অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বনিয়া

বনিয়া এটা ভাৰতীয় জাতি। বনিয়াসকল সাধাৰণতে ব্যৱসায় বাণিজ্যৰ লগত জড়িত। বনিয়াসকল সাধাৰণতে বেংক, টকা-পইচা ঋণ দিয়া, শস্য বা মচলা বিক্ৰেতা, আৰু আধুনিক যুগত বিভিন্ন বাণিজ্যিক উদ্যোগৰ লগত জড়িত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বনিয়া এটা ভাৰতীয় জাতি। বনিয়াসকল সাধাৰণতে ব্যৱসায় বাণিজ্যৰ লগত জড়িত। বনিয়াসকল সাধাৰণতে বেংক, টকা-পইচা ঋণ দিয়া, শস্য বা মচলা বিক্ৰেতা, আৰু আধুনিক যুগত বিভিন্ন বাণিজ্যিক উদ্যোগৰ লগত জড়িত।১

নমাকৰণ

"मैं बनिया हूं और अंत तक बनिया बना रहना चाहता हूं। मैं व्यवहारिक आदर्शवादी हूं और हवा में नहीं उड़ता। मैंने हवार्इ जहाज की यात्रा भी नहीं की। मैंने तो उसे दूर खड़े देख भर लिया।”
মোহনদাস কৰমচান্দ গান্ধী২

বনিয়া শব্দৰ উৎপত্তি সংস্কৃত শব্দ বাণিজ্যৰ পৰা হোৱা বুলি ধাৰণা কৰা হয়। পশ্চিম ভাৰতবৰ্ষত এই জতিটোক বানি অথবা বানিয়া বুলি জনা যায়।

তথ্যসূত্ৰ

  1. ↑ Schrader, Heiko. (1997). Changing financial landscapes in India and Indonesia: sociological aspects of monetization and market integration. LIT Verlag Münster. পৃ. 68. ISBN 978-3-8258-2641-3
  2. ↑ (13 अप्रैल 2011). गांधी और सेक्सः विवाद का सच. आज तक

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সামাজিক সম্প্ৰদায়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনিয়া” প্ৰবন্ধৰ সংশোধন ৩৮১৯৭৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।