প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ববচা বন
ববচা বন (বৈজ্ঞানিক নাম: Eleusine indica, ইংৰাজী নাম: Indian goosegrass, yard-grass, goosegrass, wiregrass, বা crowfootgras; হিন্দী নাম: মালুকুৰি) হৈছে প’এচি (Poaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বন।
-
বাঁহৰ স্থায়িত্ব বৰ্দ্ধনৰ উপাচাৰ
উপাচাৰবিহীন বাঁহ বহু কম সময়ৰ বাবেহে ভাল হৈ থাকে (২ বছৰৰ পৰা ৫ বছৰ)। বগা পচন, কোমল পচন, ভেঁকুৰ, চিদ্ৰকাৰী পোক, উঁই পৰুৱা আদিৰ প্ৰতি বাঁহ যথেষ্ট সংবেদনশীল। এই জৈৱ কাৰকসমূহৰ কাৰণেই বহু মজুত ৰখা বাঁহ নষ্ট হৈ যায়। বাঁহ হেমিচেলুল’জ, পেণ্ট’জেনচ্, লিগনিন আৰু প্ৰচুৰ পৰিমাণৰ জলীয় কণাৰে গঠিত।
-
বাংলাদেশৰ প্ৰাণীজগত
এক অসম্পূৰ্ণ প্ৰতিৱেদন অনুসৰি বাংলাদেশৰ প্ৰাণীজগতে প্ৰায় ১৬০০বিধ প্ৰজাতিৰ মেৰুদণ্ডী প্ৰাণী আৰু প্ৰায় ১০০০বিধ প্ৰজাতিৰ অমেৰুদণ্ডী প্ৰাণী আছে। মেৰুদণ্ডী প্ৰাণীৰ ভিতৰত আছে প্ৰায় ২২বিধ প্ৰজাতিৰ উভচৰ, ৭০৮বিধ প্ৰজাতিৰ মাছ, ১২৬বিধ প্ৰজাতিৰ সৰীসৃপ, ৬২৮বিধ প্ৰজাতিৰ চৰাই আৰু ১১৩বিধ প্ৰজাতিৰ স্তন্যপায়ী…
-
বাখৰ বেঙেনা গছ
বাখৰ বেঙেনা গছ বুলি বিখ্যাত এই গছজোপা শিৱসাগৰৰ নগৰৰ পৰা ৩০ কিঃমিঃ দূৰৈৰ বকতা মৌজাৰ জৱলাটিং আৰু চুহুং মুহুং গাৱঁৰ মধ্যস্থলত অৱস্থিত। বৈজ্ঞানিক নাম Tamilnadia uliginosa । প্ৰধানতঃ ঐতিহাসিক কাৰণত বিখ্যাত এই বাখৰ বেঙেনা গছ।
-
বানাসুৰা লাফিংথ্ৰাছ
বানাসুৰা লাফিংথ্ৰাছ (: Montecincla jerdoni), হৈছে লেইঅʼথ্ৰিচিডে পৰিয়ালৰ এবিধ চৰাই। দক্ষিণ-পশ্চিম কৰ্ণাটক আৰু উত্তৰ কেৰালাৰ পশ্চিমঘাট পৰ্বতমালাৰ এটা সৰু অঞ্চলত থকা শ্বোলা বাসস্থানত এই চৰাইবিধ পোৱা যায়। পূৰ্বতে ইয়াক ব্লেক-চিনড লাফিংথ্ৰাছৰ এটা উপপ্ৰজাতি বুলি গণ্য কৰা হৈছিল।
-
বালিঘোৰা
বালিঘোৰা (Red-wattled Lapwing, বৈজ্ঞানিক নাম-Vanellus indicus) 'Charadriidae' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মাতটো ডাঙৰ আৰু ইংৰাজীত ইয়াৰ মাতটো শুনিবলৈ did he do it বা pity to do it যেন লগা বুলি কোৱা হয়৷ ইয়াক সাধাৰণতে যোৰ পাতি বা সৰু গোটত চৰা দেখা যায় যদিও প্ৰজনন নোহোৱা কালত ই…
-
বালিৰ মইনা
বালিৰ মইনা (Bali myna; বৈজ্ঞানিক নামঃ Leucopsar rothschildi)ক ৰথচাইল্ড'চ মইনা বা বালিৰ ষ্টাৰ্লিং বুলিও জনা যায়৷ স্থানীয়ভাৱে ই জলাক বালি নামেৰে পৰিচিত। মধ্যমীয়া আকাৰৰ এবিধ চৰাবিধ ২৫ ছেঃমি (৯.৮ ইঞ্চি) পৰ্যন্ত দীঘল হয়।
-
বাসন্তী ফুল
