অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰ.এফ.এ.চুলিপ্ৰুধোম

আৰ.এফ.এ.চুলি প্ৰুধোম (René François Armand (Sully) Prudhomme) হৈছে এগৰাকী দাৰ্শনিক কবি। ১৯০১ চনত তেওঁ প্ৰথম নোবেল বটা বিজয়ী লেখক। তেখেতৰ প্ৰকৃত নাম আছিল ফ্ৰাংকোইজ আৰ্মান চুলিপ্ৰুধোম।

হালনাগাদ: ২৫ জুলাই ২০২৫ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আৰ.এফ.এ.চুলি প্ৰুধোম (René François Armand (Sully) Prudhomme) হৈছে এগৰাকী দাৰ্শনিক কবি। ১৯০১ চনত তেওঁ প্ৰথম নোবেল বটা বিজয়ী লেখক। তেখেতৰ প্ৰকৃত নাম আছিল ফ্ৰাংকোইজ আৰ্মান চুলিপ্ৰুধোম।

জন্ম আৰু বংশ পৰিচয়

১৮৩৯ চনত পেৰিচত চুলি প্ৰুধোমৰ জন্ম হয়। দুই বছৰ বয়সতে তেওঁ দেউতাকক হেৰুৱাই আৰু মাক আৰু ককাকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়।১

শিক্ষা

ছাত্ৰ হিছাপে চুলি বেছ মেধাৱী আছিলে। অংক আছিলে তেওঁৰ প্ৰিয় বিষয়। বিশ্ববিদ্যালয়ৰ পৰা উচ্চ গণিতত স্নাতক ডিগ্ৰীৰ লোৱাৰ পিছত তেওঁ ইঞ্জিনীয়াৰিং পঢ়িবলৈ যায়। হঠাত তেওঁ ৰ ৰোগগ্ৰস্থ হৈ পৰাত পঢ়া শুনা বাদ দিব লগা হয়। সেইবাবে ইঞ্জিনীয়াৰিং ৰ চূড়ান্ত ডিগ্ৰী লব নোৱাৰিলে।

কৰ্ম জীৱন

তেওঁ নোটাৰী অফিচত চাকৰি কৰি নিজৰ কৰ্ম জীৱনৰ পাতনি মেলিছিল।২

সাহিত্যৰাজি

  1. কবিতাপুঠি: stanzas and poems ৩
  2. কবিতা সংকলন: I Shall Never See Her Again
  3. কাব্য গ্ৰন্থ: Impressions Of War
  4. মহাকাব্য:হেপিনেচ
  5. The Psychology of Free Will৪

বঁটা আৰু সন্মান

১৯০১ চনত তেখেতে নোবেল বঁটা পাবলৈ সক্ষম হয়।

মৃত্যু

১৯০১ চনত ৭ ছেপ্টেম্বৰত চুলিপ্ৰুধোমৰ মৃত্যু হয়।৫

তথ্যসূত্ৰ

  1. ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৭
  2. ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৭
  3. ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৮
  4. ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৯
  5. ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৯

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিফৰাচী কবিসাহিত্যৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ.এফ.এ.চুলিপ্ৰুধোম” প্ৰবন্ধৰ সংশোধন ৫২৭২৭৫ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।