প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নীলগিৰি ফুলটোকা
নীলগিৰি ফুলটোকা (Nilgiri flowerpecker; বৈজ্ঞানিক নামঃ Dicaeum concolor) ফুলটোকা চৰাই পৰিয়ালৰ এবিধ ক্ষুদ্ৰ চৰাই। পূৰ্বতে সাধাৰণ ফুলটোকা (Plain flowerpecker) বুলি কোৱা এটা উপপ্ৰজাতি আছিল যদিও সেই নাম এতিয়া Dicaeum minullumৰ বাবে সংৰক্ষিত।
-
নীলা-পাখিৰ পেৰেকিট
নীলা-পাখিৰ পেৰেকিট:blue-winged parakeet,(Psittacula columboides), যাক মালাবাৰ পেৰেকিট বুলিও জনা যায়, দক্ষিণ ভাৰতৰ পশ্চিমঘাট অঞ্চলত স্থানীয়ভাৱে পোৱা এবিধ পেৰেকিট প্ৰজাতি। ইহঁত সৰু সৰু জাকত থাকে আৰু অৰণ্যৰ মুকলি ঠাইবোৰত তীব্ৰ বেগেৰে উৰি ফুৰে।
-
নীলা-বগা মাখি ধৰা চৰাই
নীলা-বগা মাখি ধৰা চৰাই (blue-and-white flycatcher), বিশ্বৰ প্ৰাচীন মাখি ধৰা পৰিয়াল Muscicapidae ৰ অন্তভূৰ্ক্ত এবিধ পৰিভ্ৰমী গীত গোৱা চৰাই। বৈজ্ঞানিক নাম Cyanoptila cyanomelana। এই প্ৰজাতিটোক জাপানীজ ফ্লাইকেচাৰ বুলিও কোৱা হয়।
-
পডণ্টিয়া কনগ্ৰেগেটা
পডণ্টিয়া কনগ্ৰেগেটা বা পাত-খোৱা পখিলা বা পোক (ইংৰাজী: Podontia congregata) হ’ল পশ্চিমঘাট পৰ্বতমালাৰ এবিধ থলুৱা ফ্লী বিটল প্ৰজাতি। প্ৰাপ্তবয়স্ক পোকবোৰৰ এলাইট্ৰা হালধীয়া ৰঙৰ, য’ত ক’লা আৰু বগা দাগ থাকে, আৰু ইহঁতৰ প্ৰণ’টামকমলা ৰঙৰ। ১৮৬৫ চনত ইংৰাজ কীটতত্ত্ববিদ জে. এচ.
-
পাগাই দ্বীপ মেকাক
পাগাই দ্বীপ মেকাক (Pagai Island macaque; বৈজ্ঞানিক নামঃ Macaca pagensis)ক পাগাই মেকাক বা ব'ক' বুলিও জনা যায়। ই হৈছে সুমাত্ৰাৰ পশ্চিম উপকূলৰ মেণ্টাৱাই দ্বীপপুঞ্জৰ এক স্থানীয় পুৰণি বিশ্বৰ বান্দৰ প্ৰজাতি।
-
পাণ্ডা পৰুৱা
পাণ্ডা পৰুৱা হ'ল হাইমেনোপটেৰা পৰ্ব আৰু Mutillidae পৰিয়ালৰ অন্তৰ্ভুক্ত একপ্ৰকাৰ কীট। পাণ্ডাৰ নিচিনা দেখাত হ'লেও এই পতঙ্গ যাক পাণ্ডা পৰুৱা বুলি কোৱা হ'লেও সি আচলতে পৰুৱা নহয়, ই একপ্ৰকাৰ বৰল।
-
পাত চৰাই
পাত চৰাই বা সোণকপালী পাত চৰাই ( Chloropsis aurifrons ) ( ইংৰাজী: Golden-fronted Leafbird ), পাত চৰাই বা সোণকপালী পাত চৰাই হৈছে ক্ল'ৰ'পচিডি ( Chloropseidae ) পৰিয়াল বা গোত্ৰ অন্তৰ্গত এক প্ৰজাতিৰ পাত চৰাই। ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ কিছু দেশ ইহঁতৰ প্ৰধান বাসস্থান।
-
পাতপোক
