সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
উড়ান অভিযান
উড়ান অভিযান হৈছে চিবিএছইৰ এক পদক্ষেপ, যাৰ উদ্দেশ্য হৈছে বঞ্চিত বা পিছপৰা শ্ৰেণীৰ ছাত্ৰীসকলক স্কুলীয়া শিক্ষাৰ পিছতে পেছাদাৰী শিক্ষালৈ বিশেষকৈ বিজ্ঞান আৰু গণিত ক্ষেত্ৰত আগবাঢ়িবলৈ সুবিধা প্ৰদান কৰা।
-
এঞ্জেলা ঘায়ৌৰ
এঞ্জেলা ঘায়ুৰ (Angela Ghayour) এগৰাকী আফগান শিক্ষাবিদ আৰু মহিলাৰ অধিকাৰৰ সমৰ্থক। ইৰাণত শিশু শৰণাৰ্থী হিচাপে আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছত তেওঁ আন শৰণাৰ্থী শিশুসকলক সাক্ষৰতা আৰু সংখ্যা বিজ্ঞান শিকোৱা আৰম্ভ কৰে। তেওঁ আফগানিস্তান এডুকেচন একচন প্ৰতিষ্ঠা কৰিছিল।
-
এণ্ডুৰী পিঠা
এণ্ডুৰী পিঠা হৈছে ভাৰতৰ প্ৰধানকৈ ওড়িশা অঞ্চলত তৈয়াৰ কৰা এক প্ৰকাৰৰ পিঠা, অৱশ্যে ই উত্তৰ আৰু মধ্য অঞ্চলতো ই জনপ্ৰিয়। এই পিঠাৰ উপাদান হ'ল হালধিৰ পাত, ক'লা জিৰা, চাউলৰ গুড়ি, নাৰিকল, ঘিঁউ, আৰু মাটিমাহৰ দালি। এণ্ডুৰী মূলতঃ প্ৰথমাষ্টমীৰ সময়ত তৈয়াৰ কৰা হয়।
-
এপ্ৰ'পিডিয়া
এপ্ৰ'পিডিয়া আন্তৰ্জালৰ এটি ৱেবছাইট য'ত পৰিৱেশ সংৰক্ষণ, নতুন প্ৰযুক্তি বা কৌশল ব্যৱহাৰ কৰা আদিৰ ওপৰত লেখ লেখা হয়। এই ৱেবছাইটে ৱিকি পদ্ধতি ব্যৱহাৰ কৰে। পৰিৱেশ সংৰক্ষণ আৰু অন্যান্য দিশৰ বিভিন্ন নন-প্ৰফিট প্ৰতিষ্ঠানে আপ্ৰ'পিডিয়া ব্যৱহাৰ কৰে। and the Full Belly Project.
-
এবেকাছ ছীডছ
এবেকাছ ছীডছ বা এবেকাছ বিডছ হৈছে এক পৰম্পৰাগত হাক্কা চীনা ব্যঞ্জন। ই এবিধ বিশেষ ধৰণৰ থালৰ দৰে ঘূৰণীয়া আৰু মাজভাগ দ-হোৱা ডাম্পলিং, যি কচু আৰু শিমলু আলুৰ আটাৰে তৈয়াৰ কৰা হয়।
-
ওদালগুৰি মহাবিদ্যালয়
ওদালগুৰি মহাবিদ্যালয় (Udalguri College) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ ওদালগুৰিত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে বিজ্ঞান আৰু কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
-
ক (বঙালী)
ক (বঙালী লিপিত ক) বঙালী ব্যঞ্জনবৰ্ণমালাৰ প্ৰথম আখৰ। ক এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ক উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
-
কনকেশ্বৰ বৰুৱা
কনকেশ্বৰ বৰুৱাৰ জন্ম হয় ১৯১৫ চনত৷ মৰিগাঁও জিলাৰ জাগীচকী গাঁৱত৷ পিতৃৰ নাম কমলেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম আলতী বৰুৱা৷ কনকেশ্বৰ বৰুৱা আছিল একেধাৰে অভিনেতা, গীতিকাৰ, সুৰকাৰ, গায়ক, চিত্ৰকৰ আদি৷ ব্ৰজনাথ শৰ্মা, ফণী শৰ্মা, চন্দ্ৰ চৌধুৰী আদি বিখ্যাত ব্যক্তিৰ সৈতে তেওঁ কলা-কৃষ্টিৰ চৰ্চা কৰিছিল৷ পিছলৈ নটৰাজ,…
-
কন্যা মহাবিদ্যালয়
কন্যা মহাবিদ্যালয় (Kanya Mahavidyalaya) হৈছে ১৯৭৭ চনত স্থাপিত অসমৰ গুৱাহাটীত অৱস্থিত এখন মহিলাৰ উচ্চশিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
-
কলকাতা বিৰিয়ানী
কলকাতা বিৰিয়ানী হৈছে এক মছলাদাৰ ভাতৰ পৰিসৰ। এই খাদ্যৰ নাম পশ্চিমবঙ্গৰ মহানগৰ কলকাতাৰ পৰা আহিছে। ইয়াত ভাতক মুখ্য উপাদান হিচাপে ব্যৱহাৰ কৰা হয় আৰু মাংস, কণী, আলু আৰু মছলা যোগ কৰা হয়। ই আলুৰ ব্যৱহাৰৰ বাবে অধিক পৰিচিত আৰু মছলা কম পৰিমাণে ব্যৱহৃত হোৱা বাবে বিখ্যাত।
