰা হয়।
-
আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস
আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস ( International Firefighters' Day) প্ৰতি বছৰে ৪ মে' তাৰিখে পালন কৰা হয়। ১৯৯৯ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। সেই বছৰৰ অষ্ট্ৰেলিয়াত বনজুই নিৰ্বাপনৰ জড়িত পাঁচজনকৈ অগ্নিনিৰ্বাপকৰ কৰ্মী দুৰ্ঘটনাতপতিত হৈ অগ্নিদগ্ধ হয়।
-
আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস
আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস বা বিশ্ব আদিবাসী দিৱস প্ৰতি বছৰে আগষ্ট মাহৰ ৯ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ এই দিৱস পালন কৰা হয়।
-
আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস
সমগ্ৰ বিশ্বত ২২ মে’ তাৰিখে আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস বা বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয়। ২০০০ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰা এই দিৱসৰ লক্ষ্য হৈছে চলি থকা জৈৱ বৈচিত্ৰ্যৰ বিষয়সমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে আমাৰ গ্ৰহটোৰ উদ্ভিদ আৰু প্ৰাণীসমূহ জীয়াই ৰাখিবলৈ…
-
কামৰূপ একাডেমী
কামৰূপ একাডেমী স্থাপিত হৈছিল ১৯৩০ চনৰ ১৫ জুলাই তাৰিখে। বৃটিছ বিদ্যালয়ৰ প্ৰতিবাদ স্বৰূপে অসমৰ (উত্তৰ-পূবৰ) প্ৰথম স্বদেশী বিদ্যালয় হিচাপে কামৰূপ একাডেমী গঢ় লৈ উঠিছিল। প্ৰতিষ্ঠা কালত একাডেমী খনৰ সভাপতি আছিল ৰায় বাহাদুৰ কালিচৰণ সেনগুপ্ত আৰু সম্পাদক আছিল গৌৰীকান্ত তালুকদাৰ।
-
ক্ষ
ক্ষ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ অন্তৰ্ভুক্ত আখৰ যদিও ই স্বতন্ত্ৰ বৰ্ণ নহয়। ই এটা যুক্ত বৰ্ণ হে। ক আৰু ষ বৰ্ণ সংযুক্ত হৈ (ক্ + ষ) ক্ষ হয়। ইয়াৰ উচ্চাৰণ খিয়ো। শব্দটোত ক’ত ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি বৰ্ণটোৰ উচ্চাৰণ বেলেগ বেলেগ হয়। ই এক অস্পষ্ট ব্যঞ্জনবৰ্ণ।
-
খাচী জনগোষ্ঠী
খাচী জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয়, অসম আৰু বাংলাদেশৰ এটা অষ্ট্ৰো-এছিয়াটিক জনগোষ্ঠী। পূব অংশত, বিশেষকৈ খাচী পাহাৰত, খাচীসকলে সংখ্যাগৰিষ্ঠ জনসংখ্যা গঠন কৰে, য 'ত তেওঁলোকে অঞ্চলটোৰ জনসংখ্যাৰ ৭৪.৩% জনসংখ্যা প্ৰতিনিধিত্ব কৰে।মেঘালয়ৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪৮% তেওঁলোকৰে গঠিত, যাৰ ফলত তেওঁলোক…
-
গ
গ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। 'গ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'গ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'গ'-ক এনেদৰে লিখা যায়।
-
গে' স্বীকাৰাত্মক মনোচিকিৎসা
গে' স্বীকাৰাত্মক মনোচিকিৎসা (ইংৰাজী:Gay affirmative psychotherapy) হল অবিপৰীতকামী বিশেষকৈ গে' আৰু লেছবিয়ান সকলৰ বাবে এক প্ৰকাৰৰ মনোচিকিৎসা যত নিজৰ বিশ্বাসযোগ্যতা আৰু নিজক গ্ৰহণ কৰিবলৈ শিকোৱা হয় যাতে ব্যক্তিজনে নিজৰ যৌন আৰু প্ৰেম অভিমুখীতাক সলনি কৰিবলৈ নিবিচাৰে বা একে লিংগৰ প্ৰতি থকা প্ৰেম আৰু…
-
ঘ
ঘ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্থ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ঘ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঘ'ক উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ঙ
ঙ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৫ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ঙ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঙ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ঙ'-ক এনেদৰে লিখা যায়।
-
চ
চ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ষষ্ঠ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'চ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'চ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়
চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় অসম সুকুমাৰ কলা বিষয়ক শিক্ষা প্ৰদান কৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী মহাবিদ্যালয়। মহাবিদ্যালয়খনে পাঁচ বছৰীয়া কলাৰ সংযুক্ত পাঠ্যক্ৰমৰ সমাপ্ত কৰি ‘বেচ্চেলৰ অৱ ফাইন আৰ্টচ’ ডিগ্ৰী প্ৰদান কৰে।
-
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে।
-
ছ
ছ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৭ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ছ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ছ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
জ
জ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৮ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'জ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'জ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ঝ
ঝ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৯ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ঝ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঝ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ঞ
ঞ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দশম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।
-
ট
ট অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। 'ট'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ট' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ঠ
ঠ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দ্বাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। 'ঠ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঠ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ড
ড অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। 'ড'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ড' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ড়
ড় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৫ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ড়'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ড়' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ঢ
ঢ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্দশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'ঢ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঢ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ঢ়
ঢ় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ঢ়'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঢ়' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ণ
ণ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ পঞ্চদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ণ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ণ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ত
ত অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ত'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ত' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।