পাতপোক (Leaf Insect, বৈজ্ঞানিক নাম-Phyllium bioculatum) ৷ পৰিয়াল-Phyllidae ৷ ইংৰাজ প্ৰাণীতত্ত্ববিদ 'জৰ্জ ৰবাৰ্ট গ্ৰে'ই ১৮৩২ চনত এই পতংগবিধ চিনাক্ত কৰি বৈজ্ঞানিকভাবে ইয়াৰ শ্ৰেণীবিভাজন কৰে৷ তেখেতৰ নাম অনুযায়ী ইয়াক 'গ্ৰে'ৰ পাতপোক' (Gray's Leaf Insect) বুলিও জনা যায়৷
-
পানী বগলী
পানী বগলী (Intermediate Egret বা Median Egret, বা Smaller Egretবা Yellow-billed Egret, বৈজ্ঞানিক নাম-Mesophoyx intermedia) এটা মজলীয়া আকাৰৰ বগলীৰ প্ৰজাতি৷ ই পূব আফ্ৰিকা, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এটা স্থানীয় চৰাই৷
-
পাপিলিঅ' বুদ্ধ
পাপিলিঅ’ বুদ্ধ, বা মালাবাৰ বেণ্ডেড ময়ুৰ:Papilio buddha, the Malabar banded peacock, ভাৰতৰ পশ্চিম ঘাটত পোৱা এটা পাপিলিঅ' প্ৰজাতিৰ ‘গিলি-নেজীয়া’। কেৰালা চৰকাৰে ইয়াক চৰকাৰী কেৰালা ৰাজ্যিক পখিলা হিচাপে ঘোষণা কৰে।
-
পাৰিপাৰ্শ্বিক তত্ত্ব
পাৰিপাৰ্শ্বিক তত্ত্ব হৈছে সাহিত্য আৰু পৰিবেশবিদ্যাৰ এক আন্তঃবিদ্যাগত দৃষ্টিভংগীৰে কৰা অধ্যয়ন, য'ত সাহিত্য বিশ্লেষকৰ লগতে পৰিবেশীয় চিন্তাৰ সৈতে জড়িত পাঠসমূহ পৰ্যালোচনা কৰা হয় আৰু সাহিত্যত প্ৰকৃতিৰ বিষয়বস্তু কেনেদৰে উপস্থাপন কৰা হৈছে সেয়া বিচাৰ কৰা হয়।
-
পাৰ্ছা ৰাষ্ট্ৰীয় উদ্যান
পাৰ্ছা ৰাষ্ট্ৰীয় উদ্যান (Parsa National Park) হৈছে দক্ষিণ-মধ্য নেপালৰ তেৰাই অঞ্চলত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখনে পাৰ্ছা, মকৱানপুৰ আৰু বাৰা জিলাৰ ৬২৭.৩৯ বৰ্গকিলোমিটাৰ (২৪২.২৪ বৰ্গ মাইল) এলেকা আৱৰি আছে।
-
পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰ
পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰ বা ইষ্টাৰ্ণ ব্লেক ক্ৰেষ্টেড গিবন (Eastern black crested gibbon; বৈজ্ঞানিক নামঃ Nomascus nasutus)ক কাও-ভিট ব্লেক ক্ৰেষ্টেড গিবন বা কাও-ভিট ক্ৰেষ্টেড গিবন বুলিও কোৱা হয়। ই হৈছে দক্ষিণ-পূব চীন আৰু উত্তৰ ভিয়েটনামৰ এক ঘোৰ সংকটাপন্ন প্ৰজাতিৰ হলৌ বান্দৰ।
-
পৃষ্ঠপ্ৰৱাহিত পানী
পৃষ্ঠপ্ৰৱাহিত পানী (ভূমিৰ ওপৰেৰে হোৱা পানীৰ প্ৰৱাহ বা স্থলজ পানীৰ প্ৰৱাহ বুলিও কোৱা হয়) হৈছে নিৰ্দিষ্ট সুৰুঙাৰে বৈ যোৱা বা সোমাই যোৱাৰ (বা নদীৰ প্ৰৱাহ)ৰ বিপৰীতে মাটিৰ পৃষ্ঠৰ ওপৰেৰে বোৱা পানীৰ অসীমিত প্ৰৱাহ।
-
প্ৰফুল্ল কুমাৰ সাহা
প্ৰফুল্ল কুমাৰ সাহা এজন অসমৰ ভাৰত স্বাধীনতা সংগ্ৰামী।
-
প্ৰুনাছ আৰ্মেনিয়াকা
প্ৰুনাছ আৰ্মেনিয়াকা (Prunus armeniaca) হৈছে আটাইতকৈ বেছি খেতি কৰা এপ্ৰিকোট প্ৰজাতি। প্ৰাগঐতিহাসিক কালৰে পৰা ব্যাপক হাৰত ইয়াৰ খেতি কৰা হৈ আহিছে যদিও থলুৱা ভাবে প্ৰথমে ক’ত কৰিছিল তাৰ বিষয়ে উদ্ভিদবিদ সকল নিশ্চিত নহয়।