বাসন্তী ফুল (বৈজ্ঞানিক নাম: Reinwardtia indica) হৈছে হিমালয় অঞ্চলত পোৱা লিনাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ। ইয়াৰ ইংৰাজী নাম হৈছে য়েল্ল ফ্লাক্স (yellow flax) আৰু পিউলি (pyoli). ই হৈছে ৰেইনৱাৰ্ডটিয়া (Reinwardtia) গণৰ একমাত্ৰ উদ্ভিদ প্ৰজাতি।
-
বাৰ্বাডোছ থ্ৰেডস্নেক
বাৰ্বাডোছ থ্ৰেডস্নেক (Barbados threadsnake; বৈজ্ঞানিক নাম - Tetracheilostoma carlae) বাৰ্বাডোছৰ এক স্থানীয় সাপৰ প্ৰজাতি, ইয়াক পৃথিৱীৰ অন্যতম সৰু সাপ বুলি ভবা হয়।
-
বাৰ্মিজ তাৰকা কাছ
বাৰ্মিজ তাৰকা কাছ (Burmese star tortoise; বৈজ্ঞানিক নামঃ Geochelone platynota) হৈছে এক সংকটাপন্ন কাছ প্ৰজাতি৷ ই ম্যানমাৰ (বাৰ্মা)ৰ শুকান, পৰ্ণপাতী অৰণ্যৰ স্থানীয় প্ৰজাতি৷
-
বুদ্ধ সম্যক দৰ্শন সংগ্ৰহালয় আৰু স্মৃতি স্তুপ
বুদ্ধ সম্যক দৰ্শন সংগ্ৰহালয় আৰু স্মৃতি স্তুপ ( Buddha Samyak Darshan Museum and Memorial Stupa ) বৈশালীৰ পুৰাতাত্ত্বিক খননত আৱিষ্কাৰ হোৱা বুদ্ধৰ ধ্বংসাৱশেষ ৰখাৰ বাবে এটা প্ৰস্তাৱিত সংগ্ৰহালয় আৰু স্তুপ।
-
বুমডেলিং বন্যপ্ৰাণী অভয়াৰণ্য
বুমডেলিং বন্যপ্ৰাণী অভয়াৰণ্য (Bumdeling Wildlife Sanctuary) পূৰ্বৰ কুলং চু বন্যপ্ৰাণী অভয়াৰণ্য অন্তৰ্ভুক্ত হৈ থকা এই অভয়াৰণ্যখন (বমডেল্লিং বা বমডেলিং বুলিও বানান কৰা হয়) উত্তৰ-পূব ভূটানত ১,৫২০.৬১ বৰ্গ কিলোমিটাৰ (৫৮৭.১১ বৰ্গ মাইল) অঞ্চল সামৰি ১,৫০০ মিটাৰ (৪,৯০০ ফুট)ৰ পৰা ৬,০০০ মিটাৰ উচ্চতাত…
-
বৃহৎ মালয় কেৰ্কেটুৱা
বৃহৎ মালয় কেৰ্কেটুৱা (Malayan giant squirrel,'Ratufa bicolor)) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত দেখা পোৱা এবিধ কেৰ্কেটুৱাৰ প্ৰজাতি৷ এই কেৰ্কেটুৱাবিধ বাংলাদেশ, নেপাল, ভূটান, চীন, ম্যানমাৰ, লাওছ, থাইলেণ্ড, মালয়েছিয়া, কম্বোডিয়া, ভিয়েটনাম আৰু পশ্চিম ইণ্ডোনেছিয়ালৈকে বহুলভাৱে বিস্তৃত হৈ আছে৷
-
বেলুন ফুল
বেলুন ফুল ইংৰাজীত সাধাৰণতে হেয়াৰি বলছ্ (hairy balls), বেলুনপ্লাণ্ট (balloonplant), বেলুন কটন−বুশ্ব (balloon cotton-bush), বিছপ্ছ বলছ্ (bishop's balls), নেইলহেড (nailhead), বা ছোৱান প্লাণ্ট (swan plant), জনা যায়। ই হৈছে মিল্কৱিডৰ এটা প্ৰজাতি।
-
বৰডুবি
বৰডুবি (Podiceps cristatus) জলচৰ চৰাইৰ এটা জাত। এই চৰাইটোৰ বৈশিষ্ট্য হৈছে ইয়াৰ সুকীয়া ৰূপ, ইয়াৰ আকৰ্ষণীয় ক'লা আৰু বগা পাখি। লগতে এই চৰায়ে প্ৰজননৰ সময়ত কৰা সমন্বিত নৃত্য আৰু প্ৰদৰ্শন (courtship display)ও যথেষ্ট বৈশিষ্ট্যপূৰ্ণ।
