জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰেশ্মী ঘোষ
ৰেশ্মী ঘোষ (Reshmi Ghosh) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। কায়ামথ, মাতা কি চৌকী, বুদ্ধ আদি টেলিভিছন শ্ব’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত। পৌৰাণিক ধাৰাবাহিক শংকত মোচন মহাবলী হনুমানতো কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে।
-
ৰোজা চেলভামণি
আৰ কে ৰোজা চেলভামণি (জন্ম: শ্ৰী লতা ৰেড্ডী; Roja Selvamani) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী। ২০২৪ চনৰ ১১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত বৃহৎ ব্যৱধানত পৰাজয়ৰ আগলৈকে তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰ্যটন, সংস্কৃতি আৰু যুৱ উন্নতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰোমিত ৰাজ
ৰোমিত ৰাজ প্ৰাসাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা যিয়ে জি টিভি ছিৰিয়ালৰ ঘৰ কী লক্ষ্মী বেটিয়াত যুৱৰাজ গাৰোদিয়াৰ চৰিত্ৰত আৰু মায়াক জীৎ খুৰানাৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
Mrinmoy Deka
Mrinmoy Deka is an Indian actor, singer, writer, playwright and screenwriter from Assam, India.
-
অংশুমান কৰ
অংশুমান কৰ ( Angshuman Kar) এজন বাঙালী কবি। তেওঁ বৰ্তমান পশ্চিমবঙ্গৰ বৰ্ধমান বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক হিচাপে কৰ্মৰত।
-
অগ্নিমিত্ৰ পাল
অগ্নিমিত্ৰ পাল (জন্ম ২৫ নৱেম্বৰ ১৯৭৪) এজন ভাৰতীয় ফেশ্বন ডিজাইনাৰ আৰু ৰাজনীতিবিদ। তেওঁ আছানছোল দক্ষিণ বিধানসভা সমষ্টিৰপৰা পশ্চিম বংগ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।তেওঁ বিজেপি মহিলা মৰ্চাৰ পশ্চিম বংগ ইউনিটৰ সভানেত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টি, পশ্চিম বংগ প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে…
-
অজয় কুমাৰ ৰায়
অজয় কুমাৰ ৰায় (জন্ম ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অসমৰ চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিৰ বিধায়ক। তেওঁ ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচন জয়ী হৈছিল।
-
অঞ্জনা মেনন
অঞ্জনা মেনন (Anjana Menon) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১১ চনত মুক্তি লাভ কৰা মালয়ালম চলচ্চিত্ৰ ট্ৰেফিক'ৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।
-
অঞ্জলি শৰ্মা (ক্ৰিকেটাৰ)
অঞ্জলি শৰ্মা (জন্ম ১২ ডিচেম্বৰ ১৯৫৬) এগৰাকী প্ৰাক্তন ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ যিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতৰ হৈ তিনিখন ৱান ডে ইণ্টাৰনেশ্যনেল খেলিছিল, এই সকলোবোৰ ১৯৭৮ চনৰ জানুৱাৰী মাহত, আৰু দুটা উইকেট দখল কৰিছিল, সৰ্বোত্তম বলিং ১/৩২।
-
অঞ্জু চদ্ধা
অঞ্জু চাধা (:Anju Chadha; জন্ম: ৪ মে' ১৯৫৫ আহমেদনগৰত) এজন ভাৰতীয় জৈৱ ৰসায়নবিদ। তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি মাদ্ৰাজৰ অধ্যাপিকা। তেওঁ জৈৱ অনুঘটক আৰু এনজাইম ব্যৱস্থা, জৈৱিক সংশ্লেষণত এনজাইম, এনজাইম ব্যৱহাৰ কৰি অসমতাপূৰ্ণ সংশ্লেষণ, চাইৰ'টেকন'লজী, সেউজ ৰসায়ন আৰু জৈৱচেন্সৰৰ ক্ষেত্ৰত কাম কৰে।
