জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আজম টেলিঘানী
আজম তালেঘানী (Azam Taleghani; (১৯৪৩ – ৩০ অক্টোবৰ ২০১৯) ইৰাণৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদিক আছিল যি ইৰাণৰ ছ'চাইটি অৱ ইছলামিক ৰিভল্যুচন ৱমেনৰ মুৰব্বী, পায়াম-ই-হাজাৰ সাপ্তাহিক কাকতৰ সম্পাদক, ইৰাণৰ সংসদৰ সদস্য আছিল।
-
আজিজা আব্দুল্লাহ আবু লাহুম
আজিজা আব্দুল্লাহ আবু লাহুম (Azizah Abd Allah Abu Lahum) (জন্ম ১৯৪৫) য়েমেনৰ এগৰাকী ঔপন্যাসিকা আৰু লেখক। নিহম জিলাৰ এটা বিশিষ্ট শ্বেখ পৰিয়ালত তেখেতে জন্মগ্ৰহণ কৰিছিল৷ তেখেতৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা নাছিল যদিও সাংস্কৃতিকভাৱে সচেতন পৰিৱেশত ডাঙৰ-দীঘল হৈছিল।
-
আদাৰ ইছমাইল জুৰাটি
আদাৰ ইছমাইল জুৰাটি এগৰাকী ছোমালি ৰাজনীতিবিদ, যি জুবালেণ্ডৰ মহিলা আছিল আৰু পৰিয়াল পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আছিল। তেওঁ লিংগভিত্তিক হিংসা আৰু বাল্য বিবাহ নিৰ্মূলৰ ওপৰত গুৰুত্ব আৰোপ কৰা বাৰ্ষিক ১৬ দিনীয়া সক্ৰিয়তা অভিযানৰ পোষকতা কৰিছিল।
-
আনোৱাৰা বাহাৰ চৌধুৰী
আনোৱাৰা বাহাৰ চৌধুৰী (Anwara Bahar Chowdhury; ১৩ ফেব্ৰুৱাৰী ১৯১৯ – ২৭ অক্টোবৰ ১৯৮৭) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু সাহিত্যিক।
-
আন্না কেথাৰিনা জেংগাৰ
আন্না কেথাৰিনা জেংগাৰ (প্ৰায় ১৭০৪–১৭৫১) এগৰাকী আমেৰিকান প্ৰকাশক আৰু আমেৰিকাত বাতৰি কাকত প্ৰকাশ কৰা প্ৰথম মহিলা। তেওঁৰ পৰিয়ালে জাৰ্মানীৰ ফল্জ অঞ্চলৰপৰা পলায়ন কৰিছিল, ১৭০৪ চনৰ আশে-পাশে তেওঁৰ জন্ম হৈছিল আন্না কেথাৰিনা মাউল নামে, সম্ভৱতঃ ইংলেণ্ড বা নেদাৰলেণ্ডত।
-
আন্না ফিস্কে
আন্না কেৰিন হেলেনা ফিস্কে চমুকৈ আন্না ফিস্কে ( Anna Carin Helena Fiske); ছুইডেনত জন্মগ্ৰহণ কৰা এগৰাকী চিত্ৰকৰ আৰু লেখিকা আৰু তেওঁ নৰৱেত বসতি স্থাপন কৰে। তেওঁৰ জন্ম হৈছিল ৫ ছেপ্টেম্বৰ ১৯৬৪ চনত। ফিস্কেৰ জন্ম হৈছিল এংগেলহ'মত, আৰু তেওঁৰ বিবাহ হৈছিল চিত্ৰশিল্পী লাৰ্ছ ফিস্কেৰ সৈতে।
-
আন্না মোলকা আহমেদ
আন্না মোলকা আহমেদ (Anna Molka Ahmed; ১৩ আগষ্ট ১৯১৭ – ২০ এপ্ৰিল ১৯৯৪) এগৰাকী পাকিস্তানী শিল্পী আছিল আৰু তেওঁ ১৯৪৭ চনত দেশৰ স্বাধীনতাৰ পিছত দেশখনৰ সূক্ষ্ম কলাৰ পথ প্ৰদৰ্শক আছিল। তেওঁ লাহোৰৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলাৰ অধ্যাপিকা আছিল।
-
আফিয়া শ্বেহৰবানো জিয়া