-
কলকেনন (খাদ্য)
কলকেনন (আইৰিছ: cál ceannann, অৰ্থাৎ 'বগা মূৰৰ কবি') কবিৰ সৈতে আলু পিটিকাৰ এটা পৰম্পৰাগত আইৰিছ খাদ্য। চেণ্ট পেট্ৰিক দিৱস আৰু চেণ্ট ব্ৰিজিডৰ উৎসৱৰ দিনা ই এক জনপ্ৰিয় খাদ্য।
-
কলিংগ বিশ্ববিদ্যালয়
কলিংগ বিশ্ববিদ্যালয় এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। এইখন ভাৰতৰ ছত্তীশগড় ৰাজ্যৰ ৰায়পুৰত অৱস্থিত। বিশ্ববিদ্যালয়খণ ২০১১ চনত স্থাপন কৰা হৈছে। .
-
কাকজান মহাবিদ্যালয়
কাকজান মহাবিদ্যালয় ভাৰতবৰ্ষৰ যোৰহাট জিলাৰ কাকজানত অৱস্থিত এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৬৭ চনৰ ২৪ জুলাইত প্ৰতিষ্ঠা লাভ কৰে। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে।
-
কাটলেট
কাটলেট হৈছে মাংস বা শাক-পাচলিৰে তৈয়াৰ কৰা একপ্ৰকাৰৰ খাদ্য, যাক কণীত ডুবাই, তাৰপাছত ব্ৰেডক্ৰাম্ব বা বিস্কুটৰ গুড়িৰ সৈতে মিহলাই তেলত ডুবাই ভজা হয়। উপমহাদেশীয় ধৰণৰ আলু বা মাংসৰ কাটলেট সাধাৰণতে কম তেলত ভজা হয়। ই ভাৰত উপমহাদেশত, বিশেষকৈ পশ্চিমবংগত একপ্ৰকাৰৰ জনপ্ৰিয় জলপান।
-
কুলচন্দ্ৰ বসুমতাৰী
কুলচন্দ্ৰ বসুমতাৰী (? - ১৯৬৩) এগৰাকী কৃষক নেতা আছিল। গুৱাহাটীৰ ফটাশিল অঞ্চলৰ মানুহ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদ্স্য হিচাপে জনজাতীয় কৃষকসকলক নিষ্পেষণৰ বিৰুদ্ধে সংগঠিত কৰিছিল। হেমাংগ বিশ্বাসৰ বিখ্যাত কবিতা 'কুল খুৰাৰ চোতাল'ৰ নাম এখেতৰ নামেৰেই ৰখা হৈছিল।
-
কেবেকোৱা জাতি
কেবেকোৱা (Québécois, ) হৈছে কানাডাৰ কেবেক প্ৰদেশৰ সৈতে জড়িত লোকসকল। এই শব্দটো সাধাৰণতে হয় কেবেকত বসতি স্থাপন কৰা ফৰাচী উপনিবেশকাৰীসকলৰ বংশধৰসকলক বুজাবলৈ, নহয় যিকোনো জাতিগত পৰিচয়ৰ সেইসকল লোকক বুজাবলৈ ব্যৱহাৰ কৰা হয় যিসকলে কেবেক প্ৰদেশত বাস কৰে আৰু নিজৰ উৎপত্তি সেই প্ৰদেশৰ সৈতে সংযোগ কৰে।
-
কেলা (সম্প্ৰদায়)
কেলা সম্প্ৰদায় ভাৰতৰ পশ্চিম বংগ ৰাজ্যত পোৱা এটা মুছলমান সম্প্ৰদায়। এওঁলোকক খাৰিয়া মুছলিম বুলিও জনা যায়।
-
খ (বঙালী)
খ (বঙালী লিপিত খ, আই-পি-এ:/kʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২য় আখৰ। ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ খ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
-
খলিফা (জাতি)
খলিফাসকল ভাৰতৰ গুজৰাটৰ ভালছাদ জিলাত বসতি কৰা প্ৰধানকৈ মুছলমান জাতি; পাকিস্তানৰ ৰাজধানী ইছলামবাদ আৰু পাকিস্তানৰ কৰাচীৰ লিয়াৰীৰ ভূমিতো বাস কৰে। খলিফা জাতিটোক মুছলমান হোৱাৰ বাবে ভাৰত-আৰব হিচাপে শ্ৰেণীভুক্ত কৰা হয় যদিও কিছুমানে আফ্ৰিকান ঐতিহ্যৰ বুলি দাবী কৰে।
-
খিচড়ী
খিচড়ী (ইংৰাজী: Kichadi) হৈছে কেৰালাৰ ৰন্ধনশৈলীত ব্যৱহৃত পাচড়ীৰ এবিধ টেঙা সংস্কৰণ। এই টেঙা ব্যঞ্জনবিধ দৈ, বটা জিৰাৰ পেষ্ট আৰু তিয়ঁহ বা কোমোৰাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। শেষত ইয়াৰ ওপৰত তেলত ভজা সৰিয়হ গুটি আৰু নৰসিংহ পাত ছটিয়াই সজোৱা হয়। খিচড়ী প্ৰায়ে সদ্যা ভোজৰ অংশ হিচাপে পৰিৱেশন কৰা হয়।
-
গ (বঙালী)
