অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়

ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খন লখিমপুৰ জিলাৰ ভিতৰতে জাকত-জিলিকা প্ৰাথমিক বিদ্যালয়। ১৯৬৪ চনতে ঘিলামৰা অঞ্চলৰ মাজঁ মজিয়াতে বিদ্যালয়খন স্থাপিত হৈছিল। ইতিমধ্যে বিদ্যালয়খনে "সোণালী জয়ন্তী" গৰকিছে।

হালনাগাদ: ৯ অক্টোবৰ ২০২৪ ৪৩ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খন লখিমপুৰ জিলা জিলাৰ ভিতৰতে জাকত-জিলিকা প্ৰাথমিক বিদ্যালয়। ১৯৬৪ চনতে ঘিলামৰা অঞ্চলৰ মাজঁ মজিয়াতে বিদ্যালয়খন স্থাপিত হৈছিল। ইতিমধ্যে বিদ্যালয়খনে "সোণালী জয়ন্তী" গৰকিছে। এটা সময়ত এইখন বিদ্যালয়ৰ পৰা বৃত্তি পোৱা ছাত্ৰ-ছাত্ৰী সংখ্যা পৰা ক্ৰমাগত ভাৱে বহু বছৰ জিলাখনৰ ভিতৰতে সৰ্ব্বোচ্চ আছিল।

সাংস্কৃতিক শোভাযাত্ৰা
সাংস্কৃতিক শোভাযাত্ৰাছবি: Ankur d · CC BY-SA 3.0
স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত পৰিবেশন
স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত পৰিবেশনছবি: Ankur d · CC BY-SA 3.0
সোণালী জয়ন্তী তোৰণ
সোণালী জয়ন্তী তোৰণছবি: Ankur d · CC BY-SA 3.0

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৩৬৩০৮ (৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।