আফিয়া শ্বেহৰবানো জিয়া (Afiya Shehrbano Zia) হৈছে কৰাচীত বাস কৰা এগৰাকী পাকিস্তানী নাৰীবাদী গৱেষক, লেখিকা আৰু কৰ্মী।তেওঁ "পাকিস্তানত বিশ্বাস আৰু নাৰীবাদ"(ছাচেক্স একাডেমিক প্ৰেছ, ২০১৮)গ্ৰন্থকে প্ৰমুখ্য কৰি নাৰী, ধৰ্মনিৰপেক্ষতা আৰু ধৰ্ম বিষয়ত কেইবাটাও প্ৰকাশিত প্ৰবন্ধৰ লিখিছে।
-
আফৰোজা পাৰভীন
আফৰোজা পাৰভীন (ইংৰাজী: Afroza Parvin; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৫৭) এগৰাকী বাংলাদেশী কল্পকাহিনী লেখিকা। মুক্তিযুদ্ধ ভিত্তিক গৱেষণাৰ বিশেষ অৱদানৰ বাবে তেওঁ ২০২৩ চনত বাংলা একাডেমী বঁটা লাভ কৰে। লগতে তেওঁ ৰক্তবীজৰ সম্পাদিকা।
-
আবা (অলবাৰ শাসক)
আবা, খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰ বুলি কোৱা হয়, প্ৰাচীন আনাতোলিয়াৰ অলবা ৰাজ্যৰ এগৰাকী মহিলা অত্যাচাৰী শাসক আছিল।
-
আবেদ আবেষ্ট
আবেদ আবেষ্ট (জন্ম ১৯৮৭, বান্দৰ আব্বাছ, ইৰান) হৈছে এজন ইৰানী পৰিচালক, লেখক আৰু অভিনেতা। তেওঁ শ্বাহৰাম মুক্ৰীৰ চলচ্চিত্ৰ ফিচ এণ্ড কেটত অভিনয় কৰিছিল, যিখন চলচ্চিত্ৰই ভেনিছ চলচ্চিত্ৰ উৎসৱত (২০১৩) হৰাইজন বঁটা লাভ কৰিছিল।
-
আব্দুল মতলিব মজুমদাৰ
আব্দুল মতলিব মজুমদাৰ ( Abdul Motlib Mazumdar) ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু একাধিকবাৰ অসম বিধান সভালৈ নিৰ্বাচিত কংগ্ৰেছ প্ৰতিনিধি৷ তেওঁ খিলাফৎ আন্দোলনৰ সমৰ্থক আৰু প্ৰাক্-স্বাধীনতাকালত মুছলিম লীগৰ প্ৰতিদ্বন্দ্বীৰূপে “জমিয়ৎ উলেমা ই হিন্দ’’ নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাতা৷ তেওঁৰ জন্ম ১৮৯০ চনৰ জুন মাহৰ ১…
-
আমলা ৰুইয়া
আমলা অশোক ৰুইয়া পৰম্পৰাগত জল সংৰক্ষণ কৌশল প্ৰয়োগৰ বাবে জনাজাত এগৰাকী ভাৰতীয় সমাজ সেৱিকা।
-
আমিন খান
আমিনুল ইছলাম খান (জন্ম ২৪ ডিচেম্বৰ ১৯৭২) এজন বাংলাদেশী অভিনেতা। তেওঁৰ জন্ম সাতখিৰা জিলাৰ কালিগঞ্জ থানাৰ অন্তৰ্গত মৌতলা ইউনিয়নৰ এটা মুছলমান পৰিয়ালত ৷ তেওঁৰ কিছুমান উল্লেখযোগ্য ছবিৰ ভিতৰত ফুল নেবো না আশ্ৰু নেবো, সপোন নায়ক, বীৰ ঈশান, বাংলা কমাণ্ডো, হৃদয় আমাৰ, হীৰা চুনি পান্না, পিতা আসন, হৃদয়…
-
আয়ে আয়ে উইন
আয়ে আয়ে উইন (Aye Aye Win) এজন বাৰ্মিজ সাংবাদিক। আয়ে আয়ে উইনৰ জন্ম ১৯৫৩ চনৰ ২০ ডিচেম্বৰত ম্যানমাৰৰ ইয়াংগনত৷ তেওঁ কুৰি বছৰ ধৰি এছ’চিয়েটেড প্ৰেছ (এপি)ৰ বাবে কাম কৰা, বাৰ্মাত প্ৰেছ স্বাধীনতাৰ পোষকতা কৰা সাংবাদিক ইউ ছেইন উইনৰ কন্যা।
-
আয়েশ্বা আব্দুল বাছিত
