ঙ (বঙালী লিপিত ঙ, আই-পি-এ:/ŋɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৫ম আখৰ।১ ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ঙ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰববৰ্ণৰ সৈতে যোগ হ'লে
আ-- ঙা
ই-- ঙি
ঈ-- ঙী
উ-- ঙু
ঊ-- ঙূ
ঋ-- ঙৃ
এ-- ঙে
ঐ-- ঙৈ
ও-- ঙো
ঔ-- ঙৌ
তথ্যসূত্ৰ
- ↑ www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঙ (বঙালী)” প্ৰবন্ধৰ সংশোধন ২৪৮০৯৪ (৫ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।