-
বৰাশগুণ
বৰাশগুণ (Griffon Vulture, বৈজ্ঞানিক নাম-Gyps fulvus) 'Accipitridae' পৰিয়ালৰ অন্তৰ্ভুক্ত শগুণৰ এবিধ প্ৰজাতি৷ ইহঁতক পাহাৰী শগুণ নামেৰেও জনা যায়।
-
বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যান
বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যান (Bardiya National Park) নেপালৰ এক সংৰক্ষিত অঞ্চল যি অঞ্চলক ১৯৮৮ চনত ৰয়েল বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হয়। ৯৬৮ বৰ্গ কিলোমিটাৰ (৩৭৪ বৰ্গমাইল) আয়তনৰ ই নেপালৰ তেৰাইৰ আটাইতকৈ ডাঙৰ আৰু ঘন ৰাষ্ট্ৰীয় উদ্যান।
-
ভাৰতত বনাঞ্চল ধ্বংস
ভাৰতত বনাঞ্চল ধ্বংসৰ অৰ্থ হৈছে ভাৰতৰ প্ৰধান বনাঞ্চলসমূহৰ ব্যাপক ধ্বংসকাৰ্য। মূলতঃ কৃষক, পশুপাম, কাঠকটিয়া আৰু কৃষিৰ সৈতে জড়িত ব্যক্তিগত ব্যৱসায় খণ্ড আদিৰ দ্বাৰা পৰিৱেশৰ এনে অৱনতি সংঘটিত হয়।
-
ভাৰতৰ প্ৰাণীজগত
ভাৰতবৰ্ষ ২০২০ চনত বৈচিত্ৰ্য সূচকাংকত ০.৪৬ বায়'ডি স্ক'ৰ, ১০২,৭১৮ প্ৰজাতিৰ প্ৰাণী আৰু দেশৰ ভৌগোলিক অঞ্চলৰ ২৩.৩৯% বনাঞ্চল আৰু গছৰ আৱৰণৰ সৈতে বিশ্বৰ ৮ম সৰ্বাধিক জৈৱ-বৈচিত্ৰ্যপূৰ্ণ অঞ্চল।ভাৰতে বহুতো বায়’ম সামৰি লৈছে: মৰুভূমি, ওখ পৰ্বত, উচ্চভূমি, গ্ৰীষ্মমণ্ডলীয় আৰু নাতিশীতোষ্ণ অৰণ্য, জলাশয়, সমভূমি,…
-
ভূটানৰ পৰিৱেশ সমস্যা
ভূটানৰ পৰিৱেশ সমস্যা ( Environmental issues in Bhutan) ভূটানৰ আটাইতকৈ জৰুৰী বিষয়সমূহৰ ভিতৰত পৰে৷ পৰম্পৰাগত খৰি সংগ্ৰহ, শস্য আৰু জন্তুৰ জাকৰ সুৰক্ষা, আৰু আৱৰ্জনা নিষ্কাশনৰ লগতে আধুনিক কাৰ্য, যেনে ঔদ্যোগিক প্ৰদূষণ, বন্যপ্ৰাণী সংৰক্ষণ আদিৰ ফলত হোৱা পৰিৱৰ্তনে ভূটানৰ জনসংখ্যা আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি…
-
মণিপুৰী বতা চৰাই
মণিপুৰী বতা চৰাই সেমেকা তৃণভূমি (damp grassland) ত দেখা পোৱা এবিধ অতিকৈ বিৰল কুৰুৱাজাতীয় চৰাই৷ এই চৰাই অতিকৈ স্পৰ্শকাতৰ আৰু প্ৰাকৃতিক অঞ্চলত দেখা পোৱা কঠিন৷ চৰাইবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত৷ এই চৰাইবিধ পোনপ্ৰথমে প্ৰখ্যাত পক্ষীবিদ এলেন অক্টাভিয়ান হিউম ( Allan Octavian Hume)-এ ১৮৮১ চনত…
-
মতিথাং টাকিন সংৰক্ষণ
মতিথাং টাকিন সংৰক্ষণ (Motithang Takin Preserve) ভূটানৰ থিম্পুৰ মতিথাং জিলাত অৱস্থিত। ভূটানৰ ৰাষ্ট্ৰীয় প্ৰাণী ভূটান টাকিনৰ বাবে ই হৈছে এক বন্যপ্ৰাণী সংৰক্ষিত অঞ্চল। ই মূলতঃ এক ক্ষুদ্ৰ চিৰিয়াখানা।
-
মাইক, এক মুণ্ডবিহীন কুকুৰা