আয়েশ্বা আব্দুল বাছিত ( ইংৰাজী: Ayisha Abdul Basit; জন্ম: ২৯ মাৰ্চ ২০০৫) এগৰাকী ভাৰতীয় ধৰ্মীয় আৰু আধ্যাত্মিক সংগীতজ্ঞ আৰু ইউটিউবাৰ। ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ তালছেৰীত জন্মগ্ৰহণ কৰা।
-
আল-গাজালি
আল-গাজালি (আবু হামিদ আল গাজালি, Al‑Ghazali, প্ৰায় ১০৫৮ – ১৯ ডিচেম্বৰ ১১১১) আছিল এজন শ্বাফী চুন্নী মুছলমান পণ্ডিত। তেওঁ ইছলামিক ইতিহাসৰ অন্যতম বিশিষ্ট আৰু প্ৰভাৱশালী ন্যায়িক পৰামৰ্শদাতা, আইনী তত্ত্ববিদ, মুফতি, দাৰ্শনিক, ধৰ্মতত্ত্ববিদ, যুক্তিবিদ আৰু ৰহস্যবাদী হিচাপে পৰিচিত।
-
আলিশা পানৱাৰ
আলিশা পানৱাৰ (ইংৰাজী: Aalisha Panwar) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মূলতঃ দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয় কৰে। তেওঁ কালাৰ্ছ টিভিৰ থ্ৰিলাৰ ধাৰাবাহিক ইশ্ক মে মৰজৱাত কৰা কামৰ বাবে পৰিচিত। ২০২১ চনত তেওঁ জি টিভিৰ ধাৰাবাহিক তেৰী মেৰী ইক্ক জিন্দৰীত অবনীতৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
আলী খান ছামছুদিন
আলী খান ছামছুদিন (Ali Khan Samsudin) মালয়েছিয়াৰ "সৰ্প ৰজা" নামেৰে জনাজাত এজন সাপ নচুওৱা লোক আছিল। ১৯৯০ চনৰ আৰম্ভণিতে ৪০০ টা ৰজা ফেঁটীৰ সৈতে দিনটোত ১২ ঘণ্টাকৈ ৪০ দিন এটা সৰু কোঠাত থাকি তেওঁ এই খিতাপ অৰ্জন কৰিছিল৷ ২১ দিন ধৰি ৬,০০০ বৃশ্চিকৰ সৈতে কাঁচৰ ঘেৰাও এটাৰ ভিতৰত থকাৰ কৃতিত্বৰ পাছত তেওঁ…
-
আলীৰেজা আব্বাছফাৰ্দ
আলীৰেজা আব্বাছফাৰ্দ (ফাৰ্চী: علیرضا عباسفرد; জন্ম ২০ অক্টোবৰ ১৯৮১) হৈছে এগৰাকী ইৰানী পেচাদাৰী ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান ইৰানৰ দ্বিতীয় ডিভিজন ফুটবল লীগত নাফ্ট ভা গাজ গাচছাৰন ক্লাবৰ হৈ খেলি আছে। ইয়াৰ পূৰ্বে তেওঁ ৰাহ আহান তেহৰান আৰু এষ্টেঘলাল ক্লাবৰ হৈ খেলিছিল।
-
আল্লাহ জিলাঈ বাঈ
আল্লাহ জিলাঈ বাঈ (ইংৰাজী: Allah Jilai Bai; ১ ফেব্ৰুৱাৰী ১৯০২ – ৩ নৱেম্বৰ ১৯৯২ )
-
আশা দেৱী আৰ্যনায়কম
আশা দেৱী আৰ্যনায়কম (১৯০১–১৯৭২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ আৰু গান্ধীবাদী আছিল। মহাত্মা গান্ধীৰ সেৱাগ্ৰাম আৰু বিনোবা ভাৱেৰ ভূদান আন্দোলনৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।
-
আশা ভুষাল
আশা ভুষাল (নেপালী: आशा भुषाल; জন্ম ১৮ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী নেপালী অভিনেত্ৰী আৰু মডেল, যি মূলত নেপালী চলচ্চিত্ৰত অভিনয় কৰে।
-
আশা মেনন
আশা মেনন (Asha Menon, ১৭ ছেপ্টেম্বৰ ১৯৬০) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন বিচাৰক৷.
