অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নগাঁও ছোৱালী কলেজ

নগাঁও ছোৱালী কলেজ (Nowgong Girls' College) হৈছে ১৯৬২ চনত স্থাপিত অসমৰ নগাঁৱত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২৯ জুলাই ২০২১ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

নগাঁও ছোৱালী কলেজ (Nowgong Girls' College) হৈছে ১৯৬২ চনত স্থাপিত অসমৰ নগাঁৱত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১

ইতিহাস

১৯৫০ চনত নগাঁৱৰ সচেতন লোকে নাৰীৰ উচ্চশিক্ষাৰ বাবে চিন্তা-চৰ্চা কৰে। ১৯৬২ চনৰ জুন মাহত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত এক সভা অনুষ্ঠিত কৰি ১৯৬২ চনৰ ১২ চেপ্টেম্বৰত অসমৰ একমাত্ৰ নাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নগাঁও ছোৱালী মহাবিদ্যালয়ৰ যাত্ৰা শুভাৰম্ভ কৰে। আৰম্ভণিতে Nowgong Women's College খনৰ নাম “লাল চান্দ টোডি ছোৱালী মহাবিদ্যালয়” আছিল। পিছত ১৯৬৮ চনত মহাবিদ্যালয়খনৰ নাম পৰিৱৰ্তন কৰি “নগাঁও ছোৱালী কলেজ” ৰখা হয়।

বিভাগ

বিজ্ঞান

  • গণিত
  • পৰিসংখ্যা

কলা

  • অসমীয়া
  • ইংৰাজী
  • সংস্কৃত
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • ৰাজনীতি
  • হিন্দী
  • ভূগোল

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Gauhati University

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগাঁও ছোৱালী কলেজ” প্ৰবন্ধৰ সংশোধন ২৮৮৭২৮ (২৯ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।