ঘ (বঙালী লিপিত ঘ, আই-পি-এ:/gʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৪ৰ্থ আখৰ।১ ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ঘ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰবৰ্ণৰ সৈতে যোগ হ'লে
ঘৰে আৰম্ভ হোৱা শব্দ
- ঘব় (ঘৰ)
তথ্যসূত্ৰ
- ↑ www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘ (বঙালী)” প্ৰবন্ধৰ সংশোধন ৫২৬৫৭৫ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।