-
আশিস শ্বাহ
আশিস শ্বাহ (Ashiesh Shah) হ'ল এগৰাকী ভাৰতীয় স্থপতিবিদ আৰু ডিজাইনাৰ। ২০১৪, ২০১৫ আৰু ২০১৬ বৰ্ষৰ বাবে আৰ্কিটেক্সাৰেল ডাইজেষ্টে তেওঁক দেশৰ শীৰ্ষ ৫০ গৰাকী অভ্যন্তৰীণ ডিজাইনাৰৰ ভিতৰত এজন হিচাপে মনোনীত কৰিছে।
-
আৰ বানোৰজা
আৰ বানাৰোজা (R. Vanaroja জন্ম-১৯৬৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তামিলনাডুৰ পৰা নিৰ্বাচিত হোৱা প্ৰাক্তন সংসদ সদস্য। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ তিৰুৱন্নমলাই সমষ্টিৰ পৰা আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হয়।
-
আৰ.এফ.এ.চুলিপ্ৰুধোম
আৰ.এফ.এ.চুলি প্ৰুধোম (René François Armand (Sully) Prudhomme) হৈছে এগৰাকী দাৰ্শনিক কবি। ১৯০১ চনত তেওঁ প্ৰথম নোবেল বটা বিজয়ী লেখক। তেখেতৰ প্ৰকৃত নাম আছিল ফ্ৰাংকোইজ আৰ্মান চুলিপ্ৰুধোম।
-
আৰছাছ ৱেৰলী
আৰছাছ ৱেৰলী (Ursus Wehrl) এগৰাকী ছুইছ হাস্যৰসিক আৰু আৰু চিত্ৰকৰ ৷ তেওঁৰ বিখ্যাত চিত্ৰকৰৰ ছবিসমূহৰ নিকাকৰণ/ সজ্জাবদ্ধ কৰা ("tidies up")ৰ বিষয়ে ৰচিত গ্ৰন্থসমূহ অতিকে জনপ্ৰিয় ৷ ২০১২ চনত তেওঁ ছুইছ ডাকবিভাগৰ বাবে এটা ডাকটিকট ডিজাইন কৰে ৷
-
আৰতী মান
আৰতী মজুমদাৰ (জন্ম: ৩ মাৰ্চ, ১৯৭৮), পেছাদাৰীভাৱে আৰতী মান (ইংৰাজী: Aarti Mann; জন্ম: ৩ মাৰ্চ, ১৯৭৮) নামেৰে পৰিচিত এগৰাকী আমেৰিকান অভিনেত্ৰী। চিবিএছ কমেডী ধাৰাবাহিক দা বিগ বেং থিয়ৰীত প্ৰিয়া কুথ্ৰাপ্পালীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
আৰ্থী আহমেদ
আৰ্থী আহমেদ এগৰাকী বাংলাদেশী ভাৰতনাট্যমৰ নৃত্যশিল্পী, নৃত্য শিক্ষক আৰু সমাজকৰ্মী। ঢাকাত থকা তেওঁৰ একাডেমী আৰ্থী আহমেদ নৃত্য একাডেমী প্ৰাপ্তবয়স্ক লোকৰ নৃত্যৰ শিক্ষা দান আৰু সামূহিক প্ৰডাকচনৰ বাবে বেছিকৈ পৰিচিত।