-
পৰজীৱী উদ্ভিদ
পৰজীৱী উদ্ভিদ হ’ল এনে উদ্ভিদ যিয়ে নিজৰ কিছুমান বা সকলো পুষ্টিৰ প্ৰয়োজনীয়তা আন এক জীৱিত উদ্ভিদৰ পৰা আহৰণ কৰে। ইহঁতে এঞ্জিঅ’স্পাৰ্মৰ প্ৰায় ১% গঠন কৰে আৰু প্ৰায় প্ৰতিটো বায়’মত পোৱা যায়।
-
ফজলি আম
ফজলি আম বা ফকিৰভোগ হল ফলৰ ৰজা আমৰ এক প্ৰকাৰ। এই আম দক্ষিণ এছিয়াৰ বিশেষকৈ কৰে বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ আৰু বিহাৰত পোৱা যায়। আমৰ অন্যান্য প্ৰজাতি সমূহতকৈ ই দেৰিকৈ ফলে। সাধাৰণতে জাম আৰু আচাৰ তৈয়াৰ কৰোঁতে ব্যৱহৃত ফজলি আম, আকাৰত বৰ ডাঙৰ হয়; এক কিলোগ্ৰাম বা তাতোকৈ বেছি ওজনৰ হব পাৰে।
-
ফণী (ঘূৰ্ণীবতাহ)
ফণী (‘ফণী’, অৰ্থ "সাপৰ ফণা") হৈছে এক শক্তিশালী গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ। ভাৰত আৰু বাংলাদেশ ই অত্যন্ত আতংকৰ সৃষ্টি কৰিছে। ঘূৰ্ণীবতাহ 'ফণী'ৰ নাম দিছে বাংলাদেশে। ইয়াৰ অৰ্থ সাপ বা ফণা তুলিব পৰা কোনো প্ৰাণী। ই ভাৰত বতৰবিজ্ঞান বিভাগৰ (আইএমডি)ৰ দ্বাৰা নামাঙ্কিত প্ৰথম বতাহ।
-
ফলাফল ভিত্তিক শিক্ষা
ফলাফল ভিত্তিক শিক্ষা (Outcome-based education বা Outcomes-based education; সংক্ষেপে OBE) হৈছে এক শিক্ষা পদ্ধতি য'ত শিক্ষা ব্যৱস্থাৰ প্ৰতিটো উপাদান নিৰ্ধাৰিত লক্ষ্য বা ফলাফল (outcomes)ক কেন্দ্ৰ কৰি গঢ়ি তোলা হয়।
-
ফুটুকী জেঠী
ফুটুকী জেঠী বা হালধীয়া ফুটুকী জেঠী (Spotted Salamander বা Yellow-spotted Salamander) (বৈজ্ঞানিক নাম: Ambystoma maculatum) সাধাৰণতে আমেৰিকা বা কানাডাত পোৱা এবিধ সৰীসৃপ।
-
ফুলটোকা চৰাই
ফুলটোকা চৰাই (Scarlet-backed Flowerpecker, বৈজ্ঞানিক নাম-Dicaeum cruentatum) পেচ্চেৰিফৰমিছ বৰ্গৰ আৰু 'Dicaeidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দুটা দেখাত বেলেগ হয়। এই চৰাইবিধ দক্ষিণ আৰু পূব এছীয়াৰ বনাঞ্চল তথা উদ্যান সমূহত দেখিবলৈ পোৱা যায়।
-
বক্সা বাঘ্ৰ সংৰক্ষণ
বক্সা বাঘ্ৰ সংৰক্ষণ ভাৰতৰ পশ্চিম বংগ ৰাজ্যত অৱস্থিত। এইখন বাঘ সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানে প্ৰায় 760 বৰ্গ কি.মি. অঞ্চল আৱৰি আছে। ইয়াৰ উচ্চতা গংগা সমভূমিৰ 60 মিটাৰ ৰ পৰা উত্তৰত হিমালয় ৰ সীমাত থকা 1750 মিটাৰ লৈকে অৱস্থিত।
-
বগদ খান উল জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল
