ম অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৫ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।১ 'ম'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ম' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ম'-ক এনেদৰে লিখা যায়।২
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (ম যোগ)
ম + ন = ম্ন = নিম্ন
ম + প = ম্প = চম্পা
ম + ফ = ম্ফ = গুম্ফা
ম + ব = ম্ব = অম্বৰ
ম + ভ = ম্ভ = স্তম্ভ
ম + ম = ম্ম = জম্মু
ম + য = ম্য = কাম্য
ম + ৰ = ম্ৰ = নম্ৰ
ম + ল = ম্ল = ম্লান
'ম'ৰে আৰম্ভ শব্দৰ উদাহৰণ
- মেকুৰী
- মাহ
- মেঘালয়
- মৈথিলী
- মাৰাঠী
- মালয়ালম
- মই
- মৌ
- মেল
- মৃগ
- মৰম
- মৰমজান
- মৈ
- মাৰ্ক্স
- মৌ-মাখি
- মৌল
- মকৰা
- মেজ
- মাদুৰী
- মৌৰ্য
- মইনাজান
- মূৰ
ইউনিক’ড
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম” প্ৰবন্ধৰ সংশোধন ৫৯৬২৬৫ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।