গ (বঙালী লিপিত গ, আই-পি-এ:/gɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৩য় আখৰ। ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ গ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
-
গান্ধী পৰিয়াল
গান্ধী পৰিয়াল (Gandhi family) হৈছে মোহনদাস কৰমচান্দ গান্ধীৰ পৰিয়াল (২ অক্টোবৰ ১৮৬৯ – ৩০ জানুৱাৰী ১৯৪৮)। গান্ধী ব্ৰিটিছ ৰাজৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখ্য পথপ্ৰদৰ্শক সন্মানীয় নেতা আছিল।
-
গুণোৎসৱ
গুণোৎসৱ হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক ভাল কাম কৰিবলৈ তথা সেই কামসমূহ প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে কৰা এক বিশেষ অভিযান। প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ স্তৰৰ উন্নতি অনাৰ বাবে শৈক্ষিক খণ্ডত ৰাজ্যৰ গুণগত মান বৃদ্ধিৰ এক পদক্ষেপ।
-
গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয়
গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয় (Guwahati College of Architecture) অসমৰ গুৱাহাটীত অৱস্থিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থাপত্যবিদ্যাৰ শিক্ষাৰ বাবে ২০০৬ চনত এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
-
গ্লিলা (বস্ত্ৰ)
গ্লিলা হৈছে আলজেৰিয়াত প্ৰচলিত এটা পৰম্পৰাগত আলজেৰিয়ান জেকেট, ই মুগা বা ব্ৰকেড নিৰ্মিত ট্ৰেপেজ’ইডাল জেকেট যাৰ গভীৰ অণ্ডাকাৰ নেকলাইন, সজ্জাগত বুটাম আৰু বিশেষকৈ সোণালী সূতাৰে কৰা এম্ব্ৰয়ডাৰীৰে সমৃদ্ধ।
-
গ্ৰেনলা
গ্ৰেনলা (granola) হৈছে এক প্ৰকাৰৰ খাদ্য, যি সাধাৰণতে ওটছ, বাদাম, শুকোৱাৰ ফল আৰু মধু বা আন কিছুমান মিষ্টান্ন পদাৰ্থৰ সৈতে মিশ্ৰিত কৰি প্ৰস্তুত কৰা হয়। ইয়াক সাধাৰণতে বেক কৰা হয় যাতে উপাদানবোৰ অলপ কঢ়িয়াই উঠে আৰু মচমচীয়া হয়।
-
ঘ (বঙালী)
ঘ (বঙালী লিপিত ঘ, আই-পি-এ:/gʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৪ৰ্থ আখৰ। ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ঘ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
-
ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়
ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খন লখিমপুৰ জিলাৰ ভিতৰতে জাকত-জিলিকা প্ৰাথমিক বিদ্যালয়। ১৯৬৪ চনতে ঘিলামৰা অঞ্চলৰ মাজঁ মজিয়াতে বিদ্যালয়খন স্থাপিত হৈছিল। ইতিমধ্যে বিদ্যালয়খনে "সোণালী জয়ন্তী" গৰকিছে।
-
ঙ (বঙালী)
ঙ (বঙালী লিপিত ঙ, আই-পি-এ:/ŋɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৫ম আখৰ। ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ঙ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
-
চাইপ্ৰাছৰ নাৰী
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত হোৱা পৰিৱৰ্তনৰ ফলত চাইপ্ৰাছৰ মহিলাসকলে বহু পৰিমাণে প্ৰভাৱিত হৈছিল, কিয়নো তেওঁলোকে শিক্ষাৰ সুবিধা লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় কৰ্মশক্তিত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি পাইছিল।