অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আশিস শ্বাহ

আশিস শ্বাহ (Ashiesh Shah) হ'ল এগৰাকী ভাৰতীয় স্থপতিবিদ আৰু ডিজাইনাৰ। ২০১৪, ২০১৫ আৰু ২০১৬ বৰ্ষৰ বাবে আৰ্কিটেক্সাৰেল ডাইজেষ্টে তেওঁক দেশৰ শীৰ্ষ ৫০ গৰাকী অভ্যন্তৰীণ ডিজাইনাৰৰ ভিতৰত এজন হিচাপে মনোনীত কৰিছে।

হালনাগাদ: ৭ মাৰ্চ ২০২৫ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আশিস শ্বাহ (Ashiesh Shah) হ'ল এগৰাকী ভাৰতীয় স্থপতিবিদ আৰু ডিজাইনাৰ। ২০১৪, ২০১৫ আৰু ২০১৬ বৰ্ষৰ বাবে আৰ্কিটেক্সাৰেল ডাইজেষ্টে তেওঁক দেশৰ শীৰ্ষ ৫০ গৰাকী অভ্যন্তৰীণ ডিজাইনাৰৰ ভিতৰত এজন হিচাপে মনোনীত কৰিছে।১২৩৪

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

শ্বাহ মুম্বাইৰ বাসিন্দা। তেওঁ নিউয়ৰ্কৰ পাৰ্চনছ স্কুল অৱ ডিজাইনৰ পৰা অভ্যন্তৰীণ স্থাপত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৫

কেৰিয়াৰ

চৌধ্য বছৰ বয়সৰ পৰাই শ্বাহে কলা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল।১ তেওঁ ২০০০ চনৰ মাজভাগত নিউয়ৰ্কত অভ্যন্তৰীণ স্থপতি হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ মুম্বাইলৈ উভতি আহে। ২০১৭ চনত তেওঁ ভাৰতত এটেলিয়েৰ আশিস শ্বাহ নামৰ নিজৰ ডিজাইন প্ৰতিষ্ঠান মুকলি কৰে।৬৭

বঁটা প্ৰদান

২০১৪, ২০১৫ আৰু ২০১৬ বৰ্ষৰ বাবে আৰ্কিটেক্চাৰেল ডাইজেষ্টে শ্বাহক দেশৰ শীৰ্ষ ৫০ গৰাকী অভ্যন্তৰীণ ডিজাইনাৰৰ ভিতৰত এজন হিচাপে মনোনীত কৰিছে।৫

তথ্যসূত্ৰ

  1. ↑ For Designer Ashiesh Shah, It's Aesthetics Over Labels. Forbes India
  2. ↑ (5 February 2017). Off to a good start: A growing number of young Indians are buying art. Financialexpress
  3. ↑ (2017-09-15). Inside pass
  4. ↑ (2020-04-21). Designer Ashiesh Shah has been doubly productive in quarantine. GQ India
  5. ↑ (2022-07-17). How a sharp pencil inspires Neuma architect Ashiesh Shah. Mintlounge
  6. ↑ Duggal, Soumya. (2022-08-04). Inside the Imaginative World Of Design Maestro Ashiesh Shah. Entrepreneur
  7. ↑ Designs on the World - Indian Express. archive.indianexpress.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশিস শ্বাহ” প্ৰবন্ধৰ সংশোধন ৪৮৮৫৮৬ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।