-
অতুল লহকৰ
অতুল লহকৰ (Atul Lahkar) এজন অসমীয়া চেলিব্ৰেটী ৰান্ধনি তথা উদ্যোগী। অসমীয়া পৰম্পৰাগত খাদ্যক জনপ্ৰিয় কৰাত তেওঁ বিশেষ ভূমিকা লৈছে। লহকৰে অসমৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা ২০০ ৰো অধিক ৰন্ধন কলাৰ গৱেষণা কৰিছে আৰু এইসমূহ নথিভুক্ত কৰিছে। তেওঁক অসমীয়া পৰম্পৰাগত খাদ্যৰ জীৱন্ত বিশ্বকোষ বুলি কোৱা হয়।
-
অদিতি আৰ্য (অভিনেত্ৰী আৰু গায়িকা)
অদিতি আৰ্য (জন্ম: ১৩ অক্টোবৰ, ১৯৯৬) এগৰাকী তেখেতে ফেমিনা মিছ ইণ্ডিয়াৰ বিউটি পেজেণ্টৰ খিতাপ দখল কৰিছিল আৰু পাঞ্জাবী ছবি আপে পেইন ছিয়াপেৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়, পিছলৈ তেওঁ মুণ্ডা ৰকষ্টাৰ আৰু খাও পিয়ো আইছ কাৰোৰ দৰে ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।
-
অধীৰ ৰঞ্জন চৌধুৰী
অধীৰ ৰঞ্জন চৌধুৰী (জন্ম ২ এপ্ৰিল ১৯৫৬) এজন ভাৰতীয় জনপ্ৰিয় ৰাজনীতিবিদ। সপ্তদশ লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাপে ভাৰতৰ ৰেল বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
অনঘা জে. কোলাঠ
অনঘা জে. কোলাঠ (ইংৰাজী: Anagha J. Kolath) এগৰাকী মালয়ালম ভাষাৰ কবি। ২০২২ চনত তেওঁ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ লাভ কৰে।
-
অনয়ৰা খাতুন
অনয়ৰা খাতুন (: Anoyara Khatun জন্ম প্ৰায় ১৯৯৬); এগৰাকী ভাৰতীয় শিশু অধিকাৰৰ সমৰ্থক। ২০১৭ চনত ২১ বছৰ বয়সত পশ্চিমবংগ ৰাজ্যত শিশু সৰবৰাহৰ বিৰুদ্ধে আৰু বাল্যবিবাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰীশক্তি পুৰুস্কাৰেৰে সন্মানিত হয়।
-
অনসুয়াবাই কালে
অনসুয়াবাই কালে (Anasuyabai Kale) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ১৯৫২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নাগপুৰৰ পৰা তেওঁ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়। ১৯৫৭ চনত পুনৰ দ্বিতীয় লোকসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়।
-
অনামিকা (কবি)
অনামিকা (জন্ম ১৭ আগষ্ট ১৯৬১) এগৰাকী সমকালীন ভাৰতীয় কবি, সমাজকৰ্মী আৰু উপন্যাসিকা। তেওঁ হিন্দী ভাষাত কবিতা আৰু উপন্যাস লিখে আৰু ইংৰাজী ভাষাত সমালোচনা ৰচনা কৰে। My Typewriter Is My Piano হ'ল ইংৰাজীত অনুবাদিত তেওঁৰ এটা কবিতা সংকলন।
-
অনিতা গুপ্তা
অনিতা গুপ্তা (Anita Gupta) এগৰাকী ভাৰতীয় সামাজিক উদ্যোক্তা, জৈৱিক কৃষক আৰু জনজাতীয় এক্টিভিষ্ট। তেওঁ পঞ্চাশ হাজাৰৰো অধিক গ্ৰাম্য মহিলাক স্ব-নিৰ্ভৰশীল কৰি তুলিছে।
-
অনিতা ভৰদ্বাজ
অনিতা ভৰদ্বাজ: Anita Bhardwaj; এগৰাকী ভাৰতীয় উচ্চ উচ্চতাত উদ্ধাৰকাৰী চিকিৎসক। ছয় চিগমা হাই এলটিটুড মেডিকেল ৰেচকিউ চাৰ্ভিচেছৰ যুটীয়া চিকিৎসা সঞ্চালিকা হিচাপে ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছে।
-
অনিমা ৰায়
অনিমা ৰায় (Anima Roy) বাংলাদেশৰ এগৰাকী ৰবীন্দ্ৰ সঙ্গীত গায়িকা আৰু জগন্নাথ বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ অধ্যাপিকা।
-
অনিল অধিকাৰী
অনিল অধিকাৰী ( – ৩১ অক্টোবৰ ২০১৯) পশ্চিমবঙ্গৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ ফালাকাটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
-
অনিল কুমাৰী মালহোত্ৰা
অনিল কুমাৰী মালহোত্ৰা ( Anil Kumari Malhotra) এগৰাকী ভাৰতীয় হোমিঅ'পেথিক চিকিৎসক; নেহৰু হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয় চিকিৎসালয়ৰ অধ্যক্ষ।
-
অনিশা নাগৰাজন
অনিশা নাগৰাজন (ইংৰাজী: Anisha Nagarajan) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। এণ্ড্ৰু লয়ড ৱেবাৰৰ থিয়েটাৰ মিউজিকেল বম্বে ড্ৰিমছ্ত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। ইয়াৰ উপৰি ২০১০ চনৰ এনবিচি টেলিভিছন ধাৰাবাহিক আউটচ’ৰ্চড্ত মাধুৰী চৰিত্ৰত কৰা অভিনয়ৰ বাবেও তেওঁ জনাজাত।
-
অনুপমা
অনুপমা (Annupamaa) তামিলনাডুৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। বিশেষকৈ থিৰুদা থিৰুদা ছবিৰ "চন্দ্ৰলেখা" গীতটিৰ বাবে তেওঁ পৰিচিত। তেওঁ কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণো লাভ কৰিছে আৰু ট্ৰিনিটি কলেজ লণ্ডনৰ ৬ষ্ঠ গ্ৰেডৰ একক পিয়ানোবাদক।
-
অনুসুয়া বাই বৰকাৰ
অনসূয়া বাই বৰকাৰ (Ansuyabai Borkar) আছিল এগৰাকী সমাজ কৰ্মী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু প্ৰথম লোকসভাৰ (১৯৫৫ চনৰ পৰা ১৯৫৭ চনলৈ) সদস্য।
-
অনুসূয়া উইকে
অনুসূয়া উইকে (Anusuiya Uikey, জন্ম-১০ এপ্ৰিল ১৯৫৭) এগৰাকী ৰাজনীতিবিদ যি পূৰ্বতে মণিপুৰৰ ৰাজ্যপাল (২০২৩-২০২৪ চনত) হিচাপে কৰ্মনিৰ্বাহ কৰিছিল৷ তেওঁ ২০১৯ চনৰ পৰা ২০২৩ চনলৈকে ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
অন্তৰা নন্দী
অন্তৰা নন্দী (Antara Nandy) অসমৰ এগৰাকী নেপথ্য গায়িকা। জি টিভিত প্ৰচাৰিত সংগীত প্ৰতিভা আৰু ৰিয়েলিটি শ্ব' Sa Re Ga Ma Pa L'il Champs-২০০৯ৰ ফাইনেল ৰাউণ্ডত উপনীত হোৱাৰ পিছত আৰু শীৰ্ষ তিনিগৰাকী প্ৰতিযোগীৰ ভিতৰত অন্যতম হোৱাৰ পিছত তেওঁ সুপৰিচিত হৈ পৰে।
-
অন্নদা গোহাঁই
অন্নদা গোহাঁই (Annada Gohain) এগৰাকী শিক্ষাবিদ তথা সমাজকৰ্মী আছিল। ১৯২৯ চনৰ ১৫ অক্টোবৰত তেখেতৰ জন্ম হয়। তেখেতে উত্তৰ গুৱাহাটীৰ ওপৰিও চাংসাৰীৰ ত ককাকৰ ঘৰত শৈশৱ পাৰ কৰিছিল। অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটি অফ নিউ চাউথ ৱেলছত তেওঁৰ নামত এটা প্ৰেক্ষাগৃহ নামকৰণ কৰা হৈছে।
-
অন্নপূৰ্ণি সুব্ৰমণিয়াম
ড° অন্নপূৰ্ণি সুব্ৰমণিয়াম (Annapurni Subramaniam) এগৰাকী জ্যোতিৰ্বিজ্ঞানী আৰু বৰ্তমান বাংগালুৰুৰ ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠানৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও তেওঁ এই প্ৰতিষ্ঠানটোৰ মুৰব্বী হোৱা প্ৰথমগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানী।
-
অপৰ্ণা ৰাইনা
অপৰ্ণা ৰাইনা হৈছে এগৰাকী ভাৰতীয় উৎপাদন ডিজাইনাৰ। তেওঁ ২০০৬ চনত খোছলা কা খোছলা চলচ্চিত্ৰত শিল্প সহকাৰী হিচাপে আৰু দ্য নেমসেকেত ছেট ড্ৰেছাৰ হিচাপে নিজৰ পেশা আৰম্ভ কৰে। তাৰপিছত তেওঁ বহুতো চলচ্চিত্ৰত শিল্প পৰিচালক আৰু উৎপাদন ডিজাইনাৰ হিচাপে কাম কৰিছিল।