গ (বঙালী লিপিত গ, আই-পি-এ:/gɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৩য় আখৰ।১ ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ গ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰববৰ্ণৰ সৈতে যোগ হ'লে
আ-- গা
ই-- গি
ঈ-- গী
উ-- গু
ঊ-- গূ
ঋ-- গৃ
এ-- গে
ঐ-- গৈ
ও-- গো
ঔ-- গৌ
গৰে আৰম্ভ শব্দ
- গৰল (বিহ)
- গঙ্গা (গংগা)
তথ্যসূত্ৰ
- ↑ www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ (বঙালী)” প্ৰবন্ধৰ সংশোধন ২৪৮০৮৭ (৫ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।