মাইক, এক মুণ্ডবিহীন কুকুৰা (২০ এপ্ৰিল, ১৯৪৫ - ১৭ মাৰ্চ, ১৯৪৭), যাক বিস্ময়কৰ কুকুৰা হিচাপেও জনা যায়, আচলতে মুণ্ডচ্ছেদ কৰাৰ পাছতো ১৮ মাহ জীয়াই থকা এটা Wyandotte chicken প্ৰজাতিৰ কুকুৰা।
-
মাইক্ৰʼপ্লাষ্টিক
মাইক্ৰ'প্লাষ্টিক (Microplastics) হৈছে "নিয়মীয়া বা অনিয়মীয়া আকৃতিৰ এনে কিছুমান কৃত্ৰিম কঠিন কণা বা পলিমেৰিক মেট্ৰিচ, যাৰ আকাৰ ১ মাইক্ৰʼমিটাৰৰ পৰা ৫ মিলিমিটাৰলৈকে, উৎপত্তিৰ দিশৰ পৰা যিবোৰ প্ৰাথমিক বা গৌণ মূলৰ, যিবোৰ পানীত অদ্ৰৱণীয়।" মাইক্ৰʼপ্লাষ্টিক মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ বাবে বিপজ্জনক…
-
মাইক্ৰিক্সালাছ এড’নিছ
মাইক্ৰিক্সালাছ এড’নিছ (Micrixalus adonis) হৈছে মাইক্ৰিক্সালিডে পৰিয়ালৰ এটা নতুনকৈ বৰ্ণনা কৰা ভেকুলী প্ৰজাতি। ই দক্ষিণ ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় প্ৰজাতি, পালঘাট আৰু শ্বেনকোটাৰ মাজৰ অঞ্চলত ই সীমাৱদ্ধ।
-
মালয়েছিয়াৰ বাঘ
মালয়েছিয়াৰ বাঘ (Malayan tiger), (বৈজ্ঞানিক নাম: Panthera tigris jacksoni) মালয় উপদ্বীপ অঞ্চলত পোৱা বাঘৰ এটা উপপ্ৰজাতি। ২০০৩ চনৰ হিচাপ অনুসৰি বৰ্তমান ৪৯৩ৰ পৰা ১,৪৮০টা প্ৰাপ্তবয়স্ক বাঘ জীয়াই থকাৰ বাবে ২০০৮ চনত ইয়াক আই ইউ চি এন দ্বাৰা সংকটজনকভাৱে বিপন্ন বুলি ঘোষণা কৰা হয়।
-
মালাবাৰ কাঁইটীয়া ডৰমাউছ
মালাবাৰ কাঁইটীয়া ডৰমাউছ:Malabar spiny dormouse (Platacanthomys lasiurus), হৈছে ভাৰতৰ পশ্চিমঘাট অঞ্চলত স্থানীয়ভাৱে পোৱা এবিধ মুৰয়েড ৰোডেণ্ট। প্লেটাকেন্থমিছ গণৰ বৰ্তমান জীৱিত একমাত্ৰ প্ৰজাতিটোৱেই হৈছে এই মালাবাৰ কাঁইটীয়া ডৰমাউছ।
-
মালাবাৰ কাঠ শালিকা
মালাবাৰ কাঠ শালিকা (Malabar starling; বৈজ্ঞানিক নামঃ Sturnia blythii) হৈছে দক্ষিণ-পশ্চিম ভাৰতত পোৱা এবিধ কাঠ শালিকাৰ প্ৰজাতি। পূৰ্বতে ইয়াক কাঠ শালিকাৰ উপপ্ৰজাতি বুলি গণ্য কৰা হৈছিল।
-
মালাবাৰ ডাঙৰ-দাগযুক্ত চিভেট
মালাবাৰ ডাঙৰ-দাগযুক্ত চিভেট:Viverra civettina, যাক মালাবাৰ চিভেট বুলিও কোৱা হয়,কেৱল ভাৰতৰ পশ্চিমঘাট অঞ্চলতহে পোৱা এবিধ ভিভেৰিড পৰিয়ালৰ স্তন্যপায়ী প্ৰাণী।
-
মিল এণ্ডছ পাৰ্ক
মিল এণ্ডছ পাৰ্ক (Mill Ends Park) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাউনটাউনৰ এচডব্লিউ টেইলৰ ষ্ট্ৰীটৰ ওচৰৰ উইলামেট নদীৰ কাষৰ টম মেককল ৱাটাৰফ্ৰণ্ট পাৰ্কৰ কাষত এচডব্লিউ নেইট' পাৰ্কৱেৰ মধ্যৱৰ্তী ষ্ট্ৰিপত অৱস্থিত পৰ্টলেণ্ড, অৰেগনৰ এখন সৰু নগৰীয়া উদ্যান। এই উদ্যানখন এজোপা গছৰে গঠিত।