অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আল-গাজালি

আল-গাজালি (আবু হামিদ আল গাজালি, Al‑Ghazali, প্ৰায় ১০৫৮ – ১৯ ডিচেম্বৰ ১১১১) আছিল এজন শ্বাফী চুন্নী মুছলমান পণ্ডিত। তেওঁ ইছলামিক ইতিহাসৰ অন্যতম বিশিষ্ট আৰু প্ৰভাৱশালী ন্যায়িক পৰামৰ্শদাতা, আইনী তত্ত্ববিদ, মুফতি, দাৰ্শনিক, ধৰ্মতত্ত্ববিদ, যুক্তিবিদ আৰু ৰহস্যবাদী হিচাপে পৰিচিত।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৭ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

আল-গাজালি (আবু হামিদ আল গাজালি, Al‑Ghazali, প্ৰায়  ১০৫৮ – ১৯ ডিচেম্বৰ ১১১১) আছিল এজন শ্বাফী চুন্নী মুছলমান পণ্ডিত। তেওঁ ইছলামিক ইতিহাসৰ অন্যতম বিশিষ্ট আৰু প্ৰভাৱশালী ন্যায়িক পৰামৰ্শদাতা, আইনী তত্ত্ববিদ, মুফতি, দাৰ্শনিক, ধৰ্মতত্ত্ববিদ, যুক্তিবিদ আৰু ৰহস্যবাদী হিচাপে পৰিচিত।১২৩

তথ্যসূত্ৰ

  1. ↑ Banuazizi, Ali; Weiner, Myron. (March 1994). The Politics of Social Transformation in Afghanistan, Iran, and Pakistan. Syracuse University Press. পৃ. 108. ISBN 9780815626091
  2. ↑ Ghazali, al-. The Columbia Encyclopedia
  3. ↑ Adamec, Ludwig W. (2009). Historical Dictionary of Islam. Scarecrow Press. পৃ. 109. ISBN 978-0810861619

সম্পৰ্কিত শ্ৰেণী

দাৰ্শনিকব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল-গাজালি” প্ৰবন্ধৰ সংশোধন ৬৩২৭২৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।