অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰ বানোৰজা

আৰ বানাৰোজা (R. Vanaroja জন্ম-১৯৬৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তামিলনাডুৰ পৰা নিৰ্বাচিত হোৱা প্ৰাক্তন সংসদ সদস্য। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ তিৰুৱন্নমলাই সমষ্টিৰ পৰা আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হয়।

হালনাগাদ: ৪ মাৰ্চ ২০২৫ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আৰ বানাৰোজা (R. Vanaroja জন্ম-১৯৬৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তামিলনাডুৰ পৰা নিৰ্বাচিত হোৱা প্ৰাক্তন সংসদ সদস্য।১ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ তিৰুৱন্নমলাই সমষ্টিৰ পৰা আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হয়।২

তেখেত স্নাতকোত্তৰ আৰু তিৰুৱন্নমলাই জিলা (দক্ষিণ) এআইএডিএমকে মহিলা শাখাৰ সম্পাদিকা আৰু চেংগাম তালুকৰ নীপথুৰাই গাঁৱৰ বাসিন্দা।৩

শিক্ষাৰ অৰ্হতা

তেওঁ এম.এ., বি.এড. ডিগ্ৰীপ্ৰাপ্ত৷ তেওঁ অন্নমলাই বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে।

পদাধিকাৰ

তেওঁ মে', ২০১৪ত ১৬ নং লোকসভালৈ নিৰ্বাচিত হয়৷ ১ ছেপ্টেম্বৰ ২০১৪ৰ পৰা তেওঁ মহিলা সবলীকৰণ সমিতিৰ সদস্য, তথ্য প্ৰযুক্তিৰ স্থায়ী সমিতিৰ সদস্য, পৰামৰ্শদাতা সমিতি, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ সদস্য।৪

তথ্যসূত্ৰ

  1. ↑ R. Vanaroja
  2. ↑ GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA
  3. ↑ (25 February 2014). Jayalalithaa Picks Educated Quartet for 4 Seats in Tiruvannamalai, Vellore. The New Indian Express
  4. ↑ R. Vanaroja | National Portal of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ বানোৰজা” প্ৰবন্ধৰ সংশোধন ৪৮৬৩৬০ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।