আৰছাছ ৱেৰলী (Ursus Wehrl) এগৰাকী ছুইছ হাস্যৰসিক আৰু আৰু চিত্ৰকৰ ৷ তেওঁৰ বিখ্যাত চিত্ৰকৰৰ ছবিসমূহৰ নিকাকৰণ/ সজ্জাবদ্ধ কৰা ("tidies up")ৰ বিষয়ে ৰচিত গ্ৰন্থসমূহ অতিকে জনপ্ৰিয় ৷১২৩
২০১২ চনত তেওঁ ছুইছ ডাকবিভাগৰ বাবে এটা ডাকটিকট ডিজাইন কৰে ৷৪৫
গ্ৰন্থ
- Kunst aufräumen, Zürich, Kein & Aber,২০০২, ISBN 3-0369-5200-4.
- Noch mehr Kunst aufräumen, Zürich, Kein & Aber, ২০০৪, ISBN 3-03-695223-3.
- দুয়োখন গ্ৰন্থই ফ্ৰেন্স, ইটালিয়ান আৰু ইংৰাজী ভাষাতো প্ৰকাশ পাইছে ৷
- L'art en bazar, Éditions Milan (Fr.)
- L'arte a soqquadro, Edizione il Castoro (Itl.)
- Tidying Up Art, Prestel Publishing (Engl.)
- Die Kunst, aufzuräumen, Zürich, Kein & Aber, ২০১১, ISBN 3-03-695297-7.
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Books, www.kunstaufraeumen.ch (page visited on 13 April 2013)
- ↑ "Ursus Wehrli tidies up art", TED talk, filmed in February 2006 and posted in November 2008 (page visited on 13 April 2013)
- ↑ Ursus Wehrli, profile on TED.com (page visited on 13 April 2013)
- ↑ Spring stamp collection, Swiss Post, press release dated 8 May 2012 (page visited on 13 April 2013)
- ↑ "Ursus Wehrli - tidying up art", special 1.00 franc stamp, Swiss Post (page visited on 13 April 2013)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰছাছ ৱেৰলী” প্ৰবন্ধৰ সংশোধন ৪২০৮৮৮ (৯ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।