আলীৰেজা আব্বাছফাৰ্দ (ফাৰ্চী ভাষা: علیرضا عباسفرد; জন্ম ২০ অক্টোবৰ ১৯৮১) হৈছে এগৰাকী ইৰানী পেচাদাৰী ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান ইৰানৰ দ্বিতীয় ডিভিজন ফুটবল লীগত নাফ্ট ভা গাজ গাচছাৰন ক্লাবৰ হৈ খেলি আছে। ইয়াৰ পূৰ্বে তেওঁ ৰাহ আহান তেহৰান আৰু এষ্টেঘলাল ক্লাবৰ হৈ খেলিছিল।১ তেওঁ সাধাৰণতে কেন্দ্ৰীয় আক্ৰমণভাগৰ খেলুৱৈ হিচাপে খেলপথাৰত নামে।
ক্লাব কেৰিয়াৰ
তেওঁ ২০১১ চনত আলী দায়ীৰ পৰিচালনাত ৰাহ আহান তেহৰান ক্লাবত যোগদান কৰিছিল। ২০১৩ চনৰ শেষৰ দিনবোৰত তেওঁ মালয়েছিয়াৰ ছুপাৰ লীগৰ দল ছাৰাৱাকত যোগদান কৰে আৰু মালয়েছিয়াৰ লীগত খেলা প্ৰথমগৰাকী ইৰানী খেলুৱৈ হিচাপে পৰিগণিত হয়।
ক্লাব কেৰিয়াৰৰ পৰিসংখ্যা
শেষ উন্নীতকৰণ: ২৪ ফেব্ৰুৱাৰী ২০১৪
| ক্লাবৰ প্ৰদৰ্শন | লীগ | কাপ | মহাদেশীয় | সৰ্বমুঠ | ||||||
|---|---|---|---|---|---|---|---|---|---|---|
| বৰ্ষ | ক্লাব | লীগ | খেল | গ’ল | খেল | গ’ল | খেল | গ’ল | খেল | গ’ল |
| ইৰান | লীগ | হাজফী কাপ | এছিয়া | সৰ্বমুঠ | ||||||
| ২০০৪–০৫ | ছাইপা | প্ৰ’ লীগ | ২৩ | ৫ | - | - | ||||
| ২০০৫–০৬ | ২৫ | ৫ | - | - | ||||||
| ২০০৬–০৭ | ছাবা | ২১ | ২ | - | - | |||||
| ২০০৭–০৮ | ২৬ | ৩ | - | - | ||||||
| ২০০৮–০৯ | এষ্টেঘলাল | ১৮ | ৪ | ০ | ৩ | ০ | ৪ | |||
| ২০০৯–১০ | পায়কান | ১২ | ৪ | - | - | |||||
| ২০১০–১১ | ২৬ | ৭ | ১ | ০ | - | - | ২৮ | ৭ | ||
| ২০১১–১২ | ৰাহ আহান তেহৰান | ৩১ | ৫ | ০ | ০ | - | - | ৩১ | ৫ | |
| ২০১২–১৩ | ১৭ | ৩ | ০ | ০ | - | - | ১৭ | ৩ | ||
| মালয়েছিয়া | লীগ | এফএ কাপ মালয়েছিয়া | এছিয়া | সৰ্বমুঠ | ||||||
| ২০১৪ | ছাৰাৱাক | ছুপাৰ লীগ | ৩ | ০ | ৪ | ১ | - | - | ৭ | ১ |
| কেৰিয়াৰৰ সৰ্বমুঠ | ১৮০ | ৫১ | ৩ | ০ |
- সহায়ক গ’ল
| বৰ্ষ | দল | সহায়তা |
|---|---|---|
| ০৫–০৬ | ছাইপা | ২ |
| ০৬–০৭ | ছাবা | ২ |
| ০৮–০৯ | এষ্টেঘলাল | ২ |
| ০৯–১০ | পায়কান | ২ |
| ১০–১১ | পায়কান | ১ |
| ১১–১২ | ৰাহ আহান তেহৰান | ৫ |
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ
ইৰানৰ গ’লৰ সংখ্যা প্ৰথমে তালিকাভুক্ত কৰা হৈছে।
| # | তাৰিখ | স্থান | প্ৰতিদ্বন্দী | স্ক’ৰ | ফলাফল | প্ৰতিযোগিতা |
|---|---|---|---|---|---|---|
| ১ | ৬ নৱেম্বৰ ২০১২ | আজাদী ষ্টেডিয়াম | তাজিকিস্তান | ৬–১ | ৬–১ | প্ৰীতি মেচ |
সন্মান
- ইৰান প্ৰিমিয়াৰ ফুটবল লীগ
- বিজয়ী: ১ (২০০৮–০৯, এষ্টেঘলাল ক্লাবৰ সৈতে)
তথ্যসূত্ৰ
- ↑ (1 February 2009). Esteghlal thrashes its Ahvazi counterpart. Tehran Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলীৰেজা আব্বাছফাৰ্দ” প্ৰবন্ধৰ সংশোধন ৬১০৬৭৫ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।