অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কুলচন্দ্ৰ বসুমতাৰী

কুলচন্দ্ৰ বসুমতাৰী (? - ১৯৬৩) এগৰাকী কৃষক নেতা আছিল। গুৱাহাটীৰ ফটাশিল অঞ্চলৰ মানুহ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদ্স্য হিচাপে জনজাতীয় কৃষকসকলক নিষ্পেষণৰ বিৰুদ্ধে সংগঠিত কৰিছিল। হেমাংগ বিশ্বাসৰ বিখ্যাত কবিতা 'কুল খুৰাৰ চোতাল'ৰ নাম এখেতৰ নামেৰেই ৰখা হৈছিল।

হালনাগাদ: ১০ জানুৱাৰী ২০২০ ৩৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

কুলচন্দ্ৰ বসুমতাৰী (? - ১৯৬৩) এগৰাকী কৃষক নেতা আছিল। গুৱাহাটীৰ ফটাশিল অঞ্চলৰ মানুহ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদ্স্য হিচাপে জনজাতীয় কৃষকসকলক নিষ্পেষণৰ বিৰুদ্ধে সংগঠিত কৰিছিল। হেমাঙ্গ বিশ্বাসৰ বিখ্যাত কবিতা 'কুল খুৰাৰ চোতাল'ৰ নাম এখেতৰ নামেৰেই ৰখা হৈছিল।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৬

সম্পৰ্কিত শ্ৰেণী

বড়ো জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলচন্দ্ৰ বসুমতাৰী” প্ৰবন্ধৰ সংশোধন ২১২৭৯৯ (১০ জানুৱাৰী ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।