অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আমিন খান

আমিনুল ইছলাম খান (জন্ম ২৪ ডিচেম্বৰ ১৯৭২) এজন বাংলাদেশী অভিনেতা। তেওঁৰ জন্ম সাতখিৰা জিলাৰ কালিগঞ্জ থানাৰ অন্তৰ্গত মৌতলা ইউনিয়নৰ এটা মুছলমান পৰিয়ালত ৷ তেওঁৰ কিছুমান উল্লেখযোগ্য ছবিৰ ভিতৰত ফুল নেবো না আশ্ৰু নেবো, সপোন নায়ক, বীৰ ঈশান, বাংলা কমাণ্ডো, হৃদয় আমাৰ, হীৰা চুনি পান্না, পিতা আসন, হৃদয়…

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

আমিনুল ইছলাম খান (জন্ম ২৪ ডিচেম্বৰ ১৯৭২) এজন বাংলাদেশী অভিনেতা। তেওঁৰ জন্ম সাতখিৰা জিলাৰ কালিগঞ্জ থানাৰ অন্তৰ্গত মৌতলা ইউনিয়নৰ এটা মুছলমান পৰিয়ালত ৷ তেওঁৰ কিছুমান উল্লেখযোগ্য ছবিৰ ভিতৰত ফুল নেবো না আশ্ৰু নেবো, সপোন নায়ক, বীৰ ঈশান, বাংলা কমাণ্ডো, হৃদয় আমাৰ, হীৰা চুনি পান্না, পিতা আসন, হৃদয় বন্ধন ইত্যাদি। তেওঁৰ চলচ্চিত্ৰ জীৱনত এতিয়ালৈকে ১৯০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। ‘হৃদ্যো অমৰ’ চিনেমাৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমিন খান” প্ৰবন্ধৰ সংশোধন ৫৭২৫৯৩ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।