অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আয়েশ্বা আব্দুল বাছিত

আয়েশ্বা আব্দুল বাছিত ( ইংৰাজী: Ayisha Abdul Basit; জন্ম: ২৯ মাৰ্চ ২০০৫) এগৰাকী ভাৰতীয় ধৰ্মীয় আৰু আধ্যাত্মিক সংগীতজ্ঞ আৰু ইউটিউবাৰ। ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ তালছেৰীত জন্মগ্ৰহণ কৰা।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আয়েশ্বা আব্দুল বাছিত ( ইংৰাজী: Ayisha Abdul Basit; জন্ম: ২৯ মাৰ্চ ২০০৫) এগৰাকী ভাৰতীয় ধৰ্মীয় আৰু আধ্যাত্মিক সংগীতজ্ঞ আৰু ইউটিউবাৰ। ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ তালছেৰীত জন্মগ্ৰহণ কৰা।১ তেখেতৰ ঘৰ আবুধাবিত ২০১৩ চনত বাছিতৰ পিতৃ-মাতৃয়ে তেওঁৰ নামেৰে এটা ইউটিউব চেনেল আৰম্ভ কৰিছিল আৰু ২০১৬ চনত তেওঁৰ " হাচ্বি ৰাব্বি জাল্লিলা" ৮০ মিলিয়ন দৰ্শন হয়।২

২০২৪ চনৰ মাৰ্চ মাহলৈকে তেওঁৰ ইউটিউব চেনেলৰ ৩৯.৭ মিলিয়ন চাবস্ক্ৰাইবাৰ আৰু ৫৮৩ মিলিয়নতকৈ অধিক ভিউ আছে।৩ ফেচবুকত তেওঁৰ ২০ লাখ অনুগামী আছে। ইনষ্টাগ্ৰামতো তেওঁৰ ৪ লাখ ২৭ হাজাৰ আৰু টিকটকত ১ লাখ ৮২ হাজাৰ ফ’ল’ৱাৰ আছে।৪

তথ্যসূত্ৰ

  1. ↑ Ayisha Abdul Basith Indian YouTube star based in Abu Dhabi whose religious and spiritual singings have amassed her 4.1 million subscribers and 645 million overall views. Famous/ YouTube Star Archive 2024
  2. ↑ Ayisha Abdul Basith Healing from India, © 2024 Ayisha Abdul Basith. All rights reserved.
  3. ↑ ഡെസ്ക്, വെബ് (২০২০-০৪-০৫)। "കൊറോണക്കാലത്തെ കാവൽ | Madhyamam।" "കൊറോണക്കാലത്തെ കാവൽ | madhyamam। ২০২৪-০৩-১৮ তাৰিখত মূল পৰা আৰ্কাইভ কৰা। সংগ্ৰহৰ তাৰিখ ২০২৪-০৩-২৫
  4. ↑ Spotify: 44K Listener/ Ayisha Abdul Basith from Spotify

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ইউটিউবাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়েশ্বা আব্দুল বাছিত” প্ৰবন্ধৰ সংশোধন ৫৭২৬০৫ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।