বগদ খান উল জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল (Bogd Khan Uul Biosphere Reserve) হৈছে মংগোলিয়াৰ ৰাজধানী চহৰ, উলানবাটৰৰ দক্ষিণ দিশত অৱস্থিত এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। ই খেণ্টি পৰ্বতমালা অঞ্চলৰ অন্তৰ্গত, ফৰেষ্ট ষ্টেপ জ'নৰ দক্ষিণ অংশত অৱস্থিত।
-
বগা চকুৱা টিপচী
বগা চকুৱা টিপচী (Zosterops palpebrosus) বগা চকুৱা পৰিয়ালৰ এটি সৰু পেচেৰিন চৰাই। ইহঁতক চছমা চকুৱা বা বগা চকুৱা টিপচী বুলিও কোৱা হয়। ইহঁত সৰু সৰু গোটত বিভক্ত হৈ বিচৰণ কৰে। অমৃত (nectar) আৰু সৰু সৰু পোক-পৰুৱা খায়।
-
বগা বালিমাহী
বগা বালিমাহী, ( White Wagtail, বৈজ্ঞানিক নাম-Motacilla alba) এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ প্ৰজাতি৷ ই ঘাইকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷ বগা বালিমাহী পতংগভোজী৷ ইহঁতে প্ৰধানকৈ জলাশয় বা পানীৰ অন্যান্য উৎসৰ আশে পাশে চৰে৷
-
বগা হাতী (প্ৰাণী)
বগা হাতী (White elephant (animal)) (এলবিনো হাতীও) এবিধ বিৰল প্ৰকাৰৰ হাতী, কিন্তু ই এটা সুকীয়া প্ৰজাতি নহয়। ইয়াক প্ৰায়ে বৰফৰ দৰে বগা ৰূপত চিত্ৰিত কৰা হয় যদিও, ইহঁতৰ ছাল সাধাৰণতে কোমল ৰঙা-বাদামী ৰঙৰ আৰু তিতিলে পাতল গোলাপী ৰঙৰ হয়। ইহঁতৰ চকুৰ পতা আৰু ভৰিৰ নখ উজ্জ্বল।
-
বন্যপ্ৰাণীৰ গৰ্ভনিৰোধক
বন্যপ্ৰাণীৰ গৰ্ভনিৰোধক, কেতিয়াবা বন্যপ্ৰাণীৰ প্ৰজনন নিয়ন্ত্ৰণ বুলিও কোৱা হয়, বন্যপ্ৰাণীৰ উৰ্বৰতা নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা গৰ্ভনিৰোধক। কিছুমান বন্যপ্ৰাণীৰ প্ৰাণীসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
-
বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়
বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় (Wildlife smuggling) বা বন্যপ্ৰাণী সৰবৰাহ বুলিলে বিলুপ্তপ্ৰায় প্ৰজাতি আৰু সংৰক্ষিত বন্যপ্ৰাণীৰ অবৈধ সংগ্ৰহ তথা বেহা-বেপাৰক বুজায়, য’ত উদ্ভিদ, ইয়াৰ উপজাত দ্ৰব্য বা কোনো প্ৰজাতিক ব্যৱহাৰ কৰি তৈয়াৰ কৰা সামগ্ৰী আদিও অন্তৰ্ভুক্ত।
-
বনৰীয়া ছাগলী
বনৰীয়া ছাগলী (Wild goat; বৈজ্ঞানিক নামঃ Capra aegagrus) হৈছে এক বন্য ছাগলীৰ প্ৰজাতি, যি পশ্চিমে তুৰ্কী আৰু ককেছাছৰ পৰা পূবে তুৰ্কমেনিস্তান, আফগানিস্তান আৰু পাকিস্তানৰ অৰণ্য, গুল্মভূমি আৰু শিলাময় অঞ্চলত বাস কৰে। ইয়াক আই.ইউ.চি.এন. ৰেড লিষ্টত প্ৰায় বিপদাপন্ন হিচাপে তালিকাভুক্ত কৰা হৈছে।