অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আফৰোজা পাৰভীন

আফৰোজা পাৰভীন (ইংৰাজী: Afroza Parvin; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৫৭) এগৰাকী বাংলাদেশী কল্পকাহিনী লেখিকা। মুক্তিযুদ্ধ ভিত্তিক গৱেষণাৰ বিশেষ অৱদানৰ বাবে তেওঁ ২০২৩ চনত বাংলা একাডেমী বঁটা লাভ কৰে। লগতে তেওঁ ৰক্তবীজৰ সম্পাদিকা।

হালনাগাদ: ১৩ জুলাই ২০২৬ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আফৰোজা পাৰভীন (ইংৰাজী: Afroza Parvin; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৫৭) এগৰাকী বাংলাদেশী কল্পকাহিনী লেখিকা।১ মুক্তিযুদ্ধ ভিত্তিক গৱেষণাৰ বিশেষ অৱদানৰ বাবে তেওঁ ২০২৩ চনত বাংলা একাডেমী বঁটা লাভ কৰে।২৩ লগতে তেওঁ ৰক্তবীজৰ সম্পাদিকা।৪

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

পাৰবিনে জন্মগ্ৰহণ কৰিছিল ১৯৫৭ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে বাংলাদেশৰ নাৰাইল জিলাত। তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী।৫

কিতাপ

  • পতাকা হাতে ক্ষুদে যোদ্ধা৬
  • যুদ্ধ শেষেৰ কাব্য৭

পুৰস্কাৰ

বছৰপুৰস্কাৰবলাফলতথ্যসূত্ৰ
২০২৩বাংলা একাডেমি সাহিত্য পুৰস্কাৰ৮
অনন্যা সাহিত্য পুৰস্কাৰ৯
২০২২বেগম ৰকেয়া পদক১০

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ bn:এবাৰ বাংলা একাডেমি সাহিত্য পুৰস্কাৰ পাচ্ছেন যাৰা. bdnews24
  3. ↑ bn:এবাৰ বাংলা একাডেমি সাহিত্য পুৰস্কাৰ পাচ্ছেন ১৬জন. The Daily Ittefaq
  4. ↑ Roktobij.com
  5. ↑ (2023-11-10). bn:অনন্যা সাহিত্য পুৰস্কাৰ পেলেন আফৰোজা পাৰভীন. bdnews24
  6. ↑ bn:পতাকা হাতে ক্ষুদে যোদ্ধা – আফৰোজা পাৰভীন. Rokomari.com
  7. ↑ bn:যুদ্ধ শেষেৰ কাব্য – আফৰোজা পাৰভীন. Rokomari.com
  8. ↑ (2024-01-24). এবাৰ বাংলা একাডেমি সাহিত্য পুৰস্কাৰ পাচ্ছেন যাঁৰা. Bangladesh Pratidin
  9. ↑ (2023-11-24). bn:অনন্যা সাহিত্য পুৰস্কাৰ পেলেন কথাসাহিত্যিক আফৰোজা পাৰভীন. Prothom Alo
  10. ↑ (9 December 2022). PM hands over Begum Rokeya Padak to 5 women. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ লেখকবাংলাদেশৰ ব্যক্তিলেখিকাসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আফৰোজা পাৰভীন” প্ৰবন্ধৰ সংশোধন ৬১৬৯৪০ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।