নাৰীহত্যা (ইংৰাজী: Famicide) হৈছে এক ঘৃণামূলক অপৰাধ শব্দ, যাক সাধাৰণতে সংজ্ঞায়িত কৰা হয় এনেধৰণে- "স্ত্ৰী লিংগ হোৱা বাবেই মহিলা বা ছোৱালীৰ ইচ্ছাকৃত হত্যা।"১
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, "নাৰীহত্যাৰ বেছিভাগ ঘটনা সঙ্গী বা প্ৰাক্তন সঙ্গীৰ দ্বাৰা সংঘটিত হয়, আৰু ইয়াত ঘৰত চলি থকা উৎপীড়ন, ভাবুকি বা ধমকি, যৌন হিংসা বা এনে পৰিস্থিতি অন্তৰ্ভুক্ত থাকে য'ত মহিলাসকল তেওঁলোকৰ সঙ্গীতকৈ কম শক্তিশালী বা কম ক্ষমতাশালী হয়।"২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰীহত্যা” প্ৰবন্ধৰ সংশোধন ৫৪৬৩৩৫ (৩০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।