অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ক (বঙালী)

ক (বঙালী লিপিত ক) বঙালী ব্যঞ্জনবৰ্ণমালাৰ প্ৰথম আখৰ। ক এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ক উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

হালনাগাদ: ২৬ জুন ২০২২ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ক (বঙালী লিপিত ক) বঙালী ব্যঞ্জনবৰ্ণমালাৰ প্ৰথম আখৰ।১ ক এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ক উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

স্বৰবৰ্ণৰ সৈতে যোগ হ'লে

আ-- কা

ই-- কি

ঈ-- কী

উ-- কু

ঊ-- কূ

ঋ-- কৃ

এ-- কে

ঐ-- কৈ

ও-- কো

ঔ-- কৌ

কৰে আৰম্ভ শব্দ

  • কৰ (হাত)
  • কাম (কাম)

তথ্যসূত্ৰ

  1. ↑ www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যঞ্জনবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক (বঙালী)” প্ৰবন্ধৰ সংশোধন ৩২৫৪৬